niz makum cluster

niz makum cluster Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from niz makum cluster, Education Website, makumkilla, Margherita.

এই ফেচবুক পেজ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা শিক্ষা খণ্ডৰ অন্তৰ্গত নিজমাকুম মণ্ডল সমল কেন্দ্ৰৰ ভিতৰত অনুষ্ঠিত বিভিন্ন শৈক্ষিক অনুষ্ঠান, সভা, ক্ৰিয়াকলাপৰ বিষয়ে অৱগত কৰন ও বিশেষ স্মৃতি সমূহ সঞ্চিত কৰি ৰখাৰ এক প্ৰচেষ্টা ।

20/06/2025
২০২৪-২৫ শিক্ষাবৰ্ষৰ গুনোৎসৱত result : নিজমাকুম প্ৰাথমিক বিদ্যালয়ে A+ গ্ৰেড পাবলৈ সক্ষম হয় ।
27/03/2025

২০২৪-২৫ শিক্ষাবৰ্ষৰ গুনোৎসৱত result :

নিজমাকুম প্ৰাথমিক বিদ্যালয়ে A+ গ্ৰেড পাবলৈ সক্ষম হয় ।

২০২৪-২৫ শিক্ষাবৰ্ষৰ গুনোৎসৱত result : নিজমাকুম উচ্চ মাধ্যমিক বিদ্যালয় A+ গ্ৰেড পাবলৈ সক্ষম হয় ।
27/03/2025

২০২৪-২৫ শিক্ষাবৰ্ষৰ গুনোৎসৱত result :

নিজমাকুম উচ্চ মাধ্যমিক বিদ্যালয় A+ গ্ৰেড পাবলৈ সক্ষম হয় ।

২০২৪-২৫ শিক্ষাবৰ্ষৰ গুনোৎসৱত result : Navajyoti LPS  A+ গ্ৰেড পাবলৈ সক্ষম হয় ।
27/03/2025

২০২৪-২৫ শিক্ষাবৰ্ষৰ গুনোৎসৱত result :

Navajyoti LPS A+ গ্ৰেড পাবলৈ সক্ষম হয় ।

শৈক্ষিক মেলা ২০২৫নিজ মাকুম প্ৰাথমিক বিদ্যালয় দিনাংক:২৫/২/২০২৫
28/02/2025

শৈক্ষিক মেলা ২০২৫

নিজ মাকুম প্ৰাথমিক বিদ্যালয়
দিনাংক:২৫/২/২০২৫

শৈক্ষিক মেলা ২৫মাকুমকিল্লা প্ৰাথমিক বিদ্যালয়দিনাংক: ২৫/২/২০২৫
28/02/2025

শৈক্ষিক মেলা ২৫

মাকুমকিল্লা প্ৰাথমিক বিদ্যালয়

দিনাংক: ২৫/২/২০২৫

'ক' শ্ৰেণীৰ শৈক্ষিক মেলা২০২৫নৱজ্যোতি প্ৰাথমিক বিদ্যালয় দিনাংক -২৮/২/২০২৫
28/02/2025

'ক' শ্ৰেণীৰ শৈক্ষিক মেলা২০২৫

নৱজ্যোতি প্ৰাথমিক বিদ্যালয়
দিনাংক -২৮/২/২০২৫

শৈক্ষিক মেলা 25৪ নং মাকুম পথাৰ প্ৰাথমিক বিদ্যালয় দিনাংক:২১/২/২০২৫
23/02/2025

শৈক্ষিক মেলা 25

৪ নং মাকুম পথাৰ প্ৰাথমিক বিদ্যালয়

দিনাংক:২১/২/২০২৫

মন কি বাতনিজ মাকুম উচ্চ মাধ্যমিক বিদ্যালয় দিনাংক -ঃ ১০ ফেব্ৰুৱাৰী ২০২৫।
22/02/2025

মন কি বাত
নিজ মাকুম উচ্চ মাধ্যমিক বিদ্যালয়

দিনাংক -ঃ ১০ ফেব্ৰুৱাৰী ২০২৫।

শামুকজান প্ৰাথমিক বিদ্যালয়ৰ প্ৰাঙ্গণত সমগ্ৰ শিক্ষা তিনিচুকীয়া জিলা উদ্যোগত অনুষ্ঠিত হোৱা সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠানত  ২০২...
22/02/2025

শামুকজান প্ৰাথমিক বিদ্যালয়ৰ প্ৰাঙ্গণত সমগ্ৰ শিক্ষা তিনিচুকীয়া জিলা উদ্যোগত অনুষ্ঠিত হোৱা সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠানত ২০২৪-২৫ শিক্ষাবৰ্ষত মণ্ডল পৰ্যায়ত বিদ্যালয়লৈ উ ৎকৃষ্ট সেৱা আগবঢ়োৱা ক্ষেত্ৰত শ্ৰেষ্ঠ হিচাপে বিবেচিত হোৱা #নৱজ্যোতি প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতি আৰু মাতৃগোটলৈ সম্বৰ্ধনা জ্ঞাপন কৰা কিছু মূহুৰ্ত।

দিনাংক -ঃ ৭ ফেব্ৰুৱাৰী ২০২৫।

Address

Makumkilla
Margherita

Website

Alerts

Be the first to know and let us send you an email when niz makum cluster posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share