SAJVHsM

Call Directions

SAJVHsM SAJV HsM..is a Private institution whre mny stdnts r reading ..full form of SAJV HsM..Is.."SANKAR AJAN JATIYA VIDYALAYA HATSINGIMARI""

শঙ্কৰ আজান জাতীয় বিদ্যালয়ত শিক্ষক/শিক্ষয়িত্ৰীৰ বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী । উক্ত কাৰ্যসূচীত প্ৰশিক্ষক হিচাপে উপস্থিত থ...
19/09/2026

শঙ্কৰ আজান জাতীয় বিদ্যালয়ত শিক্ষক/শিক্ষয়িত্ৰীৰ বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী । উক্ত কাৰ্যসূচীত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে আব্দুল কালাম সেখ চাৰ ।

জুবিন দিৱস উপলক্ষে শঙ্কৰ আজান জাতীয় বিদ্যালয়, হাটশিঙিমাৰীত বিশেষ  কাৰ্যসূচী।
19/09/2026

জুবিন দিৱস উপলক্ষে শঙ্কৰ আজান জাতীয় বিদ্যালয়, হাটশিঙিমাৰীত বিশেষ কাৰ্যসূচী।

আজি শঙ্কৰ আজান জাতীয় বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সৈতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী সকলৰ মাজত বিশেষ সভা অনুষ্ঠিত।
19/09/2026

আজি শঙ্কৰ আজান জাতীয় বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সৈতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী সকলৰ মাজত বিশেষ সভা অনুষ্ঠিত।

শিক্ষক দিৱস উপলক্ষে শঙ্কৰ আজান জাতীয় বিদ্যালয়ত ছাত্ৰ ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত হোৱা চিত্ৰাংকণ প্ৰতিযোগিতাত ১ম, ২য় আৰু...
09/09/2026

শিক্ষক দিৱস উপলক্ষে শঙ্কৰ আজান জাতীয় বিদ্যালয়ত ছাত্ৰ ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত হোৱা চিত্ৰাংকণ প্ৰতিযোগিতাত ১ম, ২য় আৰু ৩য় স্থান দখল কৰা ছাত্ৰ ছাত্ৰী সকলক পুৰস্কাৰ দিয়া মুহূৰ্তত।

Happy Teacher's Day  #শঙ্কৰ_আজান_জাতীয়_বিদ্যালয়_হিটশিঙিমাৰী
05/09/2026

Happy Teacher's Day
#শঙ্কৰ_আজান_জাতীয়_বিদ্যালয়_হিটশিঙিমাৰী

শঙ্কৰ আজান জাতীয় বিদ্যালয় ৮০ তম্ স্বাধীনতা দিৱস উপলক্ষে কেইবাখনো বিশেষ ফটো
15/08/2026

শঙ্কৰ আজান জাতীয় বিদ্যালয়
৮০ তম্ স্বাধীনতা দিৱস উপলক্ষে কেইবাখনো বিশেষ ফটো

15/08/2026

শঙ্কৰ আজান জাতীয় বিদ্যালয়ৰ,হাটশিঙিমাৰী

শঙ্কৰ আজান জাতীয় বিদ্যালয়।৮০ তম্ স্বাধীনতা দিৱসলৈ সকলোকে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন।
14/08/2026

শঙ্কৰ আজান জাতীয় বিদ্যালয়।
৮০ তম্ স্বাধীনতা দিৱসলৈ সকলোকে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন।

প্ৰথম গোট পৰীক্ষাৰ চলি থকা সময়ৰ ফটো  #শঙ্কৰ_আজান_জাতীয়_বিদ্যালয়_হাটশিঙিমাৰী
11/07/2026

প্ৰথম গোট পৰীক্ষাৰ চলি থকা সময়ৰ ফটো
#শঙ্কৰ_আজান_জাতীয়_বিদ্যালয়_হাটশিঙিমাৰী

শঙ্কৰ আজান জাতীয় বিদ্যালয়
08/06/2026

শঙ্কৰ আজান জাতীয় বিদ্যালয়

Address

Mankachar
783135

Opening Hours

Monday 9:30am - 3:15pm
Tuesday 9:30am - 3pm
Wednesday 9:30am - 3pm
Thursday 9:30am - 5pm
Friday 9:30am - 3:15pm
Saturday 9:30am - 1pm

Telephone

+917896579313

Website

Alerts

Be the first to know and let us send you an email when SAJVHsM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category