বুঢ়া লোকপ্ৰিয় বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়

বুঢ়া লোকপ্ৰিয় বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from বুঢ়া লোকপ্ৰিয় বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়, School, Burha, Darrang, Mangaldai.

01/01/2026

সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ 🙏🙏
আগন্তুক সময় সকলোৰে সুন্দৰ হওক তাৰেই কামনা কৰিলোঁ

Photos from বুঢ়া লোকপ্ৰিয় বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়'s post 30/12/2025

মুকলি সভাৰ সমবেত গীতৰ প্ৰাক মুহুৰ্তৰ ছৱি

25/12/2025

ধন্য ধন্য 🔥🔥❤️❤️

23/12/2025

মাজত মাথো কেইটামান মুহূৰ্ত🔥❤️💪

#বুঢ়ালোকপ্ৰিয়বৰদলৈউচ্চমাধ্যমিকবিদ্যালয় #প্ৰাক্তনশিক্ষাৰ্থীসমাৰোহ

21/12/2025

বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহৰ পূৰ্ণ প্ৰস্তুতি তুংগত।

#বুঢ়ালোকপ্ৰিয়বৰদলৈউচ্চমাধ্যমিকবিদ্যালয়

Photos from বুঢ়া লোকপ্ৰিয় বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়'s post 15/12/2025

পশ্চিম দৰঙৰ অগ্ৰণী শিক্ষাণুষ্ঠান , আমাৰ গৌৰৱ তথা বিদ্যালয়খনিৰ মহাৰজত জয়ন্তী শুভাৰম্ভণী অনুষ্ঠান আৰু প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ খনি বিশাল আয়োজনেৰে অহা ২৭, ২৮ ডিচেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হবলৈ গৈ আছে। উক্ত দুয়োটা দিনতে বিদ্যালয়ৰ সমুহ প্ৰাক্তন ছাত্র-ছাত্ৰীৰ লগতে বৃহত্তৰ পশ্চিম দৰং অঞ্চলৰ ৰাইজৰ উপস্হিতি তথা সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ 🙏🙏🙏

Want your school to be the top-listed School/college in Mangaldai?

Click here to claim your Sponsored Listing.

Location

Category

Website

Address


Burha, Darrang
Mangaldai