হাপজান মণ্ডল, তিনিচুকীয়া

  • Home
  • India
  • Makum
  • হাপজান মণ্ডল, তিনিচুকীয়া

হাপজান মণ্ডল, তিনিচুকীয়া A Cluster of Hapjan Education Block under Tinsukia District

World environment day Hapjan Cluster
07/06/2026

World environment day
Hapjan Cluster

আজি অনুষ্ঠিত মণ্ডল সভা, ছোট হাপজান ২৩ নং লাইন প্ৰাথমিক বিদ্যালয়ত। নতুনকৈ নিযুক্তি লাভ কৰা শিক্ষয়িত্ৰী শ্ৰীযুতা পৰিণীতা...
23/05/2026

আজি অনুষ্ঠিত মণ্ডল সভা, ছোট হাপজান ২৩ নং লাইন প্ৰাথমিক বিদ্যালয়ত। নতুনকৈ নিযুক্তি লাভ কৰা শিক্ষয়িত্ৰী শ্ৰীযুতা পৰিণীতা দিহিঙীয়া বাইদেউ আৰু বদলিৰে যোগদান কৰা শ্ৰীযুতা সুমতি বৰুৱা বাইদেউক আদৰণি জনোৱা হয়।

তিনিচুকীয়া জিলাৰ হাপজান মণ্ডলৰ অন্তৰ্গত ছোট হাপজান ২৩ নং লাইন প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী স্বপ্না চোনাৰে এইবাৰ ...
20/05/2026

তিনিচুকীয়া জিলাৰ হাপজান মণ্ডলৰ অন্তৰ্গত ছোট হাপজান ২৩ নং লাইন প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী স্বপ্না চোনাৰে এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৭৪.৩৯ শতাংশ নম্বৰেৰে প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বিদ্যালয়খনৰ লগতে গাওঁখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। তাইৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। ভৱিষ্যতে তাই এগৰাকী আদৰ্শ শিক্ষয়িত্ৰী হোৱাৰ সপোন পুহি ৰাখিছে। 💐🙏

20/05/2026

Activity time with little Angels 🥰🥰
Chotahapjan 23no line LPS

Morning assembly Nagaon MESHapjan Cluster
14/05/2026

Morning assembly
Nagaon MES
Hapjan Cluster

UDise training 2036-27Hapjan Cluster Date 7/05/2026
07/05/2026

UDise training 2036-27
Hapjan Cluster
Date 7/05/2026

07/05/2026

UDise training 2026-27
Hapjan Cluster

Beautiful moments of Hapjan Cluster
02/05/2026

Beautiful moments of Hapjan Cluster

Verious programs
02/05/2026

Verious programs

Address

Makum
Makum
786170

Website

Alerts

Be the first to know and let us send you an email when হাপজান মণ্ডল, তিনিচুকীয়া posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share