Shruti Sangeetashram,mirza

Shruti Sangeetashram,mirza the main aim of this institution is to bring out the new/hidden talents to the world of music and cul

THE "SHRUTI SANGEETASHRAM"

The main aim of this Institution is to bring out the new / hidden talents to the world of music and culture.Our vision is to establish the beautiful Art and Culture of Assam in the World assimilating the main stream of Indian culture. We'll try our level best to make the inheritable culture of Assam more attractive with full respect and without losing it's identity a

nd authenticity. Study of Music and Culture of other Countries is therefore also part of the programme of this Institution...........................

প্ৰতিজনৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ ।সময় :- সন্ধিয়া ৫:৩০ বজা ।
03/04/2026

প্ৰতিজনৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ ।সময় :- সন্ধিয়া ৫:৩০ বজা ।

30/03/2026
24/09/2025

All musicians, singers, composers, lyricists, arrangers, recordists and audio engineers are requested to come to Studio Orange Recording from 4 pm onwards today, to sign a petition from our music fraternity to our Hon’ble CM, to seek justice in Zubeen Garg’s case. Please come and sign without fail. We will have records of all. 🙏

৫ আগষ্ট'২০২৫ ইং তাৰিখ মঙ্গল বাৰ দিনটো মোৰ বাবে এটি বিশেষ ভাল লগা দিন। কাৰণ মই All India Radio ৰ Music Composer ৰ Fresh A...
06/08/2025

৫ আগষ্ট'২০২৫ ইং তাৰিখ মঙ্গল বাৰ দিনটো মোৰ বাবে এটি বিশেষ ভাল লগা দিন। কাৰণ মই All India Radio ৰ Music Composer ৰ Fresh Audition দিছিলোঁ যোৱা ২৯ নবেম্বৰ '২০২৪ ইং তাৰিখে । আজি ফলাফল আহিলে। ফলাফল সুন্দৰ ।Fresh Audition ত যদিও Grade - 2 দিয়া হয় । মই Grade -1 লৈ উত্তীৰ্ণ হবলৈ সক্ষ্যম হলোঁ। মোৰ Music Composer Audition ৰ তিনিটি গীতৰ গীতিকাৰ আছিল শ্ৰদ্ধাৰ ৰ্কীত্তিকমল ভূঞাঁ । কণ্ঠ শিল্পী- ৰূপম ভূঞা । বাদ্যযন্ত্ৰী শিল্পী আছিল - শ্ৰদ্ধাৰ ৰাজকুমাৰ ৰবি দাস দা ( তবলা ) আৰু জয়ন্ত গগৈ দা (গীটাৰ), বন্ধু পৱন ৰাভা (চেহনাই,চেক্সোফোন,বাঁহী) আৰু ভাইতি নৱ কুমাৰ দাস ( কী-বোৰ্ড)। শব্দযন্ত্ৰী আছিল ভাইতি দেৱজিৎ ব্ৰহ্ম। 
প্ৰতিজনে মোৰ লগত আন্তৰিকতাৰে সহযোগীতা কৰা বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ। Film Craft Studio ত ২৮ নবেম্বৰ ২০২৪ ইং তাৰিখে গীত তিনিতিৰ আখৰা কৰিবলৈ সুবিধা কৰি দিয়াৰ বাবে ভাস্কৰ ডেকাক ও বিশেষ ভাবে ধন্যাবাদ জ্ঞাপন কৰিলোঁ।
লগতে আজিয়ে মোৰ Guitar ৰ Upgraditionৰ ফলাফল ও পালো ।মই আজি B - Grade ৰ পৰা B - High লৈ উত্তীৰ্ণ হলোঁ । লগতে মোৰ প্ৰতিজন গুৰুলৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জনালোঁ।🙏🙏🙏🙏🙏

শ্ৰুতি সংগীতাশ্ৰমৰ ২০১৯  বৰ্ষৰ সংগীত কৰ্মশালাৰ এক সুমধুৰ স্মৃতি
18/07/2025

শ্ৰুতি সংগীতাশ্ৰমৰ ২০১৯ বৰ্ষৰ সংগীত কৰ্মশালাৰ এক সুমধুৰ স্মৃতি

Plz Share,Like ,Comments, Promote and Subscribe
03/06/2025

Plz Share,Like ,Comments, Promote and Subscribe

07/05/2025

এনে এখনি দেশ আমাৰ মহান ভাৰত , মহান...... " ভাৰতবৰ্ষ "। বিশ্বক গৰ্বেৰে ক'ব পাৰো,শিৰ উচ্ছ কৰি, জাতি-ধৰ্মৰ উৰ্ধত আমি , আমি ভাৰতীয় ।

আজি ১ বহাগ" ১৪৩২ ভাস্কৰাব্দ / ১৯৪৭ শকাব্দ  (ইং ১৫ এপ্ৰিল'২০২৫ তাৰিখ)      ❤️🙏 শ্ৰুতি সংগীতাশ্ৰমৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰী তথ...
15/04/2025

আজি ১ বহাগ" ১৪৩২ ভাস্কৰাব্দ / ১৯৪৭ শকাব্দ (ইং ১৫ এপ্ৰিল'২০২৫ তাৰিখ)
❤️🙏 শ্ৰুতি সংগীতাশ্ৰমৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰী তথা অবিভাৱক আৰু শুভকাঙ্ক্ষীক বিহুৰ ওলগ জনালোঁ ।🙏❤️ প্ৰতিজনৰে সাংস্কৃতিক মন বোৰ, সুন্দৰ সপোনবোৰ সুখ-শান্তি আৰু আনন্দৰে পূৰ্ণ হওক ।

11/04/2025

হিয়া ভৰা শুভকমনাৰে-২০২৫ ৰ সুৰীয়া স্মৃতি শ্ৰীমন্ত মাধৱ দৃৱ প্ৰেক্ষাগৃহত । ( দীপ ৰাজবংশী,ড° মৃনাল দাস,তপন দাস আৰু জয়ন্ত গগৈ ) ৰ সুন্দৰ অনুভৱেৰে ভূপেন উজীৰ দেৱৰ গীতৰ এক সুৰৰ-সমলয়

হিয়া ভৰা শুভকমনাৰে-২০২৫ ৰ সুৰীয়া স্মৃতি শ্ৰীমন্ত মাধৱ দৃৱ প্ৰেক্ষাগৃহত ।
11/04/2025

হিয়া ভৰা শুভকমনাৰে-২০২৫ ৰ সুৰীয়া স্মৃতি শ্ৰীমন্ত মাধৱ দৃৱ প্ৰেক্ষাগৃহত ।

বিশিষ্টা গায়িকা তথা সুৰকাৰ  আকাশবাণী গুৱাহাটীৰ স্বীকৃতিপ্ৰাপ্ত কন্ঠশিল্পী আমাৰ অতি মৰমৰ শিল্পী জে.পি. দাস দাৰ সহধৰ্মিনী,...
29/03/2025

বিশিষ্টা গায়িকা তথা সুৰকাৰ আকাশবাণী গুৱাহাটীৰ স্বীকৃতিপ্ৰাপ্ত কন্ঠশিল্পী আমাৰ অতি মৰমৰ শিল্পী জে.পি. দাস দাৰ সহধৰ্মিনী, শ্ৰদ্ধাৰ হীৰা দাস বৌৰ আত্মাৰ চিৰ শান্তি কামনা কৰিলোঁ🙏 🙏🙏 ঔম শান্তি ।

Address

DEEP RAJBANGSHI
Mirza
781125

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 5:30pm - 9pm
Sunday 9am - 5pm

Telephone

+919101085876

Website

Alerts

Be the first to know and let us send you an email when Shruti Sangeetashram,mirza posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Shruti Sangeetashram,mirza:

Shortcuts

Share