Jonaki Chamahiya Ati model HSS

Jonaki Chamahiya Ati model HSS

Share

It is an educational institution providing from upper primary to Higher secondary in humanities.

31/07/2021

উজনি মাজুলীৰ অগ্ৰণী শিক্ষা প্ৰতিস্থান জোনাকী ছমহীয়াআটী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উচ্চতৰ মাধ্যমিক শাখাত নামভৰ্তিৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে ৷ ইচ্ছুক ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি বাবে তলত দিয়া linkটোত click কৰে যেন ৷
এই লিংক ০২/০৮/২১ পুৱা ৭টাৰ পৰা ০৭/০৮/২১ ৰ সন্ধ্যা ৬বজালৈ সক্ৰিয় হৈ থাকিব ৷

https://forms.gle/Y2iX3U2LoQr1Th1E8

Photos from Jonaki Chamahiya Ati model HSS's post 13/04/2021

আমি বিহু আদৰিলো ৷

24/11/2020

মাননীয় তৰুণ গগৈ ডাঙৰীয়াৰ ৰূপত এজন সৎ, সুদক্ষ, নিকা, সদাস্মিত ৰাজনীতিজ্ঞ আৰু এজন সচাঁ অন্তৰৰ ব্যক্তিক হেৰুৱাই সমগ্ৰ অসমৰ লগতে জোনাকী ছমহীয়াআটী আদৰ্শ বিদ্যালয়ৰ সমূহ পৰিয়াল মৃয়মান ৷ তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে নেদেখা জনৰ ওচৰত বিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ প্ৰাৰ্থনা জনালো ৷

Photos from Jonaki Chamahiya Ati model HSS's post 07/10/2020

Sanitisation drive after 5 of our students found to be Covid19 positive in RAT on 06/10/2020

Photos from Jonaki Chamahiya Ati model HSS's post 24/09/2020

ক'ভিড ১৯ ৰ নীতি নিয়ম মানি পুনৰ নতুন সামান্যতা দিশে জোনাকী ছমহীয়াআটি আদৰ্শ উ: মা: বিদ্যালয় ৷

15/08/2020

তৰুণী পেগু
নৃত্য প্ৰতিযোগিতা অবিভক্ত যোৰহাট জিলাৰ অন্তৰ্গত বিদ্যালয়সমূহৰ মাজত অনুষ্ঠিত অনলাইন নৃত্য প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগি(খ শাখা)।

15/08/2020

৭৪ত্বম স্বাধীনতা দিবস উপলক্ষে সকলোলৈকে জোনাকী ছমহিয়াআটী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তৰফৰ পৰা শুভেচ্ছা জনালো।

13/07/2020

মহাবাহুৰ কালৰূপতো যাতে মাজুলী নিৰাপদ হৈ থাকে, তাৰেই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালো ৷

Photos from Jonaki Chamahiya Ati model HSS's post 23/06/2020

জোনাকী ছমহীয়াআটী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উচ্চতৰ মাধ্যমিক ১ম বৰ্ষত নামভৰ্তি বাবে আবেদনকাৰিৰ সূচী—
অধিক তথ্যৰ বাবে তলৰ লিংকটো চাওঁক https://jonakicmh1973.wixsite.com/jcmh

13/06/2020
Want your school to be the top-listed School/college in Majuli?

Click here to claim your Sponsored Listing.

Location

Category

Telephone

Address


Kamalabari/Haldhibari Road
Majuli
785105

Opening Hours

Monday 9am - 3pm
Tuesday 9am - 3pm
Wednesday 9am - 3pm
Thursday 9am - 3pm
Friday 9am - 3pm
Saturday 9am - 12pm