আমাৰ বিদ্যালয় আমাৰ গৌৰৱ,আমাৰ স্বাভিমান,আমাৰ পৰিচয়।

আমাৰ বিদ্যালয় আমাৰ গৌৰৱ,আমাৰ স্বাভিমান,আমাৰ পৰিচয়।

Share

পঢ়াশালিৰ ইটো-সিটো||১০১ নং কলিয়া গাঁও প্ৰাথমিক বিদ্যালয়||লহপহীয়া চাহ বাগিচা প্ৰাথমিক বিদ্যালয়||

Photos from আমাৰ বিদ্যালয় আমাৰ গৌৰৱ,আমাৰ স্বাভিমান,আমাৰ পৰিচয়।'s post 16/06/2026

#১৬ জুন ২০২৬,মঙলবাৰ।
#আজি আয়াং ট্ৰাষ্টৰ উদ্যোগত আমাৰ তিনিখন বন্ধু বিদ্যালয়ৰ সহযোগত আমাৰ বিদ্যালয়ত পুথিভঁৰাল উৎসৱ অনুষ্ঠিত হয়।অনুষ্ঠানত তিনিওখন বিদ্যালয়ৰ শিক্ষক, ছাত্ৰ-ছাত্ৰীৰ লগতে আয়াং ট্ৰাষ্টৰ প্ৰাঞ্জল তামুলী,জ্যোতি গাম আৰু সূদুৰ উৰিষ্যাৰ পৰা অহা বেহৰা উপস্থিত থাকে।
ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন খেল-ধেমালি,ভংগীমা গীত,নাটক পৰিৱেশন কৰাৰ লগতে নৃত্য-গীতৰ এটি সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে।শেষত সম্প্ৰীতি ভোজনেৰে কাৰ্যসূচীটিৰ অন্ত পৰে।
এই সুন্দৰ অনুষ্ঠানটি আমাৰ বিদ্যালয়ত অনুষ্ঠিত কৰা বাবে বিদ্যালয়ৰ তৰফৰ পৰা আয়াং ট্ৰাষ্টৰ বিষয়ববীয়াসকলক আন্তৰিক ধন্যবাদ জনালো 🙏
ং_কলিয়া_গাঁও_প্ৰাথমিক_বিদ্যালয়

05/06/2026

বিশ্ব পৰিৱেশ দিৱস উদযাপন।
ং_কলিয়া_গাঁও_প্ৰাথমিক_বিদ্যালয়

Photos from আমাৰ বিদ্যালয় আমাৰ গৌৰৱ,আমাৰ স্বাভিমান,আমাৰ পৰিচয়।'s post 05/06/2026

#৫ জুন ২০২৬,শুক্ৰবাৰ।
#বিশ্ব পৰিৱেশ দিৱস উদযাপন।
#চিত্ৰাংকন প্ৰতিযোগিতা।
ং_কলিয়া_গাঁও_প্ৰাথমিক_বিদ্যালয়

Photos from আমাৰ বিদ্যালয় আমাৰ গৌৰৱ,আমাৰ স্বাভিমান,আমাৰ পৰিচয়।'s post 04/06/2026

চলিত বৰ্ষত আমাৰ বিদ্যালয়ৰ পৰা ষষ্ঠ শ্ৰেণীলৈ উত্তীৰ্ণ হোৱা কেইগৰাকীমান ছাত্ৰ-ছাত্ৰীৰ ইংৰাজী হাতৰ আখৰৰ পৰিৱৰ্তন।

02/06/2026

"পখিলা"-দ্বিতীয় শ্ৰেণী।
গৰম বহুত বেছি।জিৰণিত খেলা বন্ধ,কবিতা আৰম্ভ☺️
ং_কলিয়া_গাঁও_প্ৰাথমিক_বিদ্যালয়

29/05/2026

#জিৰণিৰ সময়ত গৰমৰ বাবে দ্বিতীয় শ্ৰেণীৰ মইনাহঁতে গছৰ তলত বহি থাকোঁতে গোৱা ঘনচিৰিকাৰ গীতটো🥰গীতটো আয়াং ট্ৰাষ্টৰ প্ৰণৱ ছাৰে শিকোৱা।এইচেগতে প্ৰণৱ ছাৰৰ লগতে আয়াং ট্ৰাষ্টক বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনালো 🙏
ং_কলিয়া_গাঁও_প্ৰাথমিক_বিদ্যালয়

28/05/2026

#আমাৰ বিদ্যালয়ৰ কাজিনেমুৰ বাৰীখন 💚
ং_কলিয়া_গাঁও_প্ৰাথমিক_বিদ্যালয়

25/05/2026

#ভাৰতীয় ভাষা গ্ৰীষ্মকালীন শিবিৰৰ লগত সংগতি ৰাখি।
#বিভিন্ন বাদ্যযন্ত্ৰৰ বিষয়ে আলোচনাৰ অন্তত সকলোৱে মিলি সংগীত পৰিৱেশন।
ং_কলিয়া_গাঁও_প্ৰাথমিক_বিদ্যালয়

24/05/2026

#ভাৰতীয় ভাষা গ্ৰীষ্মকালীন শিবিৰৰ লগত সংগতি ৰাখি।
#ট্ৰেফিক লাইটৰ নিয়ম।
ং_কলিয়া_গাঁও_প্ৰাথমিক_বিদ্যালয়

23/05/2026

#ভাৰতীয় ভাষা গ্ৰীষ্মকালীন শিবিৰৰ লগত সংগতি ৰাখি।
ং_কলিয়া_গাঁও_প্ৰাথমিক_বিদ্যালয়

Want your school to be the top-listed School/college in Majuli?

Click here to claim your Sponsored Listing.

Location

Category

Website

Address


Majuli
785104

Opening Hours

9am - 5pm