২ নং শুক্তাগুৰি প্ৰাথমিক বিদ্যালয়

  • Home
  • India
  • Mangaldoi
  • ২ নং শুক্তাগুৰি প্ৰাথমিক বিদ্যালয়

২ নং শুক্তাগুৰি প্ৰাথমিক বিদ্যালয় দুৰ্গম পথ অতিক্ৰম কৰি উন্নত শিক্ষা দিয়া আমাৰ লক্ষ্য।

09/03/2026

১৫ মাৰ্চৰ পৰা নামভৰ্ত্তি আৰাম্ভ হব। চাৰি বছৰৰ ওপৰৰ আৰু যিকোনো বিদ্যালয়ত পঢ়ি থকা ছাত্ৰ ছাত্ৰী নামভৰ্ত্তি কৰিব পাৰিব।

07/03/2026
02/03/2026

সাধাৰণ জ্ঞানৰ কিছু প্ৰশ্ন আৰু তাৰ উত্তৰ

21/02/2026

ক শ্ৰেণী, প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেনীৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা নেওঁতা পাঠ।

19/02/2026

এইবছৰ অনুষ্ঠিত হৈ যোৱা বাৰ্ষিক খেল ধেমালি প্ৰতিযোগিতাত পোন প্ৰথমবাৰৰ বাবে খেল শেষ হোৱাৰ লগে লগে মেডেল দিয়াৰ ব্যৱস্থা কৰা হয়। বিভিন্ন খেলত মুঠ ১০২ টা মেডেল প্ৰদান কৰা হয়।

নাম ভৰ্ত্তিৰ বাবে প্ৰ পত্ৰ জমা লৈ থকা হৈছে। চাৰি বছৰ ওপৰৰ বয়সৰ পৰা নাম ভৰ্ত্তি কৰাব পাৰিব। যিকোনো চৰকাৰী বা প্ৰাইভেট স্...
28/01/2026

নাম ভৰ্ত্তিৰ বাবে প্ৰ পত্ৰ জমা লৈ থকা হৈছে। চাৰি বছৰ ওপৰৰ বয়সৰ পৰা নাম ভৰ্ত্তি কৰাব পাৰিব। যিকোনো চৰকাৰী বা প্ৰাইভেট স্কুলত পঢ়ি থকা ছাত্ৰ ছাত্ৰী নাম ভৰ্ত্তি কৰিব পাৰিব।

15/01/2026

সম্প্ৰীতি ভোজন কাৰ্যসূচী

06/01/2026

তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা নেওঁতা পাঠ

03/01/2026

আজি বাজানা পথাৰ মণ্ডলৰ ২ নং শুক্তাগুৰি প্ৰাথমিক বিদ্যালয়ত আয়োজিত ক-শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে শৈক্ষিক মেলাৰ কিছু মূহুৰ্ত..

Address

Lenga Suktaguri
Mangaldoi

Telephone

+918011043428

Website

Alerts

Be the first to know and let us send you an email when ২ নং শুক্তাগুৰি প্ৰাথমিক বিদ্যালয় posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to ২ নং শুক্তাগুৰি প্ৰাথমিক বিদ্যালয়:

Shortcuts

Share

Category