Nalini Kanta Deka Page

Nalini Kanta Deka Page

Share

শিক্ষক, ছাত্ৰ-ছাত্ৰী, চাকৰি আৰু Facebook/ YouTube সম্পৰ্কীয় যি কোনো খবৰৰ বাবে আমাক Fallow কৰক ।

19/05/2026

ঝক ঝক ঝক

12/05/2026

দ্বিতীয়টো কাৰ্য্যকালৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা মাননীয় Himanta Biswa Sarma মহোদয়ক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো । আপোনাৰ সবল নেতৃত্বত অসম প্ৰগতিৰ পথত বহুদূৰ আগুৱাই যাব বুলি আমি আশাবাদী ।

Photos from Nalini Kanta Deka Page's post 02/05/2026

জন্ম দিনৰ বহুত শুভকামনা থাকিল মাইনা 🎉🎉

Photos from Nalini Kanta Deka Page's post 01/05/2026

একবিংশতিতম ২ নং কলাইগাঁও ৰঙালী বিহু উদযাপন সমলাবৰি । গাঁৱৰ সকলোবোৰ এনেকৈয়ে ।

25/04/2026

সুস্থ থাকক সকলোৱে :

ডাক্তৰ এ কোৱা অনুসৰি বতৰৰ পৰিৱৰ্তন হোৱা হেতুকে বৰ্তমান এক বিশেষ ভাইৰাছ এ শিশু তথা জ্যেষ্ঠ সকলৰ শৰীৰত আক্ৰমণ কৰিছে । ইয়াৰ লক্ষণ সমুহ হল প্ৰথমে এবাৰ দুবাৰ বমি , তাৰ পিছত পাইখানা আৰু দুঘণ্টা বা তিনি ঘণ্টা পিছত বমি আৰু পাইখানাৰ পৰিমান বাঢ়ি শৰীৰ দুৰ্বল কৰি দিয়া । বৰ্তমান প্ৰায় সকলো চিকিৎসালয়ত এ এনেকুৱা ১০-১৫ জন ৰোগী ভৰ্তি হৈ আছে । যোৱা ৩ দিন ধৰি আমিও মঙ্গলদৈ পলিক্লিনিক চিকিৎসালয়ত ভৰ্ত্তি হৈ আছো । দুয়োটি শিশুৰে একে বেমাৰ । এই কেইদিনত চিকিৎসালয় খনৰ পৰা ভালে কেইটি শিশু গুৱাহাটীলৈ ৰেফাৰ দিয়া হৈছে । আমাৰ বন্ধু এগৰাকীৰ সন্তানক একে বেমাৰত ইয়াত ভৰ্তি কৰোৱা হৈছিল যদিও বৰ্তমান গুৱাহাটী Exelcare Hospital ত চিকিৎসাধীন হৈ আছে ।

25/04/2026

মৰ্মান্তিক । এইটোৱে যেন অন্তিম ঘটনা হওক । অকালতে হেৰাই গল এটি প্ৰতিভা । নিশামণি হালৈ 😭😭

Photos from Nalini Kanta Deka Page's post 25/04/2026

জন্ম দিনৰ বহুত শুভকামনা থাকিল ভনী । মনে বিচৰা ধৰণে সুখী হোৱা যেন ❣️🙏🎉

20/04/2026

বিহু 💃💃

Photos from Nalini Kanta Deka Page's post 20/04/2026

কলাইগাওঁ কেন্দ্ৰীয় ৰঙালী বিহু 💃💃

Want your school to be the top-listed School/college in Mangaldai?

Click here to claim your Sponsored Listing.

Location

Website

Address


Mangaldai