জ্ঞান বিকাশ একাডেমী , মঙলদৈ

জ্ঞান বিকাশ একাডেমী , মঙলদৈ

Share

বিদ্যায়তনিক আৰু সহবিদ্যায়তনিক দিশৰ উন্নত শিক্ষানুষ্ঠান

18/06/2026

*২১ জুন ২০২৬, দেওবাৰে*
*সময়:- ৰাতিপুৱা ৬:০০ বজাৰ পৰা ৭:০০ বজালৈ*
সকলো ছাত্ৰ-ছাত্ৰী লগতে অভিভাৱক/অভিভাৱিকাসকলৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ 🙏।

01/06/2026

মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ পূণ্য আবিৰ্ভাৱ তিথি উদযাপন। ছাত্ৰ-ছাত্ৰী সকলে উলহ মালহেৰে নাম-প্ৰসঙ্গ পৰিবেশন কৰে।


30/05/2026

ব্যায়াম যোগ, শাৰীৰিক শিক্ষণ বিভাগৰ এটা বিষয়। ব্যায়াম যোগ অভ্যাসে ছাত্ৰ-ছাত্ৰী মাজত সমতা, ঐক্যতা, একাগ্ৰতা আৰু স্মৰন শক্তি প্ৰখৰ কৰে।



28/05/2026

ভাৰত মাতা সু-সন্তান, দেশভক্ত বিনায়ক দামোদৰ সাৱৰকৰ দেৱৰ পুণ্য জন্ম জয়ন্তী উপলক্ষে শত কৌটি প্ৰণাম যাচিলোঁ 🙏।

28/05/2026
23/05/2026

যদি এখন দেশ দুৰ্নীতিমুক্ত আৰু সুন্দৰ মনৰ জাতি হৈ উঠিব লাগে, তেন্তে মই দৃঢ় ভাৱে অনুভৱ কৰোঁ যে, সমাজত তিনিজন মূল সদস্য আছে, যিয়ে পৰিৱৰ্তন সাধিব পাৰে, তেওঁলোক হ'ল---- পিতৃ, মাতৃ আৰু শিক্ষক।
---------_- ডঃ এ পি জে আব্দুল কালাম।✍️

23/05/2026

শিক্ষাই মন মুকলি কৰিব লাগে, পকেট খালী কৰিব নালাগে 🌟💫🎓📚👍

23/05/2026

মৰমৰ ছাত্ৰ-ছাত্ৰী সকলে কিমান আৰু পঢ়া, হোমৱৰ্ক আৰু পৰীক্ষাৰ তেনচন ল'ব। সেয়ে মানসিক তেনচন দূৰ কৰিবলৈ ছাত্ৰ-ছাত্ৰী সকলক নচোৱাই দিলোঁ।

23/05/2026

সংস্কৃত গীতা পাঠে আমাক বহুত লাভাম্বিত কৰে। কিন্তু ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নিতৌ সংস্কৃত গীতা পাঠে বিশেষ ভাৱে....
১) বুদ্ধি আৰু বুজি পোৱাৰ শক্তি বৃদ্ধি কৰে।
২) গীতাই আত্মাৰ বিকাশ ঘটায়।
৩) গীতাই দিব্য জ্ঞান জগাই তোলে।
৪) গীতাই আধ্যাত্মিক চেতনা জাগ্ৰত কৰে।
৫) গীতাই মনৰ একাগ্ৰতা বৃদ্ধি কৰে।

Photos from জ্ঞান বিকাশ একাডেমী , মঙলদৈ's post 04/02/2026

পুনৰ সফলতা ....

জাতীয় বিদ্যালয় ৰাজ্যিক বৃত্তি পৰীক্ষাত জ্ঞান বিকাশ একাডেমীৰ সফলতাৰ যাত্ৰা অব্যাহত...

নৱম শ্ৰেণীত কল্যানীয়া শ্ৰীজাগৃতি বৰুৱা আৰু কল্যানীয় শ্ৰীজ্যোতিষ্মান মেধিৰ স্থান লাভ ।

সেইদৰে
নৱম শ্ৰেণীৰ শিক্ষাৰ্থী শ্ৰীৰিয়া শৰ্মা, সপ্তম শ্ৰেণীৰ শ্ৰীবিশাল কাশ্যপ, চতুৰ্থ শ্ৰেণীৰ শ্ৰীলিজা ৰাভা, তৃতীয় শ্ৰেণীৰ শ্ৰীবৰ্ণিল ৰাজবংশীয়ে বৃত্তি লাভ কৰিবলৈ সক্ষম হয় ৷

সফলতাৰ অনন্ত ধাৰা বোৱাই ৰখাৰ সংকল্পৰে নতুন শিক্ষাবৰ্ষৰ পূৰ্ণ প্ৰস্তুতি...
নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে.... আপোনাৰ শিক্ষাৰ্থীৰ শৈক্ষিক ভৱিষ্যত নিৰ্মানেৰে দক্ষ আৰু যোগ্য ব্যক্তি গঢ়াৰ একমাত্ৰ শিক্ষানুষ্ঠান জ্ঞান বিকাশ একাডেমী, মঙলদৈ...

Want your school to be the top-listed School/college in Mangaldai?

Click here to claim your Sponsored Listing.

Location

Category

Website

Address


10 No Ward . Bhebarghat, . Near State Bank Of India Mangaldai Bazar Branch
Mangaldai