Morigaon College ABVP

Morigaon College ABVP Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Morigaon College ABVP, Education, Morigaon, Morigaon.

22/10/2022

আজি সন্ধিয়া ৬.০০ বজাত অসমীয়া বাপতিসাহোন কঙালী বিহু উপলক্ষে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (ABVP) মৰিগাঁও মহাবিদ্যালয় শ...
18/10/2022

আজি সন্ধিয়া ৬.০০ বজাত অসমীয়া বাপতিসাহোন কঙালী বিহু উপলক্ষে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (ABVP) মৰিগাঁও মহাবিদ্যালয় শাখাৰ দ্বাৰা মৰিগাঁও মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰত বন্তি প্ৰজ্বলন কৰা হয়। এই বন্তিৰ পোহৰে জিলিকাই তোলক সকলোৰে জীৱন। দুখ কষ্ট নাশ হৈ জীৱন হৈ পৰক সুখ-সমৃদ্ধিময়। তাৰে কামনাৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ মৰিগাঁও মহাবিদ্যালয় শাখাৰ তৰফৰ পৰা সদৌটিলৈ কাতি বিহুৰ ওলগ জনালোঁ।❤

নমস্কাৰ,অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ(ABVP) মৰিগাঁও মহাবিদ্যালয় শাখা তৰফৰ পৰা আজি মৰিগাঁও উচ্চতৰ মাধ্যমিক আৰু বহুমূখী বিদ...
18/10/2022

নমস্কাৰ,অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ(ABVP) মৰিগাঁও মহাবিদ্যালয় শাখা তৰফৰ পৰা আজি মৰিগাঁও উচ্চতৰ মাধ্যমিক আৰু বহুমূখী বিদ্যালয়ৰ খেলপথাৰত আপোন আৰু সপোন মৰিগাঁওক হৃদয়ত ৰাখি অপৰিস্কাৰবোৰ পৰিস্কাৰ কৰা হয়।এই চাফাই অভিযানত সহযোগিতা আগবঢ়োৱা সমূহ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ(ABVP),মৰিগাঁও মহাবিদ্যালয়ৰ শাখাৰ মৰমৰ ছাত্ৰ-ছাত্ৰী সকললৈ,অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ(ABVP) মৰিগাঁও নগৰ শাখাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।
জয়তু মৰিগাঁও মহাবিদ্যালয়🙏

অখিল  ভাৰতীয় শিক্ষাৰ্থী পৰিষদ  মৰিগাঁও মহাবিদ্যালয় গোট আৰু মৰিগাঁও মহাবিদ্যালয়ৰ ছাত্র একতা সভাৰ তৰফৰ পৰা শিক্ষাৰ্থীসক...
13/10/2022

অখিল ভাৰতীয় শিক্ষাৰ্থী পৰিষদ মৰিগাঁও মহাবিদ্যালয় গোট আৰু মৰিগাঁও মহাবিদ্যালয়ৰ ছাত্র একতা সভাৰ তৰফৰ পৰা শিক্ষাৰ্থীসকললৈ লগতে শ্ৰদ্ধাৰ শিক্ষাগুৰু সকললৈ অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।মৰিগাঁও মহাবিদ্যালয় আমাৰ আপোন। মহাবিদ্যালয়ৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ সমস্যাবোৰৰ সমাধানৰ পথ প্ৰশস্ত আমিয়েই কৰিব লাগিব । আমি সকলো সকলোৱে বাবে সাৰধি। আপোনালোকৰ সহায়ৰ বাবে আজি আমি তমন্না বৰাৰ হাতত মাকৰ চিকিৎসাৰ বাবে কিছু সাহায্য আগবঢ়াই দিবলৈ সক্ষম হৈছোঁ🙏🙏🙏

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (ABVP) মৰিগাঁও নগৰ আৰু সদৌ তিৱা ছাত্ৰ সন্থা(ATSU)মৰিগাঁও জিলাৰ সহ আলোচনাত,আগন্তক মৰিগাঁও মহ...
06/10/2022

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (ABVP) মৰিগাঁও নগৰ আৰু সদৌ তিৱা ছাত্ৰ সন্থা(ATSU)মৰিগাঁও জিলাৰ সহ আলোচনাত,আগন্তক মৰিগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত দুয়োটা সংগঠনে একত্ৰিতভাৱে নিৰ্বাচনত প্ৰতিদণ্ডিতা আগবঢ়োৱা হ'ব বুলি আজি সিদ্ধান্ত গ্ৰহণ কৰা হ'ল

26/09/2022


অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ মৰিগাঁও মহাবিদ্যালয় শাখাৰ তৰফৰ পৰা শিক্ষক দিৱসৰ উপলক্ষে মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়কে ধৰি প্...
05/09/2022

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ মৰিগাঁও মহাবিদ্যালয় শাখাৰ তৰফৰ পৰা শিক্ষক দিৱসৰ উপলক্ষে মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়কে ধৰি প্ৰতিটো বিভাগতে শিক্ষক দিৱসৰ শুভেচ্ছাৰে একোটা গছ পুলি বিতৰণ কাৰ্যসূচী গ্ৰহণ কৰা হ'ল।


স্বাধীন ভাৰতৰ প্ৰতিগৰাকী স্বাধীন জনতালৈ দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
15/08/2022

স্বাধীন ভাৰতৰ প্ৰতিগৰাকী স্বাধীন জনতালৈ দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

"ভাৰত আকাশত হাঁহেস্বাধীনতাৰ উষাৰ প্ৰতীকচিক মিক স্বাধীনতাজিক মিক স্বাধীনতা"         সৰ্বপ্ৰথমে মৰিগাঁও মহাবিদ্যালয় অখিল ...
09/08/2022

"ভাৰত আকাশত হাঁহে
স্বাধীনতাৰ উষাৰ প্ৰতীক
চিক মিক স্বাধীনতা
জিক মিক স্বাধীনতা"

সৰ্বপ্ৰথমে মৰিগাঁও মহাবিদ্যালয় অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ গোটৰ তৰফৰ পৰা সমূহ ভাৰতবাসীলৈ স্বাধীনতাৰ অমৃত মহোৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মৰিগাঁও মহাবিদ্যালয়ে দেশৰ বিভিন্ন সময়ৰ বিভিন্ন গঠনমূলক কাৰ্যসূচীত প্ৰত্যক্ষ আৰু পৰোক্ষ ভাবে অংশগ্ৰহণ কৰি আহিছে। বৃহত্তম ভাৰতবৰ্ষৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ এই শুভ মূহুৰ্ততো মৰিগাঁও মহাবিদ্যালয়ে ১২ আগষ্ট তাৰিখে পুৱা ৮ বজাত "প্ৰভাত ফেৰী" ৰেলী অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে। মহাবিদ্যালয় খনৰ উক্ত কাৰ্যসূচীক অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে আন্তৰিকতাৰে আদৰণি জনাইছোঁ। লগতে এই শুভাযাত্ৰালৈ ১০০ খন জাতীয় পতাকা প্ৰদান কৰি প্ৰত্যক্ষ ভাৱে যোগদান কৰিছোঁ।

সিদ্ধাৰ্থ দাস লৈ বহুত শুভকামনা থাকিল। তুমি তোমাৰ লক্ষ্যত উপনীত হৈ জিলাখনৰ লগতে ৰাজ্যখনলৈও গৌৰৱ কঢ়িয়াই আনা। অখিল ভাৰতীয...
11/07/2022

সিদ্ধাৰ্থ দাস লৈ বহুত শুভকামনা থাকিল। তুমি তোমাৰ লক্ষ্যত উপনীত হৈ জিলাখনৰ লগতে ৰাজ্যখনলৈও গৌৰৱ কঢ়িয়াই আনা। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ মৰিগাঁও মহাবিদ্যালয়ৰ গোটৰ ফালৰ পৰা তোমালৈ অশেষ শুভেচ্ছা জনালোঁ ।

হাজাৰ মৰিয়ানৰ সপোন বাস্তৱ কৰি আজি মৰিগাঁও মহাবিদ্যালয়ে ৫৮টা বসন্ত গৰকিলে।         তোমাৰ গুণ গৰিমাৰ কীৰ্তন আজীৱন অক্ষুণ...
01/07/2022

হাজাৰ মৰিয়ানৰ সপোন বাস্তৱ কৰি আজি মৰিগাঁও মহাবিদ্যালয়ে ৫৮টা বসন্ত গৰকিলে।
তোমাৰ গুণ গৰিমাৰ কীৰ্তন আজীৱন অক্ষুণ্ণ থাকক প্ৰতিজন মৰিয়ানৰ কণ্ঠত। যুগমীয়া হৈ ৰওক তোমাৰ কীৰ্তি। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ মৰিগাঁও মহাবিদ্যালয়ৰ গোটৰ ফালৰ পৰা জন্ম জয়ন্তীৰ শুভ কামনাৰে.....

পূজো আহা আই মাতৃ চৰণ কমল
উঠক বাজি জয় ধ্বনি পৰম মংগল🙏🏻

❤️জয়তু মৰিগাঁও মহাবিদ্যালয় ❤️

13/06/2022

Address

Morigaon
Morigaon
782105

Website

Alerts

Be the first to know and let us send you an email when Morigaon College ABVP posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category