Rong & Rhythm, Sanskritik Bikash Kendra

Rong & Rhythm, Sanskritik Bikash Kendra Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Rong & Rhythm, Sanskritik Bikash Kendra, Specialty School, arunudai path, Ushapur, Moranhat.

15/08/2026
18/07/2026
নৱপ্ৰজন্মক অন্ধবিশ্বাসৰ পৰা মুক্ত কৰা আৰু মেজিকৰ মাধ্যমেৰে বিজ্ঞান , অংক আৰু হাতৰ কৌশলৰ মেজিক শিকি ৰাইজক আনন্দ দিব পৰাকৈ...
18/07/2026

নৱপ্ৰজন্মক অন্ধবিশ্বাসৰ পৰা মুক্ত কৰা আৰু মেজিকৰ মাধ্যমেৰে বিজ্ঞান , অংক আৰু হাতৰ কৌশলৰ মেজিক শিকি ৰাইজক আনন্দ দিব পৰাকৈ প্ৰস্তুত কৰি তোলা উদ্দেশ্যে মৰাণৰ ৰং এণ্ড ৰিডম আৰু কুশল নগৰ সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ উদ্যোগত আজিৰ পৰা দুদিনীয়াকৈ হোৱা মেজিক কৰ্মাশালাৰ প্ৰথম দিনটোৰ কিয়দাংশ । যাদুকৰ প্ৰদীপ চেতিয়া ফুকন আৰু যাদুকৰ বিচি শৰ্মাই ছাত্ৰ ছাত্ৰী সকলক মেজিকৰ কৌশল শিকাই থকাৰ কিছু মুহুৰ্ত ৷

ৰং এণ্ড ৰিদম, সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ ২০২৬ বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ বিনামূলীয়া গ্ৰীষ্মকালীন সংগীত কৰ্মশালাৰ সফল সামৰণি...
08/07/2026

ৰং এণ্ড ৰিদম, সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ ২০২৬ বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ বিনামূলীয়া গ্ৰীষ্মকালীন সংগীত কৰ্মশালাৰ সফল সামৰণি।
তাৰিখ- ৬,৭ আৰু ৮ জুলাই ২০২৬
মুখ্য প্ৰশিক্ষক - আচাৰ্য ৰত্ন ড০ শুভজ্যোতি মহন আৰু মোম্বাই এচ. এন ডি. টি মহিলা বিশ্ববিদ্যালয়ৰ সংগীত বিভাগৰ স্নাতকোত্তৰ তথা বিশিষ্ট কণ্ঠশিল্পী প্ৰিয়ম বৰপাত্ৰগোঁহাই।
স্থান - মহনচুক প্ৰাথমিক বিদ্যালয়। হাতীবৰুৱা, পাটসাকোঁ

ৰং এণ্ড ৰিদম সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ উদ্যোগত ২০২৬ বৰ্ষৰ প্ৰথম পৰ্যায়ৰ বিনামূলীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সফল সামৰণি। ...
03/07/2026

ৰং এণ্ড ৰিদম সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ উদ্যোগত ২০২৬ বৰ্ষৰ প্ৰথম পৰ্যায়ৰ বিনামূলীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সফল সামৰণি। তাৰিখ: ১ আৰু ২ জুলাই ২০২৬ স্থান: গড়চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়। বিশেষ কৃতজ্ঞতা - অধ্যক্ষ জয়ন্ত চুতীয়া, ব্ৰজেন্দ্ৰ নাথ ফুকন আৰু উত্তম দেউৰীৰ লগতে শুভাকাংক্ষী ব্যক্তি সকল।

03/07/2026

ৰং এণ্ড ৰিদম সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ উদ্যোগত ২০২৬ বৰ্ষৰ প্ৰথম পৰ্যায়ৰ বিনামূলীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সফল সামৰণি। তাৰিখ: ১ আৰু ২ জুলাই ২০২৬ স্থান: গড়চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়। বিশেষ কৃতজ্ঞতা - অধ্যক্ষ জয়ন্ত চুতীয়া, ব্ৰজেন্দ্ৰ নাথ ফুকন আৰু উত্তম দেউৰীৰ লগতে শুভাকাংক্ষী ব্যক্তি সকল।

Address

Arunudai Path, Ushapur
Moranhat
785670

Telephone

+919954415852

Website

Alerts

Be the first to know and let us send you an email when Rong & Rhythm, Sanskritik Bikash Kendra posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Rong & Rhythm, Sanskritik Bikash Kendra:

Shortcuts

Share