19/09/2026
🕊️ শ্ৰদ্ধাঞ্জলি
ধুমুহাৰ সৈতে মোৰ বহু যুগৰে নাচোন,
সুৰৰ মাজেৰে অমৰ হৈ ৰ’ল এক কিংবদন্তি।
তেওঁৰ কণ্ঠ, তেওঁৰ সুৰ আৰু তেওঁৰ সৃষ্টি
চিৰদিনে জীয়াই থাকিব আমাৰ হৃদয়ত।
ঈশ্বৰপুত্ৰলৈ আমাৰ গভীৰ শ্ৰদ্ধাঞ্জলি। 🕯️🙏