STUDY POINT

STUDY POINT THIS IS A EDUCATION PAGE & ALSO GIVE NOTIFICATION ABOUT VARIOUS JOBS.

05/08/2022
Today at my centreThanks to all
05/09/2019

Today at my centre
Thanks to all

বিশিষ্ট গৱেষক, আন্তৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন ভাষাবিদ, কটন কলেজৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, মিচিং আগম কৗবাংৰ প্ৰতি...
17/08/2019

বিশিষ্ট গৱেষক, আন্তৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন ভাষাবিদ, কটন কলেজৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, মিচিং আগম কৗবাংৰ প্ৰতিষ্ঠাপক সভাপতি, SEBA ৰ প্ৰাক্তন অধ্যক্ষ, আবিলেক'ৰ প্ৰাক্তন সঞ্চালক, অসম চকৰকাৰ ৰ চ্যুকাফা বঁটা প্ৰাপক, অসম সাহিত্য সভাৰ বিমল জালান বঁটাপ্ৰাপক, সাহিত্য অকাডেমী ভাষা সম্মান বঁটা বিজয়ী, সাহিত্যিক পেঞ্চনাৰ আগম মিগাং টাবুৰাম টাইডৰ আজি পুৱা ৭.৩০ বজাত পৰলোকপ্ৰাপ্তি হয়। ইংৰাজী ভাষাৰ পণ্ডিত টাইড ডাঙৰীয়া গুৱাহাটীৰ নেমকেয়াৰ হস্পিতেলত বহুদিন চিকিৎসাধীন হৈ থকাৰ পিছত অলপতে এপল' ইন্টাৰনেশ্যনেল হস্পিটাৰলৈ স্থানান্তৰ কৰা হৈছিল।

15/08/2019
আমাৰ চেণ্টাৰত বিশেষ পাঠদান কাৰ্য্যসূচীত উপস্তিত থাকে             ড০ জোনালী পাটোৱাৰী বৰামুৰব্বী অধ্যাপিকা, ইংৰাজী বিভাগ, ...
31/07/2019

আমাৰ চেণ্টাৰত বিশেষ পাঠদান কাৰ্য্যসূচীত উপস্তিত থাকে
ড০ জোনালী পাটোৱাৰী বৰা
মুৰব্বী অধ্যাপিকা, ইংৰাজী বিভাগ, মধ্য কামৰূপ মহাবিদ্যালয়, বৰপেটা .
উপস্তিত ছাত্ৰ-ছাত্ৰী ৰএকাংশ..

জয়তু
study point

Good morning .....
15/07/2019

Good morning .....

11/7/19 অসম আদিত্য তভাইটি উমালৈ ধন্যবাদ
11/07/2019

11/7/19 অসম আদিত্য ত
ভাইটি উমালৈ ধন্যবাদ

2014 চনত প্ৰতিস্তা কৰা STUY POINT ৰ উদ্যোগত খোবাং হালধিবাৰী আৰ্দশ জাতীয় বিদ্যালয়ত 10 দিনয়া গ্ৰীস্মকালিক পাঠদান কাৰ্যসূচী...
11/07/2019

2014 চনত প্ৰতিস্তা কৰা STUY POINT ৰ উদ্যোগত খোবাং হালধিবাৰী আৰ্দশ জাতীয় বিদ্যালয়ত 10 দিনয়া গ্ৰীস্মকালিক পাঠদান কাৰ্যসূচী লোৱা হল উক্ত কাৰ্যসূচীত আৰম্ভণি আৰু সামৰণি অনুস্তানত বিদ্যালয়ৰ প্ৰধান, যুগল সোণোৱাল ছাৰ, ডিম্বেশ্বৰ বেজবৰুৱা ছাৰ, স্বপন ছাৰ,মোৰ দেওতা ৰঘু ছাৰ, ছাত্ৰ নেতা ৰাহুল কোবঁৰ দেৱ, পৰাগ দত্ত, শান্তনু কোঁৱৰ উমাকান্ত বৰুৱা, অপু বড়া উপস্তিত থাকে .
সমল ব্যক্তি ৰুপে ভাস্কৰজ্যোতি বৰুবা, প্ৰাণজিত কলিতা, দীপু বৰুৱা, জয়ন্ত পড্ডাৰ, ভৰত , দিহিঙীয়াইফতিকাৰ আলি আহমেদ, মানসজ্যোতি নিৰমলিয়ী, লক্ষিপ্ৰসাদ দিহিঙীয়া
সকলোকে study point ৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলো .
অংশগ্ৰহণকাৰী সকলক মানপ্ৰত্র প্ৰদান কৰা হল.
ফটোৱে কথা কয় .....
জযতু study point
জয় আয় অসম

1st class test Sub economicsDate 8/07/19
08/07/2019

1st class test
Sub economics
Date 8/07/19

1/7/19 তাৰিখৰ পৰা আৰম্ভ হোৱা গ্ৰীষ্ম কালীন পাঠদান শিবিৰৰ আৰম্ভণি অনুষ্ঠানৰ কিছু চিত্ৰ....
02/07/2019

1/7/19 তাৰিখৰ পৰা আৰম্ভ হোৱা গ্ৰীষ্ম কালীন পাঠদান শিবিৰৰ আৰম্ভণি অনুষ্ঠানৰ কিছু চিত্ৰ....

30 june অসমীয়া প্ৰতিদিন
30/06/2019

30 june অসমীয়া প্ৰতিদিন

Address

Moran Peoli Nagar Namgarh Path
Moranhat
785670

Telephone

+919954565081

Website

Alerts

Be the first to know and let us send you an email when STUDY POINT posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category