Uttam LearnLab

Directions

Uttam LearnLab সকলোকে আমাৰ Page তোলৈ স্বাগতম জনাইছো ��
Educational page তো সকলোৱে সহায় কৰিব

ADRE 2.0 ✅👇ALL QUESTIONS PAPER 📄💯👇
15/09/2024

ADRE 2.0 ✅👇
ALL QUESTIONS PAPER 📄💯👇

15/09/2024

*ADRE*✅✅✅✅✅✅
কাক কি বুলি জানো ?
✿✿✿✿✿✿✿✿✿✿✿
১) অগ্নিকবি : কমলাকান্ত ভট্রাচার্য
২) অতিন্দ্রীয়বাদী কবি : নলিনীবালা দেৱী
৩) অভিনয়াচার্য : ব্রজনাথ শর্মা
৪) অসম কেশৰী : অম্বিকাগিৰি ৰায়চৌধুৰী
৫) অসম গৌৰৱ : হেম বৰুৱা
৬) উপন্যাস সম্রাট : ৰজনীকান্ত বৰদলৈ
৭) কথা শিল্পী : আব্দুল মালিক
৮) কবিতা কোঁৱৰ : অম্বেশ্বৰ চেতিয়া ফুকন
৯) কর্মবীৰ : নবীন চন্দ্র বৰদলৈ
১০) কলাগুৰু : বিষ্ণুপ্রসাদ ৰাভা
১১) খৰিকাজাঁইৰ কবি : ভবানন্দ ৰাজখোৱা
১২) গীতিকবি : পার্ৱতিপ্রসাদ বৰুৱা
১৩) জ্ঞানমালিনীৰ কবি : মফিজুদ্দিন আহমদ হাজৰিকা
১৪) জননায়ক : দেৱেশ্বৰ শর্মা
১৫) ত্যাগবীৰ : হেমচন্দ্র বৰুৱা
১৬) দেশপ্রাণ : লক্ষ্মীধৰ শর্মা
১৭) দেশভক্ত : তৰুণৰাম ফুকন
১৮) ধ্বনি কবি : বিনন্দ চন্দ্র বৰুৱা
১৯) নটসূর্য : ফণী শর্মা
২০) নাট্য প্রভাকৰ : সত্যপ্রসাদ বৰুৱা
২১) নিজৰাৰ কবি : শৈলধৰ ৰাজখোৱা
২২) পথাৰৰ কবি : ৰাম গগৈ
২৩) প্রতিমাৰ খনিকৰ : চন্দ্রকুমাৰ আগৰৱালা
২৪) প্রেম আৰু ৰ’দালিৰ কবি : হীৰেন ভট্রাটার্য
২৫) পাপৰিৰ কবি: গণেশ চন্দ্র গগৈ
২৬) ফুলনিৰ কবি : পদ্মধৰ চলিহা
২৭) বকুলবনৰ কবি : আনন্দ চন্দ্র বৰুৱা
২৮) বনকোঁৱৰ : আনন্দিৰাম দাস
২৯) বনফুলৰ কবি : যতীন্দ্রনাথ দুৱৰা
৩০) বাগ্মীবৰ : নীলমণি ফুকন
৩১) বিদ্রোহী কবি : প্রসন্নলাল চৌধুৰী
৩২) বিহগী কবি : ৰঘুনাথ চৌধাৰী
৩৩) বীৰবালা : কনকলতা
৩৪) ভাঙনি কোঁৱৰ : আনন্দ চন্দ্র আগৰৱালা
৩৫) মৰমী কবি : দুর্গেশ্বৰ শর্মা
৩৬) লুইত কোঁৱৰ : ৰুদ্র বৰুৱা
৩৭) লোকনায়ক : অমিয় কুমাৰ দাস
৩৮) লোকপ্রাণ : মতিৰাম বৰা
৩৯) লোকপ্রিয় : গোপীনাথ বৰদলৈ
৪০) লোকবন্ধু : ডাঃ ভুৱনেশ্বৰ বৰুৱা
৪১) লৌহ মানৱ : বিষ্ণুৰাম মেধি
৪২) শেৱালি কবি : ৰত্নকান্ত বৰকাকতী
৪৩) শোণিত কোঁৱৰ : গজেন বৰুৱা
৪৪) সংগীতাচার্য : লক্ষ্মীৰাম বৰুৱা
৪৫) সাহিত্য ৰত্ন : চন্দ্রধৰ বৰুৱা
৪৬) সিংহপুৰুষ : ৰাধাগোৱিন্দ বৰুৱা
৪৭) সেউজ কোঁৱৰ : পৰাগধৰ চলিহা
৪৮) সৰস্বতী : নির্মলপ্রভা বৰদলৈ
৪৯) ৰসাল কবি : দণ্ডিনাথ কলিতা
৫০) ৰসৰাজ/সাহিত্যৰথী : লক্ষ্মীনাথ বেজবৰুৱা।

15/09/2024

১) 'শেহ দশম' কাৰ ৰচনা?

উত্তৰ:- অনন্ত কন্দলী।

২)কোনগৰাকী অসমীয়া সাহিত্যিকক " অসমীয়া সাহিত্যৰ বেকন " নামেৰে অভিহিত কৰা হয়?

উত্তৰ:- সত্যনাথ বৰা।

৩) কাক অসমীয়া ব্যাস কোৱা হয়?

উত্তৰ:- ৰাম সৰস্বতীক।

৪) প্ৰথম অসমীয়া ছপা পুথিখনৰ লেখকৰ নাম কি?

উত্তৰ:- আত্মাৰাম শৰ্মা।

৫)অসমীয়া সাহিত্যত ' ৰংমন ' নামেৰে জনপ্ৰিয় হৈ পৰা " দস্যু ভাস্কৰ " ছিৰিজৰ স্ৰষ্টাগৰাকী কোন?

উত্তৰ:- ৰবীন দে।

৬) " ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য " গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লিভ কৰা সাহিত্যিক গৰাকী কোন?

উত্তৰ:- অজিৎ বৰুৱা।

৭)সাহিত্যিক হোমেন বৰগোহাঞিৰ কাব্যগ্ৰন্থখনৰ নাম কি?

উত্তৰ:- হৈমন্তী।

৮) মহাপুৰুষ শংকৰদেৱৰ জীৱনৰ আধাৰত ৰচিত ড° লক্ষ্মীনন্দন বৰাৰ উপন্যাসখনৰ নাম কি?

উত্তৰ:- যাকেৰি নাহিকে উপাম।

৯)" ভগ্ন উপকূল " কাৰ দ্বাৰা ৰচিত উপন্যাস?
উত্তৰ:- ড° নগেন শইকীয়া।

১০)" কাল বলুকাত খোজ " গ্ৰন্থখন কাৰ?

উত্তৰ:- লক্ষ্মীনন্দন বৰা।

সকলোৱে কিমান কৰিলে জনাব? ✅🔥আৰু কিবা Questions আছে যদি মনত comments কৰিব ✅✅✅ADRE -2024 পেপাৰ -৩✅👇👇👇👇👇👇১) ৰহস্য সম্ৰাট ৰঞ্...
15/09/2024

সকলোৱে কিমান কৰিলে জনাব? ✅🔥
আৰু কিবা Questions আছে যদি মনত comments কৰিব ✅✅✅
ADRE -2024 পেপাৰ -৩✅👇👇👇👇👇👇

১) ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি?
২) শঙ্কৰদেৱৰ আইতাকৰ নাম কি আছিল?
৩) আটাইতকৈ পুৰণি বেদ খন কি?
৪) অলকানন্দা গীতৰ গীতিকাৰ কোন?
৫) ৰংবং তেৰাঙে ৰচনা কৰা কিতাপ খন?
৬) বাঁহেৰে সজা বাদ্য
৭) ৰাজ্য সভাৰ অধ্যক্ষ কোন?
৮) ৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰোৱায়?
৯) নুমলীগড় তেল শোধনাগাৰ কোন জিলাত অৱস্থিত?
১০) টোকলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত আছে?
১১) নীতি আয়োগৰ অধ্যক্ষ কোন?
১২) নয়নমনি শইকীয়া কি খেলৰ সৈতে জড়িত?
১৩) দীপা কৰ্মকাৰ কি খেলৰ সৈতে জড়িত?
১৪) আহোমৰ শেষ ৰাজধানী কি?
১৫) অসমে কোন দুখন দেশৰ সৈতে আন্তৰাষ্ট্ৰীয় সীমা ভাগ কৰিছে?
১৬) গ্ৰীণ লেণ্ড কোনখন মহাদেশত আছে?
১৭) চেন্নাইৰ পৰা এখন বিমান গুৱাহাটী অভিমুখে আহি আছে। এই ক্ষেত্ৰত বিমান খন কোন দিশৰ অভিমুখে উৰিব?
১৮) ৰূপৰ ৰাসায়নিক সংকেত কি?
১৯) জালিয়ানৱালা বাগ ক'ত আছে?
২০) এণ্ডিজ পৰ্বত ক'ত আছে?
২১) বিষুৱ ৰেখা,মকৰক্ৰান্তি আৰু কৰ্কটক্ৰান্তি পাৰ হৈ যায় কোন ঠাইৰ মাজেৰে ?
২২) শান্ত শিষ্ট হৃষ্ট পুষ্ট মহাদুষ্টৰ ৰচক কোন?
২৩) ১ জানুৱাৰী ২০২৪ সাপেক্ষে ভাৰতৰ উপ ৰাষ্ট্ৰপতি কোন?
২৪) ১ জানুৱাৰী ২০২৪ সাপেক্ষে আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন?
২৫) ৮০ৰ পৰা ১০০ ৰ ভিতৰত কিমান টা মৌলিক সংখ্যা আছে?
২৬) বসুন্ধৰা আঁচনি কিহৰ লগত জড়িত?
২৭) Lion of Mysore নামেৰে কাক জনা যায়?
২৮) ৱাটাৰলু যুদ্ধত জড়িত ব্যক্তিজন
২৯) সাগৰৰ তলিত ভূমিকম্পৰ ফলত সৃষ্টি হোৱা সাগৰীয় ঢৌক কি নামেৰে জনা যায়?
৩০) ২য় বিশ্বযুদ্ধৰ সময়ত অক্ষবাহিনীত কোনখন দেশ আছিল?
৩১) ৰঙাত বগা ক্ৰছ কোনখন দেশৰ জাতীয় পতাকাত আছে?
৩২) ভাৰতৰ আটাইতকৈ পশ্চিমত থকা ৰাজ্য খন কি?
৩৩) আন্তৰ্জাতিক উৎসব Kullu dossera ক'ত অনুষ্ঠিত হয়?

Gk question and answer
21/08/2024

Gk question and answer

21/08/2024
21/08/2024
D. El.Ed exam
21/08/2024

D. El.Ed exam

Shout out to my newest followers! Excited to have you onboard! Shout out to my newest followers! Excited to have you onb...
14/08/2024

Shout out to my newest followers! Excited to have you onboard! Shout out to my newest followers! Excited to have you onboard! Papul Saikia Majuli, Jyotirmoi Borah Maina, Ranjit Boruah, Mahatma Pegu, গৌতম তামুলী, ভীমৰাও কামান, Partha Jyoti Boruah, Omprokash Borah, Dul Saikia, Akshay Baruah

09/08/2024

চিনেমা খনৰ নাম কি বাৰু?
ক'ত হেৰায় গ'ল এইবোৰ অসমীয়া চিনেমা 💗🌻
কি সুন্দৰ আছিল 💗🌻
#অসমীয়া #অসম

08/08/2024

দেউতাক মাঁক আৰু পুতেকৰ কন্ঠ সঁচাকৈ বৰ শুৱলা 🌻📌.. আপোনালোকৰ শুনি কেনেকুৱা লাগিছে জনাব,, Uttam LearnLab

Address

Majuli

Website

Alerts

Be the first to know and let us send you an email when Uttam LearnLab posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share