Moran Quiz Club

Moran Quiz Club কুইজ তথা শৈক্ষিক বিভিন্ন কাৰ্যসূচীৰে জ্ঞানৰ সম্ভাৰ উৎপত্তিত নিয়োজিত....

DAY - 13rd  Quiz   "Khela Hobe- The Open Sports Quiz"QUIZ  MASTER- Partha Pratim Phukan
04/09/2023

DAY - 1

3rd Quiz "Khela Hobe- The Open Sports Quiz"

QUIZ MASTER- Partha Pratim Phukan

❤ সকলোকে সাদৰেৰে নিমন্ত্রণ জনালোঁ।
01/09/2023

❤ সকলোকে সাদৰেৰে নিমন্ত্রণ জনালোঁ।

29/08/2023
28/08/2023

Countdown Starts for Moran Quiz Festival 9.0!!!

Excited?

আমি বহু কষ্ট-ত্যাগ, সাহস-প্ৰেৰণাৰ বলেৰে গঢ় দিবলৈ সক্ষম হোৱা 'মৰাণ কুইজ ক্লাৱে' যোৱা ১৭ আগষ্টত  ৯ টি বছৰ সম্পূর্ণ কৰিলেহ...
20/08/2023

আমি বহু কষ্ট-ত্যাগ, সাহস-প্ৰেৰণাৰ বলেৰে গঢ় দিবলৈ সক্ষম হোৱা 'মৰাণ কুইজ ক্লাৱে'
যোৱা ১৭ আগষ্টত ৯ টি বছৰ সম্পূর্ণ কৰিলেহি। জন্মদিন উদযাপন কৰিছিলোঁ আবেগৰ অনুষ্ঠানটিৰ। তাৰে কেইটিমান মুহূর্ত .... ❤🥰🥰

প্ৰয়াত যোগেন গগৈ সোঁৱৰণীপ্ৰথম বাৰ্ষিকসদৌ অসম মুকলি কুইজ প্ৰতিযোগিতা । সকলো কুইজপ্ৰেমীক সাদৰেৰে নিমন্ত্রণ জনালোঁ১৩ আগষ্ট...
07/08/2023

প্ৰয়াত যোগেন গগৈ সোঁৱৰণী
প্ৰথম বাৰ্ষিক
সদৌ অসম মুকলি কুইজ প্ৰতিযোগিতা ।

সকলো কুইজপ্ৰেমীক সাদৰেৰে নিমন্ত্রণ জনালোঁ
১৩ আগষ্ট ২০২৩

সময় পুৱা ৯ বজাৰ পৰা ....... সকলো কুইজাৰ্ড ন বজাৰ পূর্বে উপস্থিত হব বুলি আশা কৰিলোঁ
20/07/2023

সময় পুৱা ৯ বজাৰ পৰা ....... সকলো কুইজাৰ্ড ন বজাৰ পূর্বে উপস্থিত হব বুলি আশা কৰিলোঁ

কুইজৰ বতৰা-

মৰাণ প্ৰেছ ক্লাৱৰ দ্বি-বাৰ্ষিক অধিৱেশন আৰু একত্ৰিংশত্তম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি

িত্তিত_মুকলি_কুইজ_প্ৰতিযোগিতা

সকলোকে সাদৰেৰে নিমন্ত্রণ জনালোঁ।

আমাৰ কষ্ট আৰু সপোনৰ অনুষ্ঠান মৰাণ কুইজ ক্লাৱ আৰু কেইটিমান দিনৰ  পিছত নৱম বৰ্ষপূৰ্তিত খোজ পেলাবহি। প্ৰতিবছৰৰ দৰে এইবাৰো ...
13/07/2023

আমাৰ কষ্ট আৰু সপোনৰ অনুষ্ঠান মৰাণ কুইজ ক্লাৱ আৰু কেইটিমান দিনৰ পিছত নৱম বৰ্ষপূৰ্তিত খোজ পেলাবহি। প্ৰতিবছৰৰ দৰে এইবাৰো ক্লাৱৰ লিখিত দস্তাবেজ আৰু কুইজৰ লেখাৰে অলংকিত "প্ৰজ্ঞা" মুখপত্রৰ সৃষ্টিৰ কাম কৰিবলৈ আগবঢ়া হৈছে। সহযোগিতা কামনা কৰিলোঁ
(সবিশেষ বাতৰি টোত)

কুইজৰ বতৰা-মৰাণ প্ৰেছ ক্লাৱৰ দ্বি-বাৰ্ষিক অধিৱেশন আৰু একত্ৰিংশত্তম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি  িত্তিত_মুকলি_কুইজ_প্ৰ...
08/07/2023

কুইজৰ বতৰা-

মৰাণ প্ৰেছ ক্লাৱৰ দ্বি-বাৰ্ষিক অধিৱেশন আৰু একত্ৰিংশত্তম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি

িত্তিত_মুকলি_কুইজ_প্ৰতিযোগিতা

সকলোকে সাদৰেৰে নিমন্ত্রণ জনালোঁ।

আজি ইংৰাজী ৭ মে তাৰিখে মৰাণ কুইজ ক্লাৱৰ উদ্যোগত 'হব কুইজ'(Hub Quiz)ৰ অনুষ্ঠান মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকক্ষ...
07/05/2023

আজি ইংৰাজী ৭ মে তাৰিখে মৰাণ কুইজ ক্লাৱৰ উদ্যোগত 'হব কুইজ'(Hub Quiz)ৰ অনুষ্ঠান মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকক্ষত অনুষ্ঠিত কৰা হয়। কুইজৰ প্ৰশ্ন-উত্তৰৰ লগতে কুইজৰ ক্ষেত্ৰখনলৈ নতুনকৈ অহা শিক্ষাৰ্থীসকলক বৰ্তমান সময়ৰ কুইজ প্ৰতিযোগিতাসমূহত কেনেকৈ সবলভাৱে অৱতীৰ্ণ হব পাৰি তাৰ ওপৰতো আলোচনা কৰা হয়। অনুষ্ঠানটি আয়োজন কৰিবলৈ সুবিধা কৰি দিয়া বিদ্যালয়ৰ অধ্যক্ষ ছাৰ আৰু জিষ্ণু বাইদেউ লৈ আমাৰ তৰফৰ পৰা ধন্যবাদ জনালোঁ।

Address

Moranhat

Website

Alerts

Be the first to know and let us send you an email when Moran Quiz Club posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category