Nuri Computer Home

Nuri Computer Home

Share

নুৰী কম্পিউটাৰ হোমলৈ স্বাগতম 🙏
1st centre : Nagarbahi ( Mangaldai)
2nd centre: sipajhar ( Near Bus Stand )
Any information Contact 👇🏻
8761043079

09/11/2025

#কম্পিউটাৰৰ জৰিয়তে #ভৱিষ্যতৰ বাবে সাজু হ'ব! আমাৰ কেন্দ্ৰত আজিয়ে যোগদান কৰক।
“কম্পিউটাৰ শিক্ষাৰে নিৰ্ভুল আৰু নিৰবিচ্ছিন্ন #কেৰিয়াৰ গঢ়ক।"
"দক্ষতা বৃদ্ধি কৰক, #জগতক ভ্ৰমণ কৰক – #কম্পিউটাৰ শিক্ষাৰে।"

ইজাজ আহমেদ নুৰী
Nuri Computer Home

22/07/2025

📢
বৰ্তমান সময়ত কম্পিউটাৰ শিক্ষাৰ প্ৰয়োজনীয়তাৰ বিষয়ে সকলোৱে জানে। নুৰী কম্পিউটাৰ হোম শিক্ষানুষ্ঠান খনৰ পৰা যোৱা 3 টা বছৰে মঙ্গলদৈ , নগৰবাহী, বেচিমাৰি, কলাইগাও, ছিপাঝাৰ , চেঙেলীয়াঝাৰ, বৰিচৌকা , দুমুনিচৌকী, পথৰিঘাট, দিপিলা, আদি বিভিন্ন ঠাইৰ বহুতো শিক্ষাৰ্থীয়ে কম্পিউটাৰ শিক্ষা গ্ৰহণ কৰি চৰকাৰী নাইবা বেচৰকাৰী অনুষ্ঠানত নিযুক্তি পাবলৈ সক্ষম হৈছে। শেহতীয়াভাৱে অসম চৰকাৰৰ প্ৰত্যক্ষ নিযুক্তি প্ৰক্ৰিয়া (ADRE ) ত নুৰী কম্পিউটাৰ হোমৰ পৰা বহুতো শিক্ষাৰ্থীয়ে নিযুক্তি পোৱাটো আমাৰ বাবে এক ডাঙৰ সাফল্য। এইবাৰো অসম চৰকাৰৰ প্ৰত্যক্ষ নিযুক্তি প্ৰক্ৰিয়া (ADRE )ত আমাৰ শিক্ষানুস্থান ৰ পৰা বহুকেইজন ছাত্ৰ ছাত্ৰীয়ে কম্পিউটাৰ skill test ত অংশ গ্ৰহন কৰিব। আশা কৰিছো সকলোৱে এই পৰীক্ষাত উত্তীৰ্ণ হৈ চৰকাৰী চাকৰিত নিযুক্তি পাবলৈ সক্ষম হব।

ভৱিষ্যতে এনে ধৰনৰ যিকোনো চৰকাৰী নাইবা বেচৰকাৰী ভাবে নিযুক্তি পাবলৈ চৰকাৰী স্বীকৃতি প্ৰাপ্ত লগতে ISO certified certificate সহ কম্পিউটাৰ শিক্ষাৰ বাবে বিভিন্ন course ৰ বিনামূলীয়া নামভৰ্তি প্ৰক্ৰিয়া চলি আছে।

এতিয়া সময় হৈছে আপোনাৰ বাবে আগবাঢ়ি অহাৰ!

🎓 চলিত নামভৰ্তি: 10 আগষ্ট 2025 পৰ্যন্ত

🖥️ Course Features:
✔️ অভিজ্ঞ trainer ৰ সহায়ত শিক্ষা
✔️ Updated syllabus with AI-integrated topics
✔️ নিজ সুবিধামতে ক্লাছ সময়

✔️ Govt. Regd. Certificate with ISO certified
✔️ Career Support after course completion (as per eligibility)

📍 Nuri Computer Home, nagarbahi (near mangaldai to deomornoi road), chengeliajhar (near chengeliajhar high school chowk), sipajhar (near bus stand)
📞8761043079
7086223005

📩 এতিয়াই নামভৰ্তিৰ বাবে যোগাযোগ কৰক। Seat সীমিত।

Nuri Computer Home
ইজাজ আহমেদ নুৰী

Want your school to be the top-listed School/college in Mangaldai?

Click here to claim your Sponsored Listing.

Location

Address


Mangaldai
NAGARBAHI