10/12/2025
class 10
pinku dutta
10/12/2025
class 10
জনসমূদ্ৰ
23/09/2025
Jai zubeen da.
তেওঁ সদায় আমাৰ মাজত অমৰ হৈ থাকিব ।
07/04/2025
কেতেকী শাখা সাহিত্য সভাৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্দোধক ্ৰিয়_ধাৰাবাহিক_বেহাৰবাৰী_আউতপোষ্টৰ জনপ্ৰিয় অভিনেতা োহন ডাঙৰীয়া আমাৰ মাজত।
্বীপজ্যোতি_কেওট_
াহঁগড়া_গনেশ_কুঁৱৰী_জনজাতি_উচ্চতৰ_মাধ্যমিক_বিদ্যালয়
05 april 2025
Deepjyoti Keot Official
Deepjyoti keot ( Mohan) golaghat friends club
01/04/2025
াহঁগড়া_গনেশ_কুঁৱৰী_জনজাতি_উচ্চতৰ_মাধ্যমিক_বিদ্যালয়ৰ প্ৰাংগনত কেতেকী শাখা সাহিত্য সভাৰ ৰূপালী জয়ন্তী ৰ প্ৰস্তুতি ।
29/03/2025
23/03/2025
াহঁগড়া_গনেশ_কুঁৱৰী_জনজাতি_উচ্চতৰ_মাধ্যমিক_বিদ্যালয়ৰ প্ৰাংগনত অহা ৪ আৰু ৫ এপ্ৰিল তাৰিখে কেতেকী শাখা সাহিত্য সভাৰ ৰূপালী জয়ন্তী বৰ্ষৰ অনুষ্ঠান।
উক্ত অনুষ্ঠানৰ ৫ তাৰিখে হ'ব লগা সাংস্কৃতিক শোভাযাত্ৰাৰ অনুষ্ঠানত উপস্থিত থাকিব অসমৰ জনপ্ৰিয় ধাৰাবাহিক অৰ সকলোৰে মৰমৰ জনপ্ৰিয় অভিনেতা োহন (দ্বীপজ্যোতি কেওঁট) লগতে নিশাৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ বৰ্তমান অসমৰ Trending অত থকা জনপ্ৰিয় কন্ঠশিল্পী ্মিতা_মিত্ৰৰ গীতৰ শৰাই ।
উক্ত অনুষ্ঠানত সকলো ৰাইজৰ সহায় সহযোগিতা
আন্তৰিকতাৰে কামনা কৰা হ'ল ।
🙏ধন্যবাদ🙏