26/09/2023
Research Methodology group of Education
An Institution for Counselling & Guidance for competitive exams.
26/09/2023
19/07/2023
দৰং জিলাখনৰ বাবে গৌৰৱৰ কথা। নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হোৱা এক অনুষ্ঠানৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতি মহোদয়াই দৰং জিলা উপায়ুক্ত শ্ৰীমুনীন্দ্ৰ নাথ ঙাটে ডাঙৰীয়াক "ভূমি সন্মান" বটাঁ প্ৰদান কৰে।
দৰং জিলা প্ৰশাসনক আন্তৰিক ধন্যবাদ তথা শুভকামনা জনালোঁ ।
আজি RM Group of Education ৰ দ্বাৰা প্ৰদান কৰা Maths ৰ ক্লাছৰ মুহূৰ্ত্ত । জিলা খনৰ বিভিন্ন ঠাইৰ পৰা অংশ গ্ৰহণ কৰা প্ৰশিক্ষাৰ্থী সকলৰ উৎসাহ আৰু আগ্ৰহ দেখি খুব ভাল লাগিল। সকলোৰে সপোন পূৰণ হওঁক। সেয়াই উদ্যোগতা হিচাপে আমাৰ কামনা।
06/07/2023
R.M Group of Education ৰ সমল ব্যক্তি হিচাপে থাকিব মঙলদৈ ৰাজহ চক্ৰ বিষয়া মাননীয় শ্ৰীযুত নয়নজ্যোতি পাঠক (ACS) আৰু মাননীয় শ্ৰীযুত দেবাঙ্গ শৰ্মা(ACS).অনুষ্ঠানটিৰ হৈ তেখেত সকলৰ লগত আলোচনাত মিলিত হও। তেখেত সকলৰ পৰামৰ্শই আমাক যথেষ্টখিনি উপকৃত কৰিব। নিয়মীয়াকৈ পাঠদানৰ বাবে তেখেত সকল আহিম বুলি আশ্বাস প্ৰদান কৰাত অঞ্চলটোলৈ এটা ইতিবাচক দিশৰ শুভাৰম্ভ হব বুলি আমি আশাবাদী।
01/07/2023
RM GROUP OF EDUCATION
An Institution for Counselling & Guidance for competitive exams
such as 🔺SSC , 🔺Railway, 🔺Bank,🔺Postal, 🔺Assam Govt. Grade III & IV etc.. 🔴Course Duration : 3 months 🔴Addmission fees: Rs.30 Only) contact : 98599 40530
Click here to claim your Sponsored Listing.
Location
Category
Website
Address
Near Centrel Bank Of India
Mangaldai
784529