khumtai Tea Estate Model Higher Secondary School

Directions

khumtai Tea Estate Model Higher Secondary School Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from khumtai Tea Estate Model Higher Secondary School, Education, khumtaie Tea Estate, Moranhat.

 #ভাৰত_ৰত্ন_সুধাকণ্ঠ_ড°_ভূপেন_হাজৰিকা দেৱৰ পবিত্ৰ জন্ম শতবাৰ্ষিকী উপলক্ষে সশ্ৰদ্ধ প্ৰণাম! অসমীয়া জাতি আৰু সংস্কৃতিৰ মহী...
08/09/2026

#ভাৰত_ৰত্ন_সুধাকণ্ঠ_ড°_ভূপেন_হাজৰিকা দেৱৰ পবিত্ৰ জন্ম শতবাৰ্ষিকী উপলক্ষে সশ্ৰদ্ধ প্ৰণাম!

অসমীয়া জাতি আৰু সংস্কৃতিৰ মহীৰূহ, বিশ্বমানৱতাৰ বাৰ্তাবাহক, সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ ১০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে খুমটাই চাহ বাগিচা আদৰ্শ বিদ্যালয় পৰিয়ালে আজি অসমীয়া সংস্কৃতিৰ এই মহান কাণ্ডাৰীগৰাকীক গভীৰ শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে।

এই ঐতিহাসিক আৰু পবিত্ৰ ক্ষণটো উদযাপন কৰাৰ উদ্দেশ্যে আমাৰ বিদ্যালয় প্ৰাংগণত অতি উলহ-মালহেৰে এক বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী সক্ৰিয় অংশগ্ৰহণৰে কাৰ্যসূচীসমূহ সফলভাৱে সম্পন্ন কৰা হয়:✨

আমাৰ বিশেষ কাৰ্যসূচীসমূহ:
আলোচনা চক্ৰ (Seminar)
কুইজ প্ৰতিযোগিতা (Quiz Competition): ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ভূপেন্দ্ৰ সংগীত আয়োজন কৰা হয়।
Date: 08/09/2026

  5th September 2026"The true teachers are those who help us think for ourselves."ভাৰতবৰ্ষৰ এগৰাকী মহান চিন্তাবিদ, অসাধা...
05/09/2026


5th September 2026

"The true teachers are those who help us think for ourselves."

ভাৰতবৰ্ষৰ এগৰাকী মহান চিন্তাবিদ, অসাধাৰণ শিক্ষাবিদ, আদৰ্শ শিক্ষক আৰু যুগদ্ৰষ্টা নেতা ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ পবিত্ৰ জন্মজয়ন্তী তথা শিক্ষক দিৱসৰ এই পবিত্ৰ ক্ষণত তেখেতৰ চৰণত গভীৰ শ্ৰদ্ধাঞ্জলি তথা অসীম কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।🌾🌾🌾

আজি আমাৰ বিদ্যালয় প্ৰাংগণত ৮০ সংখ্যক  #স্বাধীনতা_দিৱস উদযাপন কৰা হয়।🇮🇳দেশপ্ৰেমমূলক গীত, আকৰ্ষণীয় ভাষণ আৰু বিভিন্ন সাং...
15/08/2026

আজি আমাৰ বিদ্যালয় প্ৰাংগণত ৮০ সংখ্যক #স্বাধীনতা_দিৱস উদযাপন কৰা হয়।🇮🇳

দেশপ্ৰেমমূলক গীত, আকৰ্ষণীয় ভাষণ আৰু বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ জৰিয়তে এই দিনটো উলহ-মালহেৰে উদযাপন কৰা হয়। এই অনুষ্ঠনে ছাত্ৰ-ছাত্ৰীসকলৰ মনত দেশপ্ৰেম আৰু মহান শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাভাব জগাই তোলে।❣️

15/08/2026

🇮🇳

 🌳🌳12/08/2026
12/08/2026

🌳🌳

12/08/2026

বিদ্যালয়ত  #ৰাভা_দিৱস উদযাপনতাৰিখ: ২০ জুন, ২০২৬
20/06/2026

বিদ্যালয়ত #ৰাভা_দিৱস উদযাপন
তাৰিখ: ২০ জুন, ২০২৬

20/06/2026

বিদ্যালয়ত #নিচামুক্ত_ভাৰত_অভিযানৰ শপত গ্ৰহণ অনুষ্ঠান.
Date: 17 June, 2026

আমাৰ বিদ্যালয়লৈ সন্মানীয় বিধায়ক সুৰুজ দিহিঙীয়া মহোদয় আৰু ৰাজ্যসভাৰ সাংসদ যোগেন মহন মহোদয়ৰ শুভ পৰিদৰ্শন।তাৰিখ: ১২ জ...
20/06/2026

আমাৰ বিদ্যালয়লৈ সন্মানীয় বিধায়ক সুৰুজ দিহিঙীয়া মহোদয় আৰু ৰাজ্যসভাৰ সাংসদ যোগেন মহন মহোদয়ৰ শুভ পৰিদৰ্শন।
তাৰিখ: ১২ জুন, ২০২৬

বিদ্যালয়ত  #বিশ্ব_পৰিৱেশ_দিৱস উদযাপনDate: 5 June, 2026
20/06/2026

বিদ্যালয়ত #বিশ্ব_পৰিৱেশ_দিৱস উদযাপন
Date: 5 June, 2026

চৰাইদেউ জিলাৰ বিদ্যালয় পৰিদৰ্শক মহোদয়ৰ আমাৰ বিদ্যালয়লৈ আগমন.তাৰিখ: ৯ মে’, ২০২৬
20/06/2026

চৰাইদেউ জিলাৰ বিদ্যালয় পৰিদৰ্শক মহোদয়ৰ আমাৰ বিদ্যালয়লৈ আগমন.
তাৰিখ: ৯ মে’, ২০২৬

Address

Khumtaie Tea Estate
Moranhat

Website

Alerts

Be the first to know and let us send you an email when khumtai Tea Estate Model Higher Secondary School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share