Pre Defence academy Assam

Pre Defence academy Assam PRE DEFENCE ACADEMYত দেশ মাতৃক সেৱা আগবঢ়াব বিচৰা ছাত্ৰ ছাত্ৰীক প্ৰাথমিক পৰ্যা়য়ৰ পৰা প্ৰশিক্ষণ দিয়া হয়

19/10/2023
06/07/2023

Yyy b

2021/22 বৰ্ষত অসম আৰক্ষীৰ লগতে বিভিন্ন বিভাগত  Pre Defence academy Assam ৰ পৰা সফলতা লাভ কৰা ব্যক্তি সকলৰ নামৰ তালিকা.
23/01/2023

2021/22 বৰ্ষত অসম আৰক্ষীৰ লগতে বিভিন্ন বিভাগত Pre Defence academy Assam ৰ পৰা সফলতা লাভ কৰা ব্যক্তি সকলৰ নামৰ তালিকা.

সু খৱৰ Pre Defence Academy লৈ পুনৰ গৌৱৰ কঢ়িয়াই আনিছে নহিৰা গাৱৰ অংকুৰ জ্যোতি শৰ্মা আৰু মিৰ্জাৰ নিকুমনি কুমাৰে।সদ্যঘোষিত ...
18/09/2022

সু খৱৰ
Pre Defence Academy লৈ পুনৰ গৌৱৰ কঢ়িয়াই আনিছে নহিৰা গাৱৰ অংকুৰ জ্যোতি শৰ্মা আৰু মিৰ্জাৰ নিকুমনি কুমাৰে।

সদ্যঘোষিত অসম আৰক্ষীৰ বিভিন্ন পদৰ ফলাফলে উৎফুল্লিত কৰি তুলিলে প্ৰী ডিফেঞ্চ একাডেমিক। প্ৰী ডিফেঞ্চ একাডেমিত বছৰযোৰা প্ৰশিক্ষণ গ্ৰহণ কৰি অসম আৰক্ষীত নিজৰ নাম অন্তৰ্ভুক্ত কৰিলে ২গৰাকীকৈ যুৱকে।

18/09/2022

কৃতজ্ঞতা,
প্ৰি ডিফেন্স একাডেমিৰ সমূহ শিক্ষাৰ্থী তথা প্ৰশিক্ষক লগতে একাডেমিৰ লগত জড়িত শুভ্কাঙ্খী সকল. আজিৰ এই শুভ সংবাদৰ সাক্ষী হৈ যি সকল শিক্ষাৰ্থী আৰক্ষী বিভাগত উৰ্তীন্য হৈছে সকলোলৈ শুভকামনা জনাই.. প্ৰি ডিফেন্স একাডেমিৰ বাবে গৌৰব কঢ়িয়াই আনিছে..লগতে যি শিক্ষাৰ্থীৰ ভাল খবৰ নাহিল মনত দুখ নকৰি আকৌ অধিক কষ্ট কৰি আগবাঢ়ি যাবলৈ মোৰ মৰম থাকিল..

18/06/2022

🇮🇳 *অগ্নিপথ স্কিম কি* 🇮🇳

▪️:- বয়স 17 বছৰ 6 মাহৰ পৰা 23 বছৰৰ ভিতৰত ।
▪️:- যোগ্যতা হায়াৰ চেকেন্ডাৰি উৰ্ত্তীৰ্ণ হ'ব লাগিব ।
▪️:- নিয়মানুসৰি দৰে শাৰীৰিক পৰীক্ষা লোৱা হ'ব ।
▪️:- পৰিসেৱাৰ সময়কাল 4 বছৰ ।
▪️:- প্রশিক্ষণৰ সময়কাল 6 মাহ ।
▪️:- প্রথম বছৰৰ দৰমহা প্রতি মাহে 30 হাজাৰ টকা । তাৰ পৰা 9 হাজাৰ টকা কাটি জমা কৰি ৰখা হব । অৰ্থাৎ মাহে 21 হাজাৰ টকা পোৱা যাব । দ্বিতীয় বর্ষত 33000 হাজাৰ টকা, মাহত 10000 টকা কাটি ৰখা হব ! মাহে 23 হাজাৰ টকা পাব । তৃতীয় বছৰত 36000 হাজাৰ টকা পোৱা যাব , তাৰ পৰা 11000 টকা কাটি প্রতি মাহে 25000 হাজাৰ টকা পোৱা যাব, চতুর্থ বছৰত মাহে 40000 হাজাৰ টকা পাব যাৰ পৰা প্রতি মাহে 12000 টকা কাটি মাহে 28000 হাজাৰ টকা পাব !
▪️:- 4 বছৰৰ চাকৰিৰ ম্যাদ, অবসৰত 11 লাখ 71 হাজাৰ টকা পৰিসেৱা তহবিল প্যাকেজ হিচাবে পাব !
▪️:- 4 বছৰৰ চাকৰিৰ ম্যাদৰ পিছত যোগ্যতাৰ মানদণ্ড অনুপাতে 25% জোৱানক সেনাবাহিনীত স্থায়ীভাবে নিয়োগ কৰা হব , বাকি 75% সৈন্যসকলক অগ্নিবীৰ দক্ষতা প্ৰশংসাপত্র দিয়া হব , যাৰ ভিত্তিত বেসৰকাৰি কোম্পানিত চাকৰিৰ অগ্রাধিকাৰ , লগতে
নিজস্ব ব্যৱসায় কৰাৰ বাবে ন্যূনতম সুদৰ হাৰত অ-নিৰাপত্তা ঋণ প্রদান কৰা হব !
▪️:- প্রতি বছৰ তিনিওটা বাহিনীত ৫০ হাজাৰকৈ সৈন্য নিয়োগ কৰা হব !!

▪️:- অগ্নিপথ প্রকল্পত 18-19 বছৰত নিয়োজিত এজন যুৱক 22-23 বয়সত অৱসৰ ল'ব ! তাৰ মানে পৰবর্তী সময়ত সি এটি ভাল চাকৰিৰ বাবে প্রস্তুত হ'ব পাৰিব ।

🇮🇳 *জয় হিন্দ*🇮🇳
🇮🇳 *বন্দেমাতৰম* 🇮🇳
🇮🇳 *ভাৰত মাতা কী জয়* 🇮🇳

নৱম দশম শ্ৰেণীত পঢ়ি থকাৰ পৰাই ৰাষ্টাত দৌৰি আছিলোঁ। যেতিয়া কলেজ পালো মোবাইল ললো তেতিয়া দেখিলো অন্য ৰাজ্যত প্ৰতিৰক্ষা বাহি...
13/06/2022

নৱম দশম শ্ৰেণীত পঢ়ি থকাৰ পৰাই ৰাষ্টাত দৌৰি আছিলোঁ। যেতিয়া কলেজ পালো মোবাইল ললো তেতিয়া দেখিলো অন্য ৰাজ্যত প্ৰতিৰক্ষা বাহিনীত যাবলৈ বিচৰা যুৱক যুৱতী সকলৰ বাবে বিশেষ ব্যৱস্থা আছে। নিজ অঞ্চলত ময়ো এগৰাকী প্ৰতিৰক্ষা বিভাগৰ প্ৰত্যাশিত হিচাপে তেনে অনুষ্ঠানৰ অভাৱ অনুভৱ কৰিছিলো। পিছত হঠাৎ এদিন তলক্য দাৰ ষ্টেটাছ’ ত পালো সেই বিশেষ পোষ্টাৰ খন। খৱৰ কৰিলো আৰু কিছু মাহ পিছত জইন হলো । বোধকৰো একাডেমীৰ প্ৰথম ফ্ৰমখন ময়েই পূৰণ কৰা। পিছত একাডেমীত গৈ বহু শিকিলো আৰু বহু খিনি শিকিব আছে। অনুষ্ঠানটোত পাই বহু সুখী, আটাইকে অন্তৰৰ পৰা বহুত বহুত শ্ৰদ্ধা নিবেদন কৰিলোঁ। সকলৰে মনত নতুন চিন্তাৰ উদ্ভাৱন হওক। একেলগে সকলোৱে আগুৱাই যোৱাৰ লগতে একাডেমীৰ উন্নতি কামনা কৰিলোঁ।

*জয়তু প্ৰী ডিফেন্স একাডেমী*

প্ৰি ডিফেন্স একাডেমিৰ পৰা অসম আৰক্ষীৰ (COMMONDO ) পদৰ শাৰীৰিক পৰীক্ষাৰ বাবে নতুন 50 জন/জনীয়া ৰ বিশেষ প্ৰশিক্ষণত গোট গঠনৰ...
24/02/2022

প্ৰি ডিফেন্স একাডেমিৰ পৰা অসম আৰক্ষীৰ (COMMONDO ) পদৰ শাৰীৰিক পৰীক্ষাৰ বাবে নতুন 50 জন/জনীয়া ৰ বিশেষ প্ৰশিক্ষণত গোট গঠনৰ উদেশ্যে নতুন শিক্ষাৰ্থীৰ প্ৰশিক্ষণৰ বাবে নাম ভৰ্ত্তি আৰম্ভ কৰা হৈছে..
ইচ্ছুক শিক্ষাৰ্থীয়ে যোগাযোগ কৰক।
নাম পঞ্জিয়নৰ অন্তিম তাৰিখ =30/02/2022.
বি:দ্ৰ:
Age=>18 To 21 years as on 01-01-2021 (I.E the candidete must be born on or before 01-01-2003 and on or after 01-01-2000.

Age Relaxation :-Upper age limit will be relaxed for:
i)5(five) years in respect of candidates belonging to SC,ST(P) and ST(H).
ii)3(three) years in respect of candidates belonging to OBC/MOBC.

Education qualification :- HSLC or equivalent examination passed on recognized board or council
In addition for the post of constable (nursing)nursing diploma is necessary.

Physical Standard :-
i)Height(minimum) Male&Tng Female
a)General 167cm 162cm
b)OBC/MOBC/SC 162cm 157cm
b)ST(H)/ST(P)/gorkha 160.02cm 152.40cm

ii)Chest(only for male & Transgender )
Normal Expanded
a)Gen/OBC/SC/ 85cm 90 cm
ST(P)
b)ST(H) 80cm 85cm

মুখ্য প্ৰশিক্ষক
সঞ্জয় শৰ্মা
প্ৰি ডিফেন্স একাডেমি.
C/N=9706183872

Address

Mirza

Telephone

+919706183872

Website

Alerts

Be the first to know and let us send you an email when Pre Defence academy Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category