Halodhibari Bam-Gaon L. P. School

Halodhibari Bam-Gaon L. P. School

Share

হালধিবাৰী বাম গাঁও প্ৰাথমিক বিদ্যালয়
স্থাপিত : ১৯২৯ চন

15/12/2025
Photos from Halodhibari Bam-Gaon L. P. School's post 17/09/2025

SHIP

Photos from Halodhibari Bam-Gaon L. P. School's post 15/08/2025

🇮🇳🇮🇳🇮🇳🇮🇳
৭৯ সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ!
🇮🇳🇮🇳🇮🇳🇮🇳
জয় হিন্দ
বন্দে মাতৰম
জয় মা ভাৰতী
জয় আই অসম
🇮🇳🇮🇳🇮🇳🇮🇳

Photos from Halodhibari Bam-Gaon L. P. School's post 21/06/2025

আন্তৰ্জাতিক যোগ দিৱস ২০১৫

Photos from Halodhibari Bam-Gaon L. P. School's post 05/06/2025

পৰিৱেশ দিৱস, ২০২৫

Photos from Halodhibari Bam-Gaon L. P. School's post 01/04/2025

আছি ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়া কিতাপ আৰু সমসাজ বিতৰণ কৰা হয়৷

Photos from Halodhibari Bam-Gaon L. P. School's post 28/03/2025

সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰেৰণ কৰা ৰঙালী বিহুৰ শুভেচ্ছা৷

27/03/2025

যোৱা ২০২৩, ২০২৪ বৰ্ষৰ দৰে এইবৰ্ষৰ গুণোৎসৱতো আমাৰ বিদ্যালয়ে A⁺ গ্ৰেড লাভ কৰিছে। বিদ্যালয়ৰ স'তে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত সকলোৰে লগতে বিদ্যালয় পৰিচালনা সমিতি, মাতৃগোট, অভিভাৱক, বিভাগীয় বিষয়া-কৰ্মচাৰীৰ লগতে মৰমৰ ছাত্র-ছাত্ৰীসকললৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ।

Want your school to be the top-listed School/college in Moran?

Click here to claim your Sponsored Listing.

Location

Telephone

Address


3 No Dehingia Gaon, Borpathar
Moran
785676

Opening Hours

Monday 9am - 3:30pm
Tuesday 9am - 3:30pm
Wednesday 9am - 3:30pm
Thursday 9am - 3:30pm
Friday 9am - 3:30pm
Saturday 9am - 12:30pm