17/06/2024
দৰং জিলাৰ জাপমৰা বড়ি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ২০১৬ চনৰ HSLCপৰীক্ষাত ডিষ্ট্ৰিংছনসহ উত্তীৰ্ণ হোৱা মেধাবী ছাত্ৰী উদেষ্ণা ডেকাই APSC য়ে অনুষ্ঠিত কৰা অসম বিত্ত সেৱা ( FMO )ৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ আমাৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনাত আমি বিদ্যালয়ৰ শিক্ষক, ছাত্ৰ - ছাত্ৰী অত্যন্ত আহ্লাদিত আৰু গৌৰবান্ৱিত। প্ৰতিষ্ঠাৰ সময়ৰ পৰা জাপমৰা বড়ি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে বিভিন্ন দিশত সুনাম অৰ্জন কৰি আহিছে। মৰমৰ ছাত্ৰী উদেষ্ণাৰ এই সাফল্যত সচৰাচৰ দৃষ্টিৰ পৰা আতৰত থকা জাপমৰা বড়ি উচ্চ মাধ্যমিক বিদ্যালয়ে ছাত্ৰী গৰাকীৰ ভবিষ্যতৰ দিন বিলাক সুন্দৰ ভাৱে অতিবাহিত হওক তাৰ বাবে ভগৱানৰ ওচৰত অযুত প্ৰাৰ্থনা জনাইছো।
28/04/2024
07/04/2024
07/04/2024
07/04/2024