Dahotia ME School

Dahotia ME School Nothing is more purifying on Earth than knowledge

শণিবৰীয়া চ'ৰাত দহোটীয়া গাঁৱৰ উদীয়মান যুৱক জ্যোতিষ্মান গগৈয়ে শিক্ষাৰ্থীসকলক কলা শিক্ষাৰ জ্ঞান প্ৰদান কৰে। তেওঁক বিদ্য...
13/09/2025

শণিবৰীয়া চ'ৰাত দহোটীয়া গাঁৱৰ উদীয়মান যুৱক জ্যোতিষ্মান গগৈয়ে শিক্ষাৰ্থীসকলক কলা শিক্ষাৰ জ্ঞান প্ৰদান কৰে। তেওঁক বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক শুভ কামনা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

৮ ছেপ্টেম্বৰত সুধাকণ্ঠ দিৱস উদযাপন।
13/09/2025

৮ ছেপ্টেম্বৰত সুধাকণ্ঠ দিৱস উদযাপন।

14/08/2025

আজিৰ সমদল....

৭৯ তম স্বাধীনতা দিৱস উপলক্ষ্যে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা সমদল .... লগতে বিদ্যালয়ত চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগ...
14/08/2025

৭৯ তম স্বাধীনতা দিৱস উপলক্ষ্যে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা সমদল .... লগতে বিদ্যালয়ত চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। তাৰিখ :১৪/০৮/২০২৫

30/06/2025

জিলা দিৱস।

গ্ৰীষ্ম বন্ধৰ প্ৰাক মুহূৰ্তত শিক্ষাৰ্থী সকলৰ মাজত চাউল বিতৰণ কৰা হয়।
30/06/2025

গ্ৰীষ্ম বন্ধৰ প্ৰাক মুহূৰ্তত শিক্ষাৰ্থী সকলৰ মাজত চাউল বিতৰণ কৰা হয়।

জিলা দিৱস উপলক্ষ্যে বিদ্যালয়ত অনুষ্ঠিত অনুষ্ঠান।
30/06/2025

জিলা দিৱস উপলক্ষ্যে বিদ্যালয়ত অনুষ্ঠিত অনুষ্ঠান।

বিদ্যালয় পৰিচালনা সমিতিৰ সভা।
21/06/2025

বিদ্যালয় পৰিচালনা সমিতিৰ সভা।

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২১ জুন ২০২৫
21/06/2025

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২১ জুন ২০২৫

বিষ্ণু ৰাভা দিৱস উদযাপন।২০/৬/২০২৫
20/06/2025

বিষ্ণু ৰাভা দিৱস উদযাপন।২০/৬/২০২৫

বিশ্ব পৰিৱেশ দিৱস উপলক্ষ্যে বিদ্যালয়ত অনুষ্ঠিত পৰিৱেশ দিৱস।
05/06/2025

বিশ্ব পৰিৱেশ দিৱস উপলক্ষ্যে বিদ্যালয়ত অনুষ্ঠিত পৰিৱেশ দিৱস।

বিদ্যালয়ৰ শাকনিৰ শাক মধ্যাহ্ন ভোজনৰ বাবে।
29/05/2025

বিদ্যালয়ৰ শাকনিৰ শাক মধ্যাহ্ন ভোজনৰ বাবে।

Address

Dahotia Gaon , PO/NAKACHARI
Mariani
785635

Telephone

+916002149134

Website

Alerts

Be the first to know and let us send you an email when Dahotia ME School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Dahotia ME School:

Shortcuts

Share

Category