23/01/2026
আজিৰ সৰস্বতী পূজাৰ কিছু ফটো।
সুস্থ সবল বাতাবৰণৰ মাজেৰে শিক্ষাদান কৰি শিশু সকলৰ জীৱন গঢ়াৰ লক্ষ্য ।
23/01/2026
আজিৰ সৰস্বতী পূজাৰ কিছু ফটো।
30/12/2025
Twinning school program 2025
05/09/2025
আজি 05.09.2025 তাৰিখে শিক্ষক দিৱস উদযাপনৰ কিছু স্মৃতি সাঁচি ৰাখিলোঁ।
15/08/2025
79 সংখ্যক স্বাধীনতা দিৱসৰ উদযাপনৰ মূহুৰ্তত। 2025
06/06/2025
কালি 5 জুন তাৰিখে পৰিবেশ দিৱস উপলক্ষে গছপুলি ৰোপণ কাৰ্যসূচীত।
25/02/2025
আজি খুব কম সময়ৰ ভিতৰত বিদ্যালয়ৰ শৈক্ষিক মেলাখন অনুষ্ঠিত কৰিলোঁ।
06/02/2025
আজি অনুষ্ঠিত গুণোৎসৱৰ কিছু আলোকচিএ সাঁচি ৰাখিলোঁ।
03/02/2025
সৰস্বতী পূজা । ০৩/০২/২০২৫
03/01/2025
আজি আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলক চামগুৰি মুখা শিল্প আৰু দক্ষিণপাট সত্ৰত সেৱা জনাই দক্ষিণপাট পাৰ ঘাটত পিকনিক খাব নিলো।