প্ৰহেলিকা: কুইজ ফ'ৰাম, দৰং

প্ৰহেলিকা: কুইজ ফ'ৰাম, দৰং Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from প্ৰহেলিকা: কুইজ ফ'ৰাম, দৰং, Education, Mangaldoi.

দৰঙৰ পৰা প্ৰকাশিত অসমৰ অন্যতম মাহেকীয়া কাকত "নতুন দ‍্যৌৰঙ্গ" ৰ জুলাই মাহত প্ৰকাশিত।
27/08/2026

দৰঙৰ পৰা প্ৰকাশিত অসমৰ অন্যতম মাহেকীয়া কাকত "নতুন দ‍্যৌৰঙ্গ" ৰ জুলাই মাহত প্ৰকাশিত।

আপুনিও চেষ্টা কৰিব পাৰে।
15/08/2026

আপুনিও চেষ্টা কৰিব পাৰে।

Happy Independence Day to All 🇮🇳প্ৰহেলিকা কুইজ ফ'ৰাম পৰিয়ালৰ তৰফৰ পৰা পৰাধীনতাৰ শিকলি ছিঙি স্বাধীন ভাৰতৰ ৮০ সংখ্যক স্বাধ...
14/08/2026

Happy Independence Day to All 🇮🇳

প্ৰহেলিকা কুইজ ফ'ৰাম পৰিয়ালৰ তৰফৰ পৰা পৰাধীনতাৰ শিকলি ছিঙি স্বাধীন ভাৰতৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

আপোনালোক আটাইতকে আন্তৰিক ধন্যবাদ।আমি কৃতজ্ঞ হৈ ৰ'ম।
12/08/2026

আপোনালোক আটাইতকে আন্তৰিক ধন্যবাদ।
আমি কৃতজ্ঞ হৈ ৰ'ম।

শিৱসাগৰলৈ যোৱাৰ আগদিনা প্ৰহেলিকাৰ পৰিয়ালৰ বানাক্ৰান্তৰ বাবে প্ৰয়োজনীয় সামগ্ৰী বজাৰ কৰাৰ কিছু দৃশ্য।
11/08/2026

শিৱসাগৰলৈ যোৱাৰ আগদিনা প্ৰহেলিকাৰ পৰিয়ালৰ বানাক্ৰান্তৰ বাবে প্ৰয়োজনীয় সামগ্ৰী বজাৰ কৰাৰ কিছু দৃশ্য।

আৰ্তজনক কিছু সহায়ৰ উদ্দেশ্য আগত লৈ।প্ৰহেলিকা কুইজ ফ'ৰামৰ তৰফৰ পৰা বান সাহাৰ্য্য সংগ্ৰহ কৰা হৈছিল।
11/08/2026

আৰ্তজনক কিছু সহায়ৰ উদ্দেশ্য আগত লৈ।

প্ৰহেলিকা কুইজ ফ'ৰামৰ তৰফৰ পৰা বান সাহাৰ্য্য সংগ্ৰহ কৰা হৈছিল।

প্ৰহেলিকাৰ পৰিয়ালললৈ বিভিন্নজনে বিভিন্ন নতুন সামগ্ৰী আৰু কাপোৰ লগতে কিছু ব্যৱহাৰযোগ্য, পৰিস্কাৰ কাপোৰো আগবঢ়াইছিল। তাৰেই ...
11/08/2026

প্ৰহেলিকাৰ পৰিয়ালললৈ বিভিন্নজনে বিভিন্ন নতুন সামগ্ৰী আৰু কাপোৰ লগতে কিছু ব্যৱহাৰযোগ্য, পৰিস্কাৰ কাপোৰো আগবঢ়াইছিল।

তাৰেই কেইখনমান ছবি।

প্ৰহেলিকাৰ পৰিয়ালৰ শিৱসাগৰলৈ সহায়ৰ এখনি হাত।যোৱা ৫ আগষ্ট তাৰিখে প্ৰহেলিকা কুইজ ফ'ৰাম, দৰঙৰ উদ্যোগত উজনি অসমৰ ভয়াৱহ বানপা...
10/08/2026

প্ৰহেলিকাৰ পৰিয়ালৰ শিৱসাগৰলৈ সহায়ৰ এখনি হাত।

যোৱা ৫ আগষ্ট তাৰিখে প্ৰহেলিকা কুইজ ফ'ৰাম, দৰঙৰ উদ্যোগত উজনি অসমৰ ভয়াৱহ বানপানীত ক্ষতিগ্ৰস্ত হোৱা এলেকাৰ লোকসকলক কিছু সকাহ প্ৰদানৰ উদ্দেশ্যে গ্ৰহণ কৰা সাহাৰ্য্যৰ কাৰ্য্যসূচীত যিসকল শুভাকাংশী তথা ৰাইজে আমাক আৰ্থিক সাহাৰ্য্য, দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰী আৰু বস্ত্ৰ তথা চেণ্ডেল ইত্যাদি প্ৰদান কৰিছিল সেয়া আমি শিৱসাগৰৰ নাজিৰা, শিমলুগুৰি অঞ্চলৰ ওচৰৰ টেঙাপুখুৰী, নিমাইজান, বেতবাৰী ইত্যাদি বানাক্ৰান্ত গাঁৱত গৈ প্ৰদান কৰো।

এতিয়াও এআঁঠু, এককাল পানীৰ তলত থকা এই অঞ্চলসমূহৰ বাসিন্দাসকলে পথ আৰু মথাউৰীৰ ওপৰতেই অস্থায়ী ভাৱে আশ্ৰয় লৈ আছে। আমিও তেওঁলোকৰ মুখত সৰুকৈ হলেও সহায়ৰ দ্বাৰা কিছু হাঁহি ঘূৰাই আনি সকাহ দিয়াৰ প্ৰয়াস কৰিলো। এই ছেগতেই আমাক সহায়-সহযোগিতা আৰু উৎসাহ দিয়া প্ৰতিগৰাকী ব্যক্তি, সংস্থা, বিষয়ববীয়াৰ ওচৰত আমি চিৰকৃতজ্ঞ।

ফ'ৰামৰ হৈ শিৱসাগৰলৈ যোৱা বিষয়ববীয়া দেৱাশীষ ৰাজকুমাৰ, মৌচম গোস্বামী, সৌৰভ জ্যোতি চলিহা, লক্ষ‍্যহীৰা ডেকা আৰু ৰিয়াদ আখতাৰে এই কামসমূহ সুন্দৰভাৱে সমাপন কৰে।

প্ৰহেলিকা: কুইজ ফ'ৰাম, দৰং

আপোনাৰ এখন সহায়ৰ হাতে বহুতো মানুহৰ মুখত হাঁহি বিৰিঙাব পাৰে।
29/07/2026

আপোনাৰ এখন সহায়ৰ হাতে বহুতো মানুহৰ মুখত হাঁহি বিৰিঙাব পাৰে।

আমাৰ পূৰ্বৰ QR খনৰ একাউন্টত নিৰ্ধাৰিত টকাতকৈ অত্যাধিক লেনদেন সম্পন্ন হোৱা হেতুকে টকা পঠিওৱাত অসুবিধাৰ সন্মুখীন হোৱা বুলি...
28/07/2026

আমাৰ পূৰ্বৰ QR খনৰ একাউন্টত নিৰ্ধাৰিত টকাতকৈ অত্যাধিক লেনদেন সম্পন্ন হোৱা হেতুকে টকা পঠিওৱাত অসুবিধাৰ সন্মুখীন হোৱা বুলি জানিব পাৰিছো। সেয়েহে নতুনকৈ এইখন QR ত দিব পৰা যাব।

Address

Mangaldoi

Website

Alerts

Be the first to know and let us send you an email when প্ৰহেলিকা: কুইজ ফ'ৰাম, দৰং posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category