বদৌচা চিনিয়ৰ চেকেণ্ডাৰী স্কুল Bodousa Senior Secondary school

  • Home
  • India
  • Makum
  • বদৌচা চিনিয়ৰ চেকেণ্ডাৰী স্কুল Bodousa Senior Secondary school

বদৌচা চিনিয়ৰ চেকেণ্ডাৰী স্কুল Bodousa Senior Secondary school Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from বদৌচা চিনিয়ৰ চেকেণ্ডাৰী স্কুল Bodousa Senior Secondary school, Education, Bodousa senior secondary school, Makum.

12/09/2026
বদৌচা চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ ২০২৬-২০২৭ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ ভোট দান প্ৰক্ৰিয়াৰ কিছু অংশ।
12/09/2026

বদৌচা চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ ২০২৬-২০২৭ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ ভোট দান প্ৰক্ৰিয়াৰ কিছু অংশ।

২০২৬ -২৭ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন বদৌচা চিনিয়ৰ চেকেণ্ডাৰী স্কুল Bodousa Senior Secondary school ,  মাকুম   ...
12/09/2026

২০২৬ -২৭ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন
বদৌচা চিনিয়ৰ চেকেণ্ডাৰী স্কুল Bodousa Senior Secondary school , মাকুম

আজি বদৌচা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, মাকুমত ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে।
গণতান্ত্ৰিক পৰম্পৰা, ছাত্ৰ-ছাত্ৰীৰ নেতৃত্বৰ গুণ আৰু দায়িত্ববোধৰ বিকাশৰ লক্ষ্যৰে অনুষ্ঠিত এই নিৰ্বাচনত ছাত্ৰ-ছাত্ৰীসকলে উৎসাহ-উদ্দীপনাৰে অংশগ্ৰহণ কৰিছে।
ছাত্ৰ একতা সভাৰ এই নিৰ্বাচনে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ঐক্য, নেতৃত্ব, সহযোগিতা আৰু গণতান্ত্ৰিক মূল্যবোধ গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

সকলো প্ৰাৰ্থী আৰু ভোটদানকাৰী ছাত্ৰ-ছাত্ৰীলৈ আন্তৰিক শুভেচ্ছা। 💐

বদৌচা চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ ২০২৬-২০২৭ বৰ্ষ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ ভোট দান প্ৰক্ৰিয়াৰ কিছু অংশ।
12/09/2026

বদৌচা চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ ২০২৬-২০২৭ বৰ্ষ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ ভোট দান প্ৰক্ৰিয়াৰ কিছু অংশ।

07/09/2026
07/09/2026

#ছাত্ৰ-ছাত্ৰী আৰু সন্মানীয় শিক্ষাগুৰুসকলৰ একক প্ৰচেষ্টা, অক্লান্ত পৰিশ্ৰম আৰু দিন-ৰাতিৰ নিৰলস প্ৰচেষ্টাৰ ফলত যেতিয়া কোনো এক অনুষ্ঠানৰ সফল সমাপ্তি ঘটে !
#এই দীঘলীয়া ব্যস্ততা আৰু পৰিশ্ৰমৰ অন্তত, সকলোৱে একেলগে হাঁহি-ধেমালি, আৰু স্ফূৰ্তি কৰাৰ মুহুৰ্ত ।

নৱাগত আদৰণি সভাত নিজৰ প্ৰতিভা আৰু ব্যক্তিত্বৰে সকলোৰে মন জয় কৰি Mr. & Miss. Freshers-2026 হিচাপে খিতাপী লাভ কৰা ক্ৰমে সত...
07/09/2026

নৱাগত আদৰণি সভাত নিজৰ প্ৰতিভা আৰু ব্যক্তিত্বৰে সকলোৰে মন জয় কৰি Mr. & Miss. Freshers-2026 হিচাপে খিতাপী লাভ কৰা ক্ৰমে সত্যজিৎ মৰাণ আৰু তুষাৰাণী মৰাণলৈ বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন, মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। অনাগত দিনত সু-কৰ্ম আৰু সফলতাৰে বিদ্যালয়ৰ লগতে সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবা—এয়াই আমাৰ আন্তৰিক কামনা।

"আজিৰ এই বিজয় হওক
আগন্তুক
সফলতাৰ প্ৰথম খোজ
উজলি উঠা
আগুৱাই যোৱা
তোমালোকৰ সফলতাই হওক
আমাৰ গৌৰৱ !"

06/09/2026

বদৌচা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত আজি অনুষ্ঠিত নৱাগত আদৰণি সভাৰ লগত সংগতি ৰাখি আয়োজন কৰা “সাংস্কৃতিক সন্ধ্যা” অনুষ্ঠানটি নিজৰ সুমধুৰ কণ্ঠ আৰু মনোমোহা পৰিৱেশনেৰে জীপাল কৰি তোলাৰ বাবে বিশিষ্ট কণ্ঠশিল্পী প্ৰিয়ংকা মৰাণ ডাঙৰীয়ানী আৰু কণ্ঠশিল্পী প্ৰাৰ্থজ্যোতি বৰুৱা ডাঙৰীয়ালৈ বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। 🙏

Address

Bodousa Senior Secondary School
Makum
786170

Alerts

Be the first to know and let us send you an email when বদৌচা চিনিয়ৰ চেকেণ্ডাৰী স্কুল Bodousa Senior Secondary school posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to বদৌচা চিনিয়ৰ চেকেণ্ডাৰী স্কুল Bodousa Senior Secondary school:

Shortcuts

Share