Gandhi Smriti Higher Secondary School

Gandhi Smriti Higher Secondary School

Share

Gandhi Smriti Higher Secondary School, Hazarikapara

Photos from Gandhi Smriti Higher Secondary School's post 11/01/2026

Meeting with students and teachers is the Best and emotional day after long time

Photos from Gandhi Smriti Higher Secondary School's post 29/12/2024
27/12/2024

১৯৪৮ চনৰ ১ ফেব্ৰুৱাৰী তাৰিখে ঐতিহাসিক ৰইনাপিত পুখুৰীৰ পাৰত মহাত্মা গান্ধীৰ স্মৃতিত স্থাপিত গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ে মহাৰজত বৰ্ষ গৰকা বুলি জানিবলৈ খুবেই আনন্দিত হৈছোঁ। প্ৰথমে গান্ধী স্মৃতি মাইনৰ স্কুল হিচাপে স্থাপিত বিদ্যালয়খনে পাছলৈ ১৯৭৭ চনত চৰকাৰী স্বীকৃতি লাভ কৰি ১৯৮৪ চনত উচ্চতৰ খণ্ডলৈ আৰোহণ কৰে।

স্থানীয় পৰ্যায়তে নহয়, জিলা আৰু ৰাজ্যিক পৰ্যায়তো সফলতা অৰ্জন কৰা এই বিদ্যালয়খনে বিদ্যায়তনিক ক্ষেত্ৰৰ সমান্তৰালকৈ অন্যান্য দিশসমূহতো শিক্ষাৰ্থীসকলক পথ প্ৰদৰ্শন কৰি আহিছে। আশা কৰিছোঁ আগন্তুক বৰ্ষসমূহতো বিদ্যালয়খনে শৈক্ষিক উত্তৰণৰ যাত্ৰা অব্যাহত ৰাখিব।
Dr. Paramananda Rajbongshi

05/12/2024

🙏🙏🙏🙏

19/06/2024
Photos from Gandhi Smriti Higher Secondary School's post 12/05/2024

🎊🎊🎊🎊🎊🙏🙏🙏🙏🙏🙏🎈🎉🎉🎉🎉

Want your school to be the top-listed School/college in Mangaldai?

Click here to claim your Sponsored Listing.

Location

Category

Website

Address


Hazarikapara
Mangaldai
784145