28/07/2022
জাগ্ৰত স্কুল অৱ ড্ৰামা ৰ 2022-23 বৰ্ষৰ class সমুহ 1 আগষ্ট ৰ পৰা আৰম্ভ হব।।
আগ্ৰহী প্ৰশিক্ষাৰ্থী সকলে প্ৰ-পত্ৰ বাবে যোগাযোগ কৰক।।
7002216181
23/07/2022
নামভৰ্তি হৈ আছে।।
শ্ৰেণীসমূহ 1 আগষ্ট ৰ পৰা আৰম্ভণি হব।।
যিসকলে এতিয়াও প্ৰ-পত্ৰ লোৱা নাই, যোগাযোগ কৰিব পাৰে।।
এতিয়াই ফোন কৰক 7002216181।।
Admissions are going on..
Interessted can join us..
Classes start from 1st August, 2022
For more queries 7002216181 ||
06/07/2022
২০০৭ চনৰ ৭ জুলাই তাৰিখে আজিৰ দিনটোত
"জাগ্রতই" মঙলদৈত জন্ম লাভ কৰিছিল।
আজি চাওঁতে চাওঁতে জাগ্ৰতই 15 বছৰত ভৰি দিলে।
এই শুভদিনটোত জাগ্রতৰ সকলো সদস্য আৰু শুভকাংসীলৈ জন্মদিনৰ শুভেচ্ছা যাছিলো।
ধন্যবাদ সকলোলৈ আমাৰ এই যাত্ৰাৰ সংগী হোৱাৰ বাবে।
Happy Birthday JAGRATA
" আমি জাগ্ৰত'
20/06/2022
প্ৰায়ে নাটকৰ প্ৰতি আগ্ৰহীসকলে সোধে JAGRATA SCHOOL OF DRAMA নামভৰ্তি কেতিয়া হব।।
যোৱা দুবছৰে আমাৰ এই যাত্ৰা স্তব্ধ হৈ ৰৈছিল।। কিন্তু আমি কেতিয়াও ৰৈ নাযাওঁ, গৈ থাকিম।।
সেয়ে 2022 - 23 বৰ্ষৰ বাবে নামভৰ্ত্তি প্ৰক্রিয়া আজিৰ পৰা অনুষ্ঠানিকভাৱে মুকলি কৰা হল।।
আগ্ৰাহীসকলে নামভৰ্তিৰ বাবে যোগাযোগ কৰিব পাৰে।।
সকলোৰে ভাল হওঁক।।
ধন্যবাদ♥️।।
30/10/2021
যাৰ পৰশত জাগ্রতই প্ৰাণ পাই উঠিছিল,
যাৰ সংস্পৰ্শত জাগ্রত হৈ উঠে অদ্বিতীয়
জাগ্রত ৰ জন্মলগ্ন ৰ আজীৱন সাক্ষী, সাংস্কৃতিক সৈনিক কুমাৰ চন্দ্ৰ নাৰায়ণ দেৱ (মন) লৈ জন্মদিনৰ বহুত বহুত শুভেচ্ছাঁ যাছিলোঁ।।
Happy birthday Kumar Chandra Narayan Dev🎂🎂🎂🍫🍫
06/07/2021
২০০৭ চনৰ ৭ জুলাই তাৰিখে আজিৰ দিনটোত আমাৰ প্ৰাণ
"জাগ্রতই" মঙলদৈত জন্ম লাভ কৰিছিল।
আজি চাওঁতে চাওঁতে জাগ্ৰতই ১৫ বছৰত ভৰি দিলে।
এই শুভদিনটোত জাগ্রতৰ সকলো সদস্য আৰু শুভকাংসীলৈ জন্মদিনৰ শুভেচ্ছা যাছিলো।
ধন্যবাদ সকলোলৈ আমাৰ এই যাত্ৰাৰ সংগী হোৱাৰ বাবে।
Happy Birthday JAGRATA
" আমি জাগ্ৰত'
21/05/2021
যাৰ পৰশত জাগ্ৰত ই প্ৰাণ পাই উঠে।। জাগ্ৰত ৰ এজন সৈনিক দীপক কলিতা।।
তেওঁৰ জন্মদিনত আমি যাচিছোঁ হিয়াভৰা শুভেচ্ছাঁ।।
সুখী হওক আপোনি মনৰ জোখেৰে।।
Happy birthday 🎂🎂🎂