Gobinpur LP School

Directions

Gobinpur LP School Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Gobinpur LP School, School, Gobinpur, Garamur Satra, Majuli.

দৈনিক জনমভূমি কাকতত বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী আহানা বেগমৰ এটি কবিতা প্ৰকাশ পায়।অভিনন্দন আহানা
04/12/2025

দৈনিক জনমভূমি কাকতত বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী আহানা বেগমৰ এটি কবিতা প্ৰকাশ পায়।

অভিনন্দন আহানা

আজিৰ দৈনিক জনমভূমি কাকতত প্ৰকাশিত বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী ধৰিত্ৰী দেৱীৰ এটা কবিতা।।
14/09/2025

আজিৰ দৈনিক জনমভূমি কাকতত প্ৰকাশিত বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী ধৰিত্ৰী দেৱীৰ এটা কবিতা।।

বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়ত বৃক্ষৰোপণ কৰা কেইখনমান আলোকচিত্ৰ।
05/06/2025

বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়ত বৃক্ষৰোপণ কৰা কেইখনমান আলোকচিত্ৰ।

16/04/2025

বিহু আদৰণীৰ মুহূৰ্ত 😍

বিদ্যালয়ৰ ব'হাগী আদৰণী অনুষ্ঠান 🌺🥀
16/04/2025

বিদ্যালয়ৰ ব'হাগী আদৰণী অনুষ্ঠান 🌺🥀

উৎসৱ বিদ্যাৰম্ভ আৰু নৱাগত আদৰণী সভাৰ স্মৃতি 😍
14/04/2025

উৎসৱ বিদ্যাৰম্ভ আৰু নৱাগত আদৰণী সভাৰ স্মৃতি 😍

12/04/2025

গোবিনপুৰ প্ৰাথমিক বিদ্যালয়ত আয়োজন কৰা "বহাগী আদৰণি" অনুস্থানত বিদ্যালয়ৰ অভিভাৱক সকলে মিচিং বিহু নৃত্য প্ৰদৰ্শন কৰে।

Himanta Biswa Sarma
Ranoj Pegu

বিদ্যালয়ৰ অভিভাৱক সভা আৰু ফলাফল ঘোষণাৰ দৃশ্যাংশ 😍🌿
30/03/2025

বিদ্যালয়ৰ অভিভাৱক সভা আৰু ফলাফল ঘোষণাৰ দৃশ্যাংশ 😍🌿

আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ  "Conference Hall" ত আয়োজিত *বিনামূলীয়া পাঠ্যপুথি* বিতৰণৰ শুভাৰম্ভণি অনুষ্ঠানৰ কিছু আলোকচি...
21/03/2025

আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ "Conference Hall" ত আয়োজিত *বিনামূলীয়া পাঠ্যপুথি* বিতৰণৰ শুভাৰম্ভণি অনুষ্ঠানৰ কিছু আলোকচিত্ৰ।

পঞ্চম শ্ৰেণীৰ বিদায়ী ছাত্ৰ-ছাত্ৰীসকলৰ লগত শিক্ষক বৃন্দৰ কিছু স্মৃতি সাঁচি ৰখা হৈছে।
08/03/2025

পঞ্চম শ্ৰেণীৰ বিদায়ী ছাত্ৰ-ছাত্ৰীসকলৰ লগত শিক্ষক বৃন্দৰ কিছু স্মৃতি সাঁচি ৰখা হৈছে।

07/03/2025

আজি চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ইংৰাজী পাঠপঢ়া পৰীক্ষা লোৱা হৈছিল। প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ সাৱলীল পঠনে আমাক আনন্দিতা কৰিছে।
゚viralシfypシ゚viralシalシ

07/03/2025

Today an oral test has been taken of class iv & v. We are highly appreciated by the students for reading fluently.

゚viralシfypシ゚viralシalシ

Address

Gobinpur, Garamur Satra
Majuli
785104

Website

Alerts

Be the first to know and let us send you an email when Gobinpur LP School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category