Ki Kobo GK

Ki Kobo GK Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Ki Kobo GK, Education, Morigaon.

​🙏 KiKoboGK পেজলৈ স্বাগতম! ইয়াত পাব স্বাস্থ্য টিপছ, পুষ্টিকৰ খাদ্য, পৰিয়াল-সম্পৰ্কৰ আবেগিক পোষ্ট, অনুপ্ৰেৰণামূলক কথা আৰু সাধাৰণ জ্ঞান। নিজকে আৰু পৰিয়ালক সুস্থ-সচেতন কৰি ৰাখিবলৈ আমাৰ লগত জড়িত হৈ থাকক। ধন্যবাদ❤️ Follow KikoboGK

15/08/2026

এতিয়া কিয় কিছুমান পুৰুষে ভৰপূৰ গঠনৰ মহিলাক বেছি আকৰ্ষণীয় বুলি ভাবে?

15/08/2026

এজন মানুহৰ বেয়া সময় দেখিয়েই
তেওঁক বেয়া মানুহ বুলি ক’ব পাৰিনে? 🤔

15/08/2026

“মোক ভুল বুলি কোৱাৰ আগতে, নিজৰ সত্যটো এবাৰ পৰীক্ষা কৰি ল’বা।”

15/08/2026

কাৰোবাৰ চকুত পানী দি নিজৰ চকুত সুখ বিচাৰিব নোৱাৰি…

15/08/2026

দেউতা মানেই—নিজে ভাগি পৰিও সন্তানক ওপৰলৈ উঠাই দিয়া মানুহজন। ❤️

15/08/2026

মুখে নোকোৱা কথাবোৰ, চকুৱে কৈ দিয়ে…

❤️🥀

15/08/2026

ককাই-ভাই, এটা সম্পৰ্ক নহয়—এটা ভৰসা।

❤️

15/08/2026

আনৰ আগত নিজকে প্ৰমাণ কৰাৰ প্ৰয়োজন নাই… ?

14/08/2026

টকা নাথাকিলে মানুহে তোমাক চিনি নাপায়, টকা থাকিলে চিনাকি মানুহৰ অভাৱ নহয়। 💔

#টকাৰ_মূল্য #জীৱনৰ_সত্য #বাস্তৱতা #জীৱনৰ_অভিজ্ঞতা

14/08/2026

সকলো ল’ৰাই বহুজনক ভাল নাপায়…❤️🤔

#ভালপোৱা #প্ৰেম #আবেগিক_পোষ্ট

Address

Morigaon

Alerts

Be the first to know and let us send you an email when Ki Kobo GK posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category