Attsa doomur dullung sub branch

Attsa doomur dullung sub branch Attsa doomur dullung sub for

28/01/2026
ডোমৰ দলং উপ শাখা আটছা তৰফৰ ফালৰ পৰা উৱাল ৰাইটিং কৰা হৈছে ।
04/11/2025

ডোমৰ দলং উপ শাখা আটছা তৰফৰ ফালৰ পৰা উৱাল ৰাইটিং কৰা হৈছে ।

13/10/2025

আটছা, চাহ মজদুৰ সঙঘ, আদিবাসী ছাত্ৰ সন্থা আৰু ৩৬ জনজাতীয় পৰিষদৰ ন্যায্য প্ৰাপ্তিৰ দাবীত আজি ডিব্রুগড় জিলাৰ চাহ জনগোষ্ঠী আদিবাসী লোকৰ বিশাল আন্দোলন।

Dibrugarh

বিশ্ব পৰিৱেশ দিবস প্রতি বছৰে ৫ জুন তাৰিখে পালন কৰা হয় ।বিশ্ব পৰিৱেশ দিৱস পালনৰ মূল উদ্দেশ্য  জনসাধাৰনৰ মাজত পৰিৱেশ সম্প...
08/06/2024

বিশ্ব পৰিৱেশ দিবস প্রতি বছৰে ৫ জুন তাৰিখে পালন কৰা হয় ।
বিশ্ব পৰিৱেশ দিৱস পালনৰ মূল উদ্দেশ্য জনসাধাৰনৰ মাজত পৰিৱেশ সম্পর্কে সজাগতা অনা
বিশ্ব পৰিৱেশ দিৱস পোন প্রথমে ১৯৭৪ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত পালন কৰা হৈছিল। বর্তমান বিশ্বৰ ১০০ তকৈ অধিক দেশত বিশ্ব পৰিৱেশ দিৱস পালন কৰে

অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ পৱিত্ৰ শ্বহীদ দিৱসত জাতিৰ হকে প্ৰান আহতি দিয়া সেই শ্বহীদ সকলক প্ৰণিপাত জনালোঁ হে শ্বহীদ প্ৰণ...
08/06/2024

অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ পৱিত্ৰ শ্বহীদ দিৱসত জাতিৰ হকে প্ৰান আহতি দিয়া সেই শ্বহীদ সকলক প্ৰণিপাত জনালোঁ হে শ্বহীদ প্ৰণামো তোমাক।
শ্ৰদ্ধাৰে সোঁৱৰিছো
ছহিদ ইন্দ্র তাঁতী
ছহিদ বুলু কুর্মি
ছহিদ কৃতিনাথ ছত্রী
ছহিদ গোলেশ্বৰ ছত্ৰী
ছহিদ এডমান বাৰলা
ছহিদ আনন্দ খালখ
ছহিদ অজিত মুণ্ডা
ছহিদ নাৰায়ন দাস
ছহিদ বিনন্দ পাতৰ
ছহিদ অজয় কুর্মি
ছহিদ চামু পাতৰ
ছহিদ ইশ্বৰ নায়ক
অসম চাহ জনজাতি ছাত্র সন্থা( আট্‌ছা)
ডোমৰদলং উপশাখা তৰফৰ পৰা

নম্বকাৰ গ্ৰহন কৰিব । জয়জতে অসম চাহ জনজাতি ছাত্ৰ সন্থা (আট্‌ছা) ডোমৰদলং উপ-শাখাৰ সমিতিৰ    তৰফৰ পৰা আপোনাক জনাবলৈ পাই সুখ...
29/05/2024

নম্বকাৰ গ্ৰহন কৰিব । জয়জতে অসম চাহ জনজাতি ছাত্ৰ সন্থা (আট্‌ছা) ডোমৰদলং উপ-শাখাৰ সমিতিৰ তৰফৰ পৰা
আপোনাক জনাবলৈ পাই সুখী হৈছো যে বিগত প্ৰতি বছৰৰ দৰে এই বছৰো উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্তু পৰীক্ষাত উওীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ ডোমৰদলং উপ-শাখাৰ পৰা অভিনন্দন জ্ঞাপন কৰিলো। উক্ত অভিনন্দন অনুষ্টানটি ২৬ মে ২০২৪ তাৰিখে দেওবাৰে ডোমৰদলং চাহ বাগিছা মজদুৰ ক্লাৱত বিষেশ অভিনন্দন অনুষ্টানটি সভাপতিত্ব কৰে মাহমৰা শাখাৰ ভাৰপ্ৰাপ্ত সভাপতি,বৰ্তমানৰ কার্ষ নিভা সদস্য শ্ৰীযুত বিষ্ণু তাঁতীয়ে আৰু লগতে উপস্থিত থাকে ডোমৰদলং চাহ বাগিছাৰ বৰোলাহোলা প্ৰাথমিক বিদ্যলয় প্ৰধান শিক্ষক শ্ৰীযুত কানদেৱ তাঁতী আৰু আট্‌ছা চৰাইদেউ জিলা সম্পাদক শ্ৰীযুত অজিত উৰাং সাংষ্কৃতি সম্পাদক শ্ৰীযুত গৰিশংকৰ বাক্তি সাংগঠনিক সম্পাদক মহেশ মলিক আট্‌ছা মাহমৰা শাখাৰ সভাপতি গনোধৰ বাউৰি উপ-সভাপতি অনিল নায়ক,উপ সভাপতিৰ টেৰেনছ নানন্দ্বা, সদস্য দ্বিপেন তাঁতী মাহমৰা শাখাৰ আটুৱা সম্পাদিকা হলিকা মলিক ডোমৰদলং উপ-শাখাৰ উপদেষ্টা মঞ্চন তাঁতী,ভাৰ্গৱ তাঁতী ডোমৰদলং উপ-শাখাৰ সভাপতি চৰবিন তাঁতী ,ভাৰপ্ৰাপ্ত সম্পাদক ৰাজেন্দ্ৰ গোৱালা, উপ-সভাপতি শিৱম তাঁতী সাংগঠনিক সম্পাদক মনদ্বীপ মাহান্তি ,সদস্য ৰোপজ্যাতি তাঁতী, ।বিজু ৰবিদাস ,চেমচুন তাঁতী

নম্বকাৰ গ্ৰহন কৰিব । জয়জতে অসম চাহ জনজাতি ছাত্ৰ সন্থা (আট্‌ছা) ডোমৰদলং উপ-শাখাৰ সমিতিৰ    তৰফৰ পৰা আপোনাক জনাবলৈ পাই সুখ...
28/05/2024

নম্বকাৰ গ্ৰহন কৰিব । জয়জতে অসম চাহ জনজাতি ছাত্ৰ সন্থা (আট্‌ছা) ডোমৰদলং উপ-শাখাৰ সমিতিৰ তৰফৰ পৰা
আপোনাক জনাবলৈ পাই সুখী হৈছো যে বিগত প্ৰতি বছৰৰ দৰে এই বছৰো উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্তু পৰীক্ষাত উওীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ ডোমৰদলং উপ-শাখাৰ পৰা অভিনন্দন জ্ঞাপন কৰিলো। উক্ত অভিনন্দন অনুষ্টানটি ২৬ মে ২০২৪ তাৰিখে দেওবাৰে ডোমৰদলং চাহ বাগিছা মজদুৰ ক্লাৱত বিষেশ অভিনন্দন অনুষ্টানটি সভাপতিত্ব কৰে মাহমৰা শাখাৰ ভাৰপ্ৰাপ্ত সভাপতি,বৰ্তমানৰ কার্ষ নিভা সদস্য শ্ৰীযুত বিষ্ণু তাঁতীয়ে আৰু উপস্থিত থাকে ডোমৰদলং চাহ বাগিছাৰ বৰোলাহোলা প্ৰাথমিক বিদ্যলয় প্ৰধান শিক্ষক শ্ৰীযুত কানদেৱ তাঁতী আৰু আট্‌ছা চৰাইদেউ জিলা সম্পাদক শ্ৰীযুত অজিত উৰাং সাংষ্কৃতি সম্পাদক শ্ৰীযুত গৰিশংকৰ বাক্তি সাংগঠনিক সম্পাদক মহেশ মলিক আট্‌ছা মাহমৰা শাখাৰ সভাপতি গনোধৰ বাউৰি উপ-সভাপতি অনিল নায়ক,উপ সভাপতিৰ টেৰেনছ নানন্দ্বা, সদস্য দ্বিপেন তাঁতী মাহমৰা শাখাৰ আটুৱা সম্পাদিকা হলিকা মলিক ডোমৰদলং উপ-শাখাৰ উপদেষ্টা মঞ্চন তাঁতী,ভাৰ্গৱ তাঁতী ডোমৰদলং উপ-শাখাৰ সভাপতি চৰবিন তাঁতী ,ভাৰপ্ৰাপ্ত সম্পাদক ৰাজেন্দ্ৰ গোৱালা, উপ-সভাপতি শিৱম তাঁতী সাংগঠনিক সম্পাদক মনদ্বীপ মাহান্তি ,সদস্য ৰোপজ্যাতি তাঁতী, ।বিজু ৰবিদাস ,চেমচুন তাঁতী

আজি অসম চাহ জনজাতি ছাত্র সন্থা (আট্ছা ) ডোমৰ দলং উপ শাখাৰ তৰফৰ পৰা ২০২৪ বৰ্ষত উচ্চ তৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীর...
11/05/2024

আজি অসম চাহ জনজাতি ছাত্র সন্থা (আট্ছা ) ডোমৰ দলং উপ শাখাৰ তৰফৰ পৰা ২০২৪ বৰ্ষত উচ্চ তৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হোৱা প্রথম আৰু দ্বিতীয় স্থান লাভ কৰা ডোমৰ দলং চাহ বাগিচা ৰ সকলো ছাত্র ছাত্রীক সম্বধনা জনোৱা হয়। উপস্থিত থাকে আট্ছাৰ চৰাইদেউ জিলা ৰ মাহমৰা শাখাৰ কাৰ্য্যকৰী সদস্য বিষ্ণু তাঁতী, তথা আটুৱাৰ সম্পাদিকা শলিকা মল্লিক লগতে ডোমৰ দলং উপ শাখাৰ আট্ছা ৰ সভাপতি চৰবীন তাঁতী আৰু আট্ছাৰ বাকি বিষয় ববীয়াসকল উপস্থিত থাকে।

আজি অসম চাহ জনজাতি ছাত্র সন্থা (আট্ছা) ডোমৰ দলং উপ শাখাৰ তৰফৰ পৰা ২০২৪ বৰ্ষত হাই স্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ  হোৱা...
26/04/2024

আজি অসম চাহ জনজাতি ছাত্র সন্থা (আট্ছা) ডোমৰ দলং উপ শাখাৰ তৰফৰ পৰা ২০২৪ বৰ্ষত হাই স্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হোৱা প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰা ডোমৰ দলং আৰু বৰুৱা হোলাৰ সকলো ছাত্র ছাত্রীক সম্বধনা জনোৱা হয়। উপস্থিত থাকে আট্ছাৰ চৰাই দেউ জিলা ৰ সাংগাঠনিক সম্পাদক মহেশ মল্লিক, মাহমৰা শাখাৰ উপ সভাপতি অনিল নায়ক, লগতে মাহমৰা কাৰ্য্য নিৰ্বা সদস্য বিষ্ণু তাঁতী।লগতে ডোমৰ দলং উপ শাখাৰ আট্ছা ৰ উপদেষ্টা জিচকেল নায়ক, সভাপতি চৰবীন তাতী, সাংগঠনিক সম্পাদক মনদীপ মাহান্তী ক্ৰিয়া সম্পাদক চুনিল নায়ক এই বিষয় ববীয়াসকল উপস্থিত থাকে।

নমস্কাৰ🙏অসম চাহ জনজাতি ছাত্ৰ সন্থা ৩৫তম শ্বহীদ দিৱস যোৰহাট মৰীয়ানী কিছু ছ‌বি।
08/06/2023

নমস্কাৰ🙏
অসম চাহ জনজাতি ছাত্ৰ সন্থা ৩৫তম শ্বহীদ দিৱস যোৰহাট মৰীয়ানী কিছু ছ‌বি।

Address

Doomur Dulong T E
Moranhat
785673

Telephone

+919707080966

Website

Alerts

Be the first to know and let us send you an email when Attsa doomur dullung sub branch posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Attsa doomur dullung sub branch:

Shortcuts

Share