Moran College Diamond Jubilee Celebration -1964-2024.

Moran College Diamond Jubilee Celebration -1964-2024. Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Moran College Diamond Jubilee Celebration -1964-2024., School, Moranhat.

06/10/2024
মৰাণ মহাবিদ্যালয়ৰ ২০২৩-২৪ বৰ্ষৰ ছাত্ৰ একতা সভাৰ উদ্যোগত হীৰক জয়ন্তী সামৰণি অনুষ্ঠানটিৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ ছা...
06/10/2024

মৰাণ মহাবিদ্যালয়ৰ ২০২৩-২৪ বৰ্ষৰ ছাত্ৰ একতা সভাৰ উদ্যোগত হীৰক জয়ন্তী সামৰণি অনুষ্ঠানটিৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীসকলৰ দ্বাৰা প্ৰদৰ্শন কৰিবলৈ লোৱা "শকুনি প্ৰতিশোধ" নাটখনি চাবৰ বাবে আৰু আশীৰ্বাদ দিবৰ বাবে সকলোকে সাদৰেৰে নিমন্ত্ৰণ জনালোঁ।

06/10/2024
সময়ৰ বোকোচাত উঠি আমাৰ মৰমৰ মৰাণ মহাবিদ্যালয়ে গৌৰৱোজ্জ্বল ষাঠি টা বৰ্ষ অতিক্ৰম কৰিলে। এই শুভক্ষণত আপোনালোক সকলোকে আৱৰি মহ...
01/10/2024

সময়ৰ বোকোচাত উঠি আমাৰ মৰমৰ মৰাণ মহাবিদ্যালয়ে গৌৰৱোজ্জ্বল ষাঠি টা বৰ্ষ অতিক্ৰম কৰিলে। এই শুভক্ষণত আপোনালোক সকলোকে আৱৰি মহাবিদ্যালয়ৰ হীৰক জয়ন্তী অনুষ্ঠানটো অহা ৭ আৰু ৮ অক্টোবৰ ২০২৪ তাৰিখে ধাৰ্য কৰা হৈছে। এই অনুষ্ঠানলৈ আপোনাসৱক অতি হেঁপাহেৰে আমন্ত্ৰণ জনাইছোঁ।

এই অনুষ্ঠানটো আটক ধুনীয়াকৈ সজাই তুলিবৰ বাবে আমাক আৰ্থিক সহযোগিতাৰ প্ৰয়োজন অনুভৱ কৰিছোঁ। আশা কৰিছোঁ সাধ্যনুসৰি আপোনাসবে সহযোগিতা আগবঢ়াব।🙏🙏🙏

01/10/2024

সময়ৰ বোকোচাত উঠি আমাৰ মৰমৰ মৰাণ মহাবিদ্যালয়ে গৌৰৱোজ্জ্বল ষাঠি টা বৰ্ষ অতিক্ৰম কৰিলে। এই শুভক্ষণত আপোনালোক সকলোকে আৱৰি মহাবিদ্যালয়ৰ হীৰক জয়ন্তী অনুষ্ঠানটো অহা ৭ আৰু ৮ অক্টোবৰ ২০২৪ তাৰিখে ধাৰ্য কৰা হৈছে। এই অনুষ্ঠানলৈ আপোনাসৱক অতি হেঁপাহেৰে আমন্ত্ৰণ জনাইছোঁ। 🙏🙏🙏

Address

Moranhat
785670

Website

Alerts

Be the first to know and let us send you an email when Moran College Diamond Jubilee Celebration -1964-2024. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category