26/06/2022
প্ৰকাশ পালে নৱ ৰূপেৰে,নৱ সাজেৰে আপোনাৰ আপোন পাহি ।নতুন সুবাস বিচাৰি যোৱাৰ প্ৰয়াসেৰে পাহিৰ "সাফল্যৰএখোজ " তথা প্ৰথম বৰ্ষৰ সফল পৰিসমাপ্তিৰ পিছত এয়া পাহিৰ দ্বিতীয় বৰ্ষৰ ৰ প্ৰথম সংখ্যা অৰ্থাৎ জুন মাহৰ সংখ্যাতি আপোনাৰ হাতত আগবঢ়াই দিলোঁ।।
পাহিৰ নতুন সুবাস ল'বলৈ তলৰ লিংকটোত ক্লিক কৰক📌👇 __________👇👇👇👇👇👇https://pahiassamesemagazine.blogspot.com/2022/06/blog-post.html
#পাহি
#পাহি_অন্য_এক_সুবাস_বিচাৰি_অসমীয়া_ই_আলোচনী #পাহি
.
04/06/2022
প্ৰথম বৰ্ষপুতী/বাৰ্তা-লাপ/বঁটা প্ৰদান অনুষ্ঠানত সকলোৰে উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিলো।
#পাহি_অন্য_এক_সুবাস_বিচাৰি_অসমীয়া_ই_আলোচনী।
.
.
.
. .
. .
#পাহি
21/03/2022
বসন্ত ৰ আগজাননী লৈ বিশ্ব কবিতা দিৱস ৰ দিনটোত আপোনালোকৰ মাজত এয়া পাহিৰ নৱম তথা ফ্ৰেব্ৰুৱাৰী মাৰ্চ মাহৰ পাহি ৰ সংখাতি।
পঢ়িবলৈ তলত দিয়া লিংকটোত ক্লিক কৰক👇👇।https://pahiassamesemagazine.blogspot.com/2022/03/blog-post.html
#পাহি_অন্য_এক_সুবাস_বিচাৰি_অসমীয়া_ই_আলোচনী।
13/03/2022
প্ৰত্যেক গৰাকী পৰীক্ষাৰ্থী লৈ আন্তৰিক শুভেচ্ছা জনালোঁ 🌼🌼।
#পাহি_অন্য_এক_সুবাস_বিচাৰি_অসমীয়া_ই_আলোচনী।
21/02/2022
ফাগুন ৰ প্ৰত্যেকটো ক্ষন্ আমাৰ লগত শ্বেয়াৰ কৰক। #পাহি_অন্য এক সুবাসবিচাৰি অসমীয়া ই-আলোচনী।
ফাগুন ৰ প্ৰত্যেকটো ক্ষন্ আমাৰ লগত শ্বেয়াৰ কৰক। #পাহি_অন্য_এক_সুবাসবিচাৰি ,অসমীয়া ই-আলোচনী।
24/12/2021
পাহি অন্য এক সুবাসবিচাৰি অসমীয়া ই-আলোচনী ৰ জানুৱাৰী মাহৰ সংখ্যা ত আপোনাৰ নিজৰ লিখনি প্ৰকাশ পাবলৈ আজিয়েই যোগাযোগ কৰক। যোগাযোগ ৰ অন্তিম তাৰিখ ৩১/১২/২০২১
।
পাহি অন্য এক সুবাসবিচাৰি অসমীয়া ই-আলোচনী ৰ জানুৱাৰী মাহৰ সংখ্যা ত আপোনাৰ নিজৰ লিখনি প্ৰকাশ পাবলৈ আজিয়েই যোগাযোগ কৰক। যোগাযোগ ৰ অন্তিম তাৰিখ ৩১/১২/২০২১।
#পাহি_অন্য_এক_সুবাস_বিচাৰি_অসমীয়া_ই_আলোচনী।
18/12/2021
https://pahiassamesemagazine.blogspot.com/2021/12/blog-post_17.htmlআগন্তুক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা ৰে ২০২১বৰ্ষৰ অন্তিম তথা ডিচেম্বৰ মাহৰ সংখ্যাতি আপোনালোকৰ মাজত সুবাস বিলাবলৈ মেলিদিলো। সুবাস বিলোৱাৰ ভাৰ আপোনালোকৰ হাতত অৰ্পন কৰিলো।তলৰ লিংকটোত ক্লিক কৰক আৰু পাহিৰ নতুন সুবাস টি লওক।
আগন্তুক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা ৰে ২০২১বৰ্ষৰ অন্তিম তথা ডিচেম্বৰ মাহৰ সংখ্যাতি আপোনালোকৰ মাজত সুবাস বিলাবলৈ মেলীদিলো, সুবাস বিলোৱাৰ ভাৰ খন আপোনালোকৰ হাতত অৰ্পন কৰিলো।তলৰ লিংকটোত ক্লিক কৰক আৰু পাহিৰ নতুন সুবাস টি লওক👇👇👇👇👇👇👇👇👇👇👇👇।https://pahiassamesemagazine.blogspot.com/2021/12/blog-post_17.html
#পাহি_অন্য_এক_সুবাস_বিচাৰি_অসমীয়া_ই_আলোচনী।
14/07/2021
অন্য 🏵️এক সুবাস বিচাৰি, হাতে হাত ধৰি, বাধাৰ প্ৰাচীৰ নেওচি, আশাৰ ফুল চটিওৱাৰ মানসেৰে, সাহিত্যৰ জগতত এটি খোজ দিয়াৰ প্ৰয়াস, প্ৰতিজন ন-পুৰণি সাহিত্যিকে চটিওৱা এটি এটি পাহি মিলি, এপাহ ফুল হোৱাৰ কামনাৰে গঢ়ি তুলিম এপাহি ৰঙীন "🌼পাহি🌼" ”
29/06/2021
ছাত্ৰ ছাত্ৰীৰ বাবে শিক্ষাৰ গ্ৰহণ যোগ্য শৈক্ষিক প্ৰতিষ্ঠান"প্ৰিমিয়াৰ একাডেমি, মংগলদৈ"।
24/02/2021
We are part of Premierian . Thank you Premier Academy ❤️ Group, Mangaldoi.
09/06/2020
Admission 📒📝📝📝🖋️ open for 📖🏅🥉 2020.