04/08/2021
উচ্চতৰ মাধ্যমিক শাখাৰ নামভৰ্তি
দৰং জিলাৰ ব্যক্তিগত শিক্ষানুষ্ঠান প্ৰিমিয়াৰ একাডেমিৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ কলা,বিজ্ঞান আৰু বানিজ্য শাখাৰ পাঠ্যক্ৰমৰ নামভৰ্তি চলি আছে।পৰিচালনা সমিতিৰ সূত্ৰই জনোৱা অনুসৰি এইবছৰ শিক্ষানুষ্ঠান খনে আৰ্থিক ভাৱে দুৰ্বল শিক্ষাৰ্থীৰ বাবে লৈ আহিছে বিশেষ সুবিধা।
News First