Luit Valley Educational Institute

Luit Valley Educational Institute

Share

This group is only for Educators

20/03/2026

আলহামদু লিল্লাহ, ভাৰতৰ অন্যান্য ঠাইৰ দৰে অসমতো অহা কাইলৈ ঈদুল ফিতৰৰ ছালাত অনুষ্ঠিত কৰা হ'ব ইন শ্বা আল্লাহ।
তদুপলক্ষে সমূহ ইছলাম ধৰ্মাৱলম্বী ভাই-ভনী সকললৈ ঈদুল ফিতৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
تقبل الله منا ومنكم صالح الأعمال
আল্লাহ তায়ালাই আমাৰ আৰু আপোনালোকৰ নেক আমল সমূহ কবুল কৰক, আ-মীন।
আল্লাহু আকবাৰ আল্লাহু আকবাৰ লা ইলাহা ইল্লাল্লাহু ওৱাল্লাহু আকবাৰ আল্লাহু আকবাৰ ওৱা লিল্লাহিল হামদ্।

14/03/2026

Emotional video Altafvlog mrj Parvej Siddiqui Niharika rajkumari Minhaz Ahmed Islas Vlogs Ziaur Rahman Salafi Vlogger Kaif VLOG

04/03/2026

مَنْ صَامَ يَوْمًا فِي سَبِيلِ اللَّهِ بَعَّدَ اللَّهُ وَجْهَهُ عَنِ النَّارِ سَبْعِينَ خَرِيفًا
উচ্চাৰণ (Transliteration):
Man ṣāma yawman fī sabīlillāh ba‘‘ada-llāhu wajhahu ‘ani-n-nār sab‘īna kharīfā.
অসমীয়া অৰ্থ:
যি মানুহে আল্লাহৰ পথত এটা দিন ৰোজা ৰাখে, আল্লাহ তাআলা তেওঁক জাহান্নামৰ আগুনৰ পৰা সত্তৰ বছৰৰ দূৰত ৰাখিব।
উৎস:
এই হাদীছটো Sahih al-Bukhari আৰু Sahih Muslim ত উল্লেখ আছে।

02/03/2026

لا يزال الناس بخير ما عجلوا الفطر
অসমীয়াত অৰ্থ:
মানুহ সদায় কল্যাণত থাকিব, যেতিয়ালৈকে তেওঁলোকে ইফতাৰ কৰিবলৈ দেৰী নকৰে (অর্থাৎ সূৰ্য অস্ত যোৱাৰ লগে লগে ইফতাৰ কৰে)।
ব্যাখ্যা:
ৰোজা সূৰ্য অস্ত যোৱাৰ লগে লগে খুলিব লাগে।
অকাৰণে ইফতাৰ পিছুৱাব নালাগে।
ইফতাৰ তাড়াতাড়ি কৰা নবী কৰিম ﷺৰ সুন্নত।
এই হাদিছটো Sahih al-Bukhari আৰু Sahih Muslim ত উল্লেখ আছে।

28/02/2026

تَسَحَّرُوا فَإِنَّ فِي السُّحُورِ بَرَكَةً.
তোমালোকে সেহৰি খোৱা, কাৰণ নিশ্চয় সেহৰিত বৰকত আছে।”
বোখাৰী মুছলিম

26/02/2026

Today's Iftar time 5:21 in Darrang.

25/02/2026

Alhumdullilah today s Iftar done.

24/02/2026

Today 7th Sahari. Ending time 4.33 . Darrang

24/02/2026

6th Ramadhan Iftar in Guwahati City.

21/02/2026

Assalamualaikum wa rahmatullahe wa Barakatuhu Today 4th Sahari ending time 4.34 am.
Altafvlog mrj Parvej Siddiqui Minhaz Ahmed Niharika rajkumari Ziaur Rahman Salafi

Want your school to be the top-listed School/college in Mangaldai?

Click here to claim your Sponsored Listing.

Location

Website

Address


Mangaldai

Opening Hours

Monday 9am - 3pm
Tuesday 9am - 3pm
Wednesday 9am - 3pm
Thursday 9am - 3pm
Friday 9am - 3pm
Saturday 9am - 12pm