Moran Junior College

Moran Junior College

Share

A GOVT. CONCURRED JUNIOR COLLEGE OF ARTS, SCIENCE & COMMERCE.

27/02/2023

শ্ৰী শ্ৰী বৰখাতপাৰ সত্ৰৰ সত্ৰাধিকাৰ লীলাকান্ত মহন্ত দেৱে আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰা খবৰটোৱে আমাক মৰ্মাহত কৰিছে । শিক্ষা, সাংস্কৃতিক, আধ্যত্মিক চিন্তা, তৰ্ক, নাটক, খোল-তাল, ভাওঁনা আদি বিষয়ৰ আজীৱন শিক্ষক মহন্ত দেৱে জীৱন কালত কেইবাখনো নাটক ৰচনা আৰু পৰিচালনাৰে অসমীয়া সমাজ জীৱনলৈ সেৱা আগবঢ়াই গৈছে । মহন্ত দেৱলৈ
শ্ৰদ্ধা জনাই তেখেতৰ আত্মাই বৈকুণ্ঠত স্থান লাভ কৰাৰ হেতু পৰম পিতাৰ চৰণত প্ৰাৰ্থনা জনালো ।

Photos from Moran Junior College's post 16/01/2023
Photos from Moran Junior College's post 16/01/2023

আজি আউনীআটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য হিচাপে ডঃ ডম্বৰুধৰ নাথ দেৱক নিযুক্তি দিয়া হয আৰু শপত গ্ৰহণ অনুষ্ঠানটি সম্পন্ন কৰা হয়।

28/12/2021
31/05/2021
Want your school to be the top-listed School/college in Moran?

Click here to claim your Sponsored Listing.

Location

Category

Telephone

Address


Dikhari, Dibrugrah
Moran
785670

Opening Hours

Monday 9am - 4pm
Tuesday 9am - 4pm
Wednesday 9am - 4pm
Thursday 9am - 4pm
Friday 9am - 4pm
Saturday 9am - 4pm