15/12/2024
মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণী অনুষ্ঠান উপলক্ষে বিদ্যাল়য়ত উৎসৱমুখৰ পৰিবেশ। এফালে যদি প্ৰাক্তন ছাত্ৰ- ছাত্ৰী সকলে কোৰাচৰ আখৰা কৰি আছে, আনফালে আকৌ হুঁচৰিৰ আখৰা চলি আছে। মুঠতে কাৰোৰে আহৰি নাই।
আপোনালোক সাজু নে ......
আমি সাজু আপোনালোক আদৰিবলৈ।