Chilarai Academy, Mangaldai.

Chilarai Academy, Mangaldai.

Share

সুলভ আৰু সমৃদ্ধ ব্যৱস্থাৰে পৰিচালিত এখন শিক্ষা প্ৰতিষ্ঠান ।

10/05/2024

2024 Results:
Chilarai Academy

Star mark :- Minakshi Deka
MASS, POSE, GEOG
1st Division:- Hemanta Deka
POSC
Purnima Hazarika GEOG

2nd Division

Pulak Jyoti Kalita
Manash Jyoti Sarmah
Bhanita Deka
Jyoti Prasad Deka
Gautam Das
Hasmot Ali
Sujit Das
Sangita Biswas
Khushi Das
Himashri Deka
Nilabh Nath

3rd Division

Sair Uddin
Abed Ali

Total appeared 16
Total passed 16

Passing percentage 100%

09/05/2024

২০১৮ চনৰ পৰা ২০২৪ চনলৈ একেধাৰে সাত বছৰ এশ শতাংশ উত্তীৰ্ণৰ হাৰ অক্ষুণ্ণ ৰাখি চিলাৰায় একাডেমীয়ে মঙলদৈৰ শিক্ষাজগতত এক প্ৰতিশ্ৰুতিসম্পন্ন শিক্ষা প্ৰতিষ্ঠান হিচাবে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে । এই আপাহতে চিলাৰায় একাডেমীৰ সমূহ শিক্ষাগুৰু মণ্ডলী , ছাত্ৰ-ছাত্ৰী আৰু সহৃদয় অভিভাৱক সকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ । অনাগত সময়ত চিলাৰায় একাডেমী আৰু অধিক উজ্জ্বল হৈ উঠক তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ ।

17/04/2024

মঙলদৈৰ মাজ-মজিয়াত অৱস্থিত চিলাৰায় একাডেমীয়ে বিগত বৰ্ষ সমূহত এশ শতাংশ উত্তীৰ্ণৰ হাৰ অক্ষুণ্ণ ৰাখি এক প্ৰতিশ্ৰুতি সম্পন্ন শিক্ষা প্ৰতিষ্ঠান হিচাবে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে । গ্লেমাৰ সৰ্বস্বতা পৰিহাৰ কৰি ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক উৎকৰ্ষ সাধনেই হৈছে একাডেমী খনৰ মূলমন্ত্ৰ । সীমিত আসন সংখ্যাৰ একাডেমী খনত ২০২৪-২৫ শিক্ষাবৰ্ষত নামভৰ্তিৰ বাবে যোগাযোগ কৰিবলৈ সদাশয় অভিভাৱকৰ ওচৰত গোহাৰি জনালোঁ ।

13/04/2024
Photos from Chilarai Academy, Mangaldai.'s post 15/02/2024

সৰস্বতী পূজা-২০২৪

15/02/2024

কাইলৈৰ পৰা অনুস্থিত হ'বলগীয়া উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সমূহ পৰীক্ষাৰ্থীলৈ শুভ কামনা জনালোঁ ।

12/02/2024

উচ্চতৰ মাধ্যমিকৰ সমূহ পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভ কামনা জনালোঁ ।

Want your school to be the top-listed School/college in Mangaldai?

Click here to claim your Sponsored Listing.

Location

Category

Telephone

Website

Address


ৱাৰ্ড নং ৬, মঙলদৈ
Mangaldai
784125