আজি CRC পৰ্যায়ত অনুষ্ঠিত (শিকন শিক্ষন সামগ্ৰী) বনোৱা প্ৰতিযোগিতাত সাক্ষৰতা আৰু সাংখ্যিকতা উভয় শিতানতে আমাৰ বিদ্যালয় খনে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে ।
এইক্ষেত্ৰত বিশেষকৈ ধন্যবাদৰ পাত্ৰ বৰ্ণালী কলিতা, দিব্যজ্যোতি ৰাভা, শঙ্কৰ বৰুৱা, হাচিনা (জোন) আৰু নিহাৰিকা ।
আটাইকেইগৰাকীলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ।
Hussain Chuburi M. E. School
HussainChuburi M E School is situated at HussainChuburi Village of Darrang District in Assam.
This Page is created to Share some scholastic and Co-Scholastic activities Photos and videos.
05/08/2024
FLN Day
20/06/2024
বানপানীৰ কবলত আমাৰ বিদ্যালয়...
14/06/2024
#আজিৰ_দিনটোৰ_তাৎপৰ্যঃ
ুন
#ঘটনাৱলীঃ 👇👇👇
📀 ১৬৫৯ চনৰ আজিৰ দিনটোতে, #ঔৰংগজেৱ আনুষ্ঠানিকভাৱে আগ্ৰাৰ সিংহাসনত আৰোহণ কৰিছিল ।
📀 ১৬৬৭ চনৰ আজিৰ দিনটোতে, #ডাঃ_জিন_বেপ্টিষ্ট_ডেনিছে প্ৰথম মানুহৰ তেজ সঞ্চালন কৰে ।
📀 ১৭৫২ চনৰ আজিৰ দিনটোতে, বজ্ৰপাত যে প্ৰকৃততে বিদ্যুৎ শক্তি সেই কথা #বেঞ্জামিন_ফ্ৰেংকলিন -এ প্ৰমাণ কৰিছিল ।
📀 ১৮৫৫ চনৰ আজিৰ দিনটোতে, কলকাতাৰ প্ৰসিদ্ধ হিন্দু কলেজৰ নাম #প্ৰেছিডেন্সী_কলেজ ৰখা হয় ।
📀 ১৯০৮ চনৰ আজিৰ দিনটোতে, কলিকতা ষ্টক এক্সচেঞ্জ মুকলি হয়।
📀 ১৯৪৩ চনৰ আজিৰ দিনটোতে, কুশল কোঁৱৰক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচী দিয়া হৈছিল। ১৯৪২ চনৰ ৯ অক্টোবৰত সংঘটিত সৰুপথাৰৰ ৰেল দুৰ্ঘটনাৰ প্ৰথম গৰাকী অভিযুক্ত হিচাপে অভিহিত কৰি মৃত্যুদণ্ডৰ হুকুম বিহা হৈছিল।
📀 ২০২২ চনৰ আজিৰ দিনটোতে, এ নিজৰ নতুন ব্ৰাউজাৰ সপক্ষে ২৬ বছৰৰ পাছত সৰ্বব্যাপী ইণ্টাৰনেট এক্সপ্ল’ৰাৰ ক অব্যাহতি দিয়ে ।
#জন্মঃ 👇👇👇
💿 ১৮৯৯ চনৰ আজিৰ দিনটোতে, ভাৰতীয় ভাস্কৰ,চিত্ৰশিল্পী আৰু ললিত কলা একাডেমীৰ প্ৰতিষ্ঠাপক সভাপতি #দেৱীপ্ৰসাদ_ৰায়চৌধুৰী ৰ জন্ম হৈছিল ।
💿 ১৯০২ চনৰ আজিৰ দিনটোতে, অসমীয়া কবি, ৰাজনীতিবিদ #ৰূপনাথ_ব্ৰহ্ম ৰ জন্ম হৈছিল ৷
💿 ১৯১৬ চনৰ আজিৰ দিনটোতে, আমেৰিকান সমাজ বিজ্ঞানী #হাৰ্বাট_এ_চাইমন ৰ জন্ম হৈছিল ।
💿১৯২৯ চনৰ আজিৰ দিনটোতে, ভাৰতীয় অভিনেত্ৰী আৰু গায়িকা #সুৰাইয়া ৰ জন্ম হৈছিল ।
💿 ১৯৩২ চনৰ আজিৰ দিনটোতে, অসমীয়া গল্পকাৰ, ঔপন্যাসিক আৰু শিক্ষাবিদ #লক্ষ্মীনন্দন_বৰা ৰ জন্ম হৈছিল ।
💿 ১৯৪০ চনৰ আজিৰ দিনটোতে ভাৰতীয় সমাজ সংস্কাৰক, #আন্না_হাজাৰে ৰ জন্ম হৈছিল ।
💿 ১৯৫০ চনৰ আজিৰ দিনটোতে, অসমীয়া কাৰ্টুনিষ্ট আৰু চিত্ৰশিল্পী #ৰবীন_বৰুৱা ৰ জন্ম হৈছিল ।
💿 ১৯৫০ চনৰ আজিৰ দিনটোতে, ব্ৰিটেইনৰ ভাৰতীয় ব্যৱসায়ী লক্ষ্মী_মিত্তল ৰ জন্ম হৈছিল । ২০০৫ চনৰ বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত তৃতীয় স্থান প্ৰাপ্ত প্ৰথম ভাৰতীয় ।
💿 ১৯৫৩ চনৰ আজিৰ দিনটোতে, গণপ্ৰজাতন্ত্ৰী চীনৰ ৰাষ্ট্ৰপতি #ছি_জিনপিং ৰ জন্ম হৈছিল ।
💿 ১৯৯৫ চনৰ আজিৰ দিনটোতে, ভাৰতীয় টেবুল টেনিছ খেলুৱৈ #মণিকা_বাত্ৰা ৰ জন্ম হৈছিল ।
#মৃত্যুঃ 👇👇👇
📌 ১৯৪৩ চনৰ আজিৰ দিনটোতে, গোলাঘাটৰ স্বাধীনতা সংগ্ৰামী আৰু গোলাঘাট জিলা কংগ্ৰেছৰ সম্পাদক, ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰি ফাঁচিকাঠ বৰণ কৰা অসমৰ শেষৰজন শ্বহীদ - #কুশল_কোঁৱৰ শ্বহীদ হৈছিল ।
দিৱস👇👇👇
👉 আজিৰ দিনটোত #শ্বহীদ_কুশল_কোঁৱৰৰ_স্মৃতি_দিৱস পালন কৰা হয় ।
👉 আজিৰ দিনটোতে, #ইটালী ত #অভিযন্তা_দিৱস পালন কৰে ।
আজি #গোলকীয়_বতাহ_দিৱস
: & তথ্য সমূহ ৰ পৰা সংগৃহীত । কিবা প্ৰয়োজনীয় তথ্য বাদ পৰি ৰৈ যোৱা যেন পালে যোগে জনাৱ । পোষ্ট টো গুৰুত্বপূৰ্ণ যেন অনুভৱ হ'লে কৰি আনকো জানিবলৈ সুবিধা কৰি দিৱ ।
Click here to claim your Sponsored Listing.
Location
Website
Address
Mangaldai
Opening Hours
| Monday | 8:45am - 3:30pm |
| Tuesday | 8:45am - 3:30pm |
| Wednesday | 8:45am - 3:30pm |
| Thursday | 8:45am - 3:30pm |
| Friday | 8:45am - 3:30pm |
| Saturday | 8:45am - 12pm |