Rajib mech

Rajib mech Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Rajib mech, Education, Margherita.

24/10/2023
আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে মাৰ্ঘেৰিটা শাখাৰ উদ্যোগত হাই স্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যম...
09/07/2022

আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে মাৰ্ঘেৰিটা শাখাৰ উদ্যোগত হাই স্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত বিশেষ দক্ষতাৰে তাৰকা নম্বৰ লাভ কৰি উত্তির্ণ হোৱা ছাত্র -ছাত্রী সকলক বিশেষ সম্বৰ্দ্ধনা জনোৱা। 🚩

আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ মাৰ্ঘেৰিটা শাখাৰ দ্বাৰা ৭৩ তম্ গনতন্ত্র দিৱস উপলক্ষে ভাৰত মাতা পূজন কৰা হয়।
26/01/2022

আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ মাৰ্ঘেৰিটা শাখাৰ দ্বাৰা ৭৩ তম্ গনতন্ত্র দিৱস উপলক্ষে ভাৰত মাতা পূজন কৰা হয়।

সত্ৰ নগৰী মাজুলীৰ এক বৰ্ণিল যাত্রা  স্মৃতিবোৰ  সজীব হৈ ৰওঁক চিৰদিন চিৰকাল।❤
08/01/2022

সত্ৰ নগৰী মাজুলীৰ এক বৰ্ণিল যাত্রা স্মৃতিবোৰ সজীব হৈ ৰওঁক চিৰদিন চিৰকাল।❤

মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ ছাত্র একতা সভাৰ উপ- সভাপতি শ্রী ৰৌচন উপাধ্যা আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদত অনুষ্ঠানিক ভাবে ...
02/12/2021

মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ ছাত্র একতা সভাৰ উপ- সভাপতি শ্রী ৰৌচন উপাধ্যা আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদত অনুষ্ঠানিক ভাবে যোগদান কৰে। আশা ৰাখিম আগন্তুক সময়ত ছাত্র সমাজৰ অন্যতম বলিষ্ঠ কণ্ঠ হিচাপে কণ্ঠ নিগৰাবলৈ সক্ষম হব ।
ভাৰত মাতা কি জয়।

আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ মাৰ্ঘেৰিটা শাখাৰ উদ্যোগত নিজ মাকুম হাই স্কুলৰ প্ৰাঙ্গনত মহাবীৰ লাচিত বৰফুকনদেৱৰ জন্ম জ...
24/11/2021

আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ মাৰ্ঘেৰিটা শাখাৰ উদ্যোগত নিজ মাকুম হাই স্কুলৰ প্ৰাঙ্গনত মহাবীৰ লাচিত বৰফুকনদেৱৰ জন্ম জয়ন্তী তথা লাচিত দিৱস উপলক্ষে এলানি প্ৰশ্ন উত্তৰৰ শিতানৰ লগতে নৃত্য পৰিবেশন অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ মাৰ্ঘেৰিটা শাখাৰ উদ্যোগত মহাবীৰদাস হিন্দী প্ৰাথমিক বিদ্যালয় প্ৰসঙ্গত সুধাকণ্ঠ ড. ভূপ...
05/11/2021

আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ মাৰ্ঘেৰিটা শাখাৰ উদ্যোগত মহাবীৰদাস হিন্দী প্ৰাথমিক বিদ্যালয় প্ৰসঙ্গত সুধাকণ্ঠ ড. ভূপেন হাজৰিকা দেৱৰ মৃত্যু বাৰ্ষিকীত একাজলি শ্ৰদ্ধাঞ্জলি অনুস্থান অনুষ্ঠিত কৰা হয়।

04/11/2021

সমূহ অসমবাসী ৰাইজক পোহৰৰ উৎসৱ দীপাৱলীৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ❤

Address

Margherita

Telephone

+919365445943

Website

Alerts

Be the first to know and let us send you an email when Rajib mech posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category