14/05/2026
প্ৰজ্ঞা একাডেমীৰ,২০২৬ -২৭ বৰ্ষৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ শ্ৰেণীসমূহৰ আজি ১৪ মে ,২০২৬ ত শুভাৰম্ভণি কৰা হয় ।এই উপলক্ষে ৰাতিপুৱা প্ৰাৰ্থনা সভাত বন্তি প্ৰজ্বলন কৰি অধ্যক্ষা তথা দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰীয়ে নবাগত সকলক আদৰণি জনায় । ন পুৰণি ছাত্ৰ-ছাত্ৰী সকলে প্ৰাৰ্থনা গীত তথা জাতীয় সংগীত পৰিবেশন কৰি তেওঁলোকৰ প্ৰজ্ঞা একাডেমীৰ প্ৰথম দিনটো আৰম্ভণি কৰে ।