NIROB baxa- নীৰৱ ভাষা

NIROB baxa- নীৰৱ ভাষা কিছুমান অনুভৱ
শব্দত নহয়… নীৰৱতাত থাকে।
✍️ কবিতা | গল্প | সংলাপ
🎧 শুনা, অনুভৱ কৰা
(1)

01/06/2026

"মোৰ শেহতীয়া সৃষ্টি। সংগীতৰ প্ৰতি থকা মোৰ সৰু প্ৰচেষ্টা এটা আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ প্ৰয়োজন। শুনি কেনে পালে জনাবলৈ নাপাহৰিব! 🎧❤️

26/05/2026

নতুন চেষ্টা ৩। ভাল লাগিলে মন্তব্য কৰিব।

23/05/2026

নতুন চেষ্টা ২

22/05/2026

নতুনত্বৰ চেষ্টা । ভাল লাগিলে জনাব।

NIROB baxa- নীৰৱ ভাষা ৰ প্ৰথম খোজ।
12/03/2026

NIROB baxa- নীৰৱ ভাষা ৰ প্ৰথম খোজ।

****মাতাল প্ৰেমিক****নিৰৱ নিতাল নিজান পৃথিবীততুমি আৰু মই, অকলসৰে। কোনো নাই,মাথোন তুমি আৰু মই। চৰাই চিৰিকতিবোৰো আজি নিমাত...
09/02/2026

****মাতাল প্ৰেমিক****

নিৰৱ নিতাল নিজান পৃথিবীত
তুমি আৰু মই, অকলসৰে।
কোনো নাই,
মাথোন তুমি আৰু মই।
চৰাই চিৰিকতিবোৰো আজি নিমাত।
হয়তো,
আমাৰ মিলন ক্ষণলৈ অপেক্ষাৰত।

বুকুৰ উমত তোমাৰ ঘন উশাহ
মাতাল কৰিছে মোৰ
হৃদয়ৰ বন্ধ কোঠাত।
হয়তো তুমিও বিচাৰিছা
মোৰ হিয়াৰ কোমল পৰশ।

 #আমাৰ কি আছে? #তেওলোকৰ_একো_নাই। পদুলি মুখত ৰাতি অকলে ৰৈ আছে অৰ্চনা। আমন জিমনকৈ অহা দেৱক দেখি মনত আকৌ চিন্তা উপজিল।    “...
08/02/2026

#আমাৰ কি আছে?
#তেওলোকৰ_একো_নাই।

পদুলি মুখত ৰাতি অকলে ৰৈ আছে অৰ্চনা। আমন জিমনকৈ অহা দেৱক দেখি মনত আকৌ চিন্তা উপজিল।
“আজিও নহ'লনে?”
“ক'ত হব। আমি কি? আমাৰ কি আছে? কাৰ কি তাক চাইহে যি যিমান দিব লাগে দিয়ে। ”
দেৱৰ খং আৰু দুখৰ দাৰ মাকৰ কাষতে টোৱালে। বেমাৰ দেউতাকৰ চিকিৎসাৰ বাবে আজি এমাহ ধৰি বিভিন্ন বেংকত লোণ বিচাৰি ফুৰিছিল। তেওলোকৰ এতিয়া আৰু একো নাই সকলোবোৰ বন্ধকত।

Address

Majuli
Majuli-Bongaon

Alerts

Be the first to know and let us send you an email when NIROB baxa- নীৰৱ ভাষা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category