21/06/2025
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ শুভেচ্ছাৰে শোভাৰাণী জাতীয় বিদ্যালয় অসম।
“যোগ হৈছে শৰীৰ, মন আৰু আত্মাৰ সঁজুলি”
যোগ কেৱল ব্যায়াম নহয়, ই এক জীৱন শৈলী — যি আমাৰ ভিতৰৰ শক্তিক জগাই আৰু আত্মাৰ সমন্বয় সাধন কৰে।
আজি ২১ জুন ২০২৫ তাৰিখে, শোভাৰাণী জাতীয় বিদ্যালয় ,অসমত মহান আন্তৰ্জাতিক যোগ দিৱসৰ পৰিপ্ৰেক্ষিতত অনুষ্ঠিত হোৱা কাৰ্যসূচী সফলতাৰে অনুষ্ঠিত কৰা হ’ল।
🔹 ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰী সকলোৱে উৎসাহজনকভাবে অংশ গ্ৰহণ কৰে....
Rakesh Bezbaruah Hirak Bezbaruah Bhaskar Saikia Hirakjyoti Bezbaruah Ricky Muzahid Alom
21/06/2025
যোৱা ইং ২০ জুন ২০২৫ তাৰিখে কলাগুৰু বিষ্ণুৰাভা দিৱস উপলক্ষে শোভাৰাণী জাতীয় বিদ্যালয় ,অসমৰ প্ৰাংগণত চিত্ৰাংকন প্ৰতিযোগিতা, ৰচনা প্ৰতিযোগিতা, কবিতা আবৃত্তি প্ৰতিযোগিতা,বিষ্ণুৰাভা সংগীত আৰু নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰোৱা লগতে বিষ্ণুৰাভা দিৱসৰ তাৎপৰ্য্য সম্পৰ্কেও অৱগত কৰোৱা হয়।
Rakesh Bezbaruah Hirak Bezbaruah Bhaskar Saikia Hirakjyoti Bezbaruah Ricky Muzahid Alom
13/04/2025
অসমৰ জাতীয় শিক্ষা আন্দোলনৰ গুৰি ধৰোতা অসমৰ সৰ্বপ্ৰথম আৱাসীক জাতীয় বিদ্যালয় শোভাৰাণী জাতীয় বিদ্যালয়ে ইং ১২/৪/২০২৫ তাৰিখে অসমীয়া জাতিৰ বাপতি সাসোন ৰাঙালিক আদৰিবলৈ অনুস্থিত কৰা বসন্তৰ এদিন নামেৰ অনুস্থানতোৰ আমাৰ ছাত্ৰ-ছাত্ৰীৰ পৰিবেশনৰ কিছু দৃশ্যাংশ.....
Rakesh Bezbaruah Hirak Bezbaruah Bhaskar Saikia Hirakjyoti Bezbaruah Ricky Muzahid Alom
10/04/2025
সকলোৰে সহায় সহযোগিতা কামনা কৰিলোঁ...
14/02/2025
Rakesh Bezbaruah Hirak Bezbaruah Hirakjyoti Bezbaruah Bhaskar Saikia Ricky Muzahid Alom
23/01/2025
ফুটবল প্ৰশিক্ষণৰ সময়...
Rakesh Bezbaruah Hirak Bezbaruah Hirakjyoti Bezbaruah