Gyan Sagar Sr. Sec. School

Gyan Sagar Sr. Sec. School

Share

Gyan Sagar Sr. Sec. School

Photos from Gyan Sagar Sr. Sec. School's post 05/11/2025

দৰং জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত
ডঃ ভূপেন হাজৰিকা দেৱৰ চতুৰ্দশ মৃ^ত্যু বাৰ্ষিকীত পাচঁ সহস্ৰাধিক লোকে সমস্বৰে পৰিবেশন কৰিলে "মানুহে মানুহৰ বাবে "

আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা শিক্ষা গুৰুৰ সৈতে সেই অনুষ্ঠানত অংশগ্ৰহণ কৰি আনন্দিত হৈছো।

Photos from Gyan Sagar Sr. Sec. School's post 30/10/2025

অসম পুলিচ তথা মঙলদৈ সদৰ থানা ৰ উদ্যগত আজি আমাৰ বিদ্যালয় ত একতা দিৱসৰ সৈতে সংগতি ৰাখি "Drugs Awareness Campaign" শীৰ্ষক এলানি অনুষ্ঠান আয়োজিত হয়।এই অনুষ্ঠানত উপস্থিত থাকে দৰং জিলা ৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস মহোদয়, মঙলদৈ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন জ্যোতি বৰা মহোদয়।

Photos from Gyan Sagar Sr. Sec. School's post 30/10/2025

বিশিষ্ট শিক্ষাবিদ, সাংস্কৃতিক কৰ্মী, বৰ বিহুৱা, বিহু বিশেষজ্ঞ ,দীঘিৰপাৰ হাইস্কুলৰ সন্মানীয় শিক্ষক অসীম জ্যোতি হাজৰিকা দেৱ উপস্থিত থাকি ছাত্র-ছাত্ৰী সকলৰ সৈতে বাৰ্তালাপ কৰে আৰু লগতে ৰাজ্যিক পয্যায়ৰ কলা উৎসৱ 2025 প্ৰতিযোগিতালৈ নিৰ্বাচিত হোৱা জ্ঞান সাগৰ চিনিয়ৰ চেকেণ্ডাৰী স্কুল ৰ ছাত্ৰ প্ৰিয়ম জ্যোতি বৰুৱাক আনুষ্ঠানিক ভাৱে অভিনন্দন জ্ঞাপন কৰে।

Photos from Gyan Sagar Sr. Sec. School's post 07/06/2025

বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি জ্ঞান সাগৰ চিনিয়ৰ চেকেণ্ডাৰী স্কুল ত অনুষ্ঠিত হয় পৰিৱেশ সুৰক্ষা ৰ বিষয়ক মডেল উপস্থাপন প্ৰতিযোগিতা। এই বিশেষ অনুষ্ঠানত উপস্থিত থাকে বিদ্যালয় পৰিদৰ্শক সন্মানীয় ৰাতুল কুমাৰ দাস ছাৰ, ইক ক্লাব দৰং ৰ সন্মানীয় সভাপতি নাৰায়ণ চহৰীয়া ছাৰ আৰু লগতে কেইবগৰাকীও বিশেষ অতিথি।

07/05/2025

We got 50 reactions and comments on my posts last week! Thanks everyone for your support! 🎉

04/04/2025

From ABC s to alegebra's line...
The journey of learning is truely devine...

Want your school to be the top-listed School/college in Mangaldai?

Click here to claim your Sponsored Listing.

Location

Website

Address


Ward No 10, Bhebarghat
Mangaldai
784125