ফুলনি উচ্চ মাধ্যমিক বিদ্যালয়, মাজুলী

  • Home
  • India
  • Majuli-Bongaon
  • ফুলনি উচ্চ মাধ্যমিক বিদ্যালয়, মাজুলী

ফুলনি উচ্চ মাধ্যমিক বিদ্যালয়, মাজুলী The official page of Phulani High School, Majuli

বিদ্যালয় সপ্তাহৰ কিছু স্থিৰচিত্ৰ💐💐💐
13/12/2025

বিদ্যালয় সপ্তাহৰ কিছু স্থিৰচিত্ৰ💐💐💐

খণ্ড পৰ্য্যায়ৰ শিক্ষণ শিকন সামগ্ৰীৰ প্ৰদৰ্শন আৰু প্ৰতিযোগিতাত আমাৰ বিদ্যালয়ৰ সাক্ষৰতাত প্ৰথম স্থান।
22/11/2025

খণ্ড পৰ্য্যায়ৰ শিক্ষণ শিকন সামগ্ৰীৰ প্ৰদৰ্শন আৰু প্ৰতিযোগিতাত আমাৰ বিদ্যালয়ৰ সাক্ষৰতাত প্ৰথম স্থান।

অসমীয়াৰ প্ৰাণৰ শিল্পী, সদ্যপ্ৰয়াত জুবিন গাৰ্গ দেৱৰ জন্ম দিন উপলক্ষে বিদ্যালয়ত নাহৰ পুলি ৰোপণ।
18/11/2025

অসমীয়াৰ প্ৰাণৰ শিল্পী, সদ্যপ্ৰয়াত জুবিন গাৰ্গ দেৱৰ জন্ম দিন উপলক্ষে বিদ্যালয়ত নাহৰ পুলি ৰোপণ।

ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকা দেৱৰ জন্ম শত বাৰ্ষিকী উদযাপন।
08/09/2025

ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকা দেৱৰ জন্ম শত বাৰ্ষিকী উদযাপন।

আমাৰ বিদ্যালয়ত "Solid waste management" শীৰ্ষক প্ৰতিযোগিতাত ছাত্ৰ ছাত্ৰী সকলৰ সক্ৰিয় অংশগ্ৰহণৰ কিছু দৃশ্যাংশ।District Ad...
08/09/2025

আমাৰ বিদ্যালয়ত "Solid waste management" শীৰ্ষক প্ৰতিযোগিতাত ছাত্ৰ ছাত্ৰী সকলৰ সক্ৰিয় অংশগ্ৰহণৰ কিছু দৃশ্যাংশ।
District Administration Majuli

Observation of National Sport's Day at Phulani High School.
29/08/2025

Observation of National Sport's Day at Phulani High School.

29/08/2025

আমাৰ বিদ্যালয়ত কলা উৎসৱৰ কিছু দৃশ্যাংশ

বৃত্তিমুখী বিষয় 'কৃষি'ৰ আজি 28/08/2025  তাৰিখে অতিথি বক্তা হিচাপে উপস্থিত থকা ফুলনি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পলাশ প্...
28/08/2025

বৃত্তিমুখী বিষয় 'কৃষি'ৰ আজি 28/08/2025 তাৰিখে অতিথি বক্তা হিচাপে উপস্থিত থকা ফুলনি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পলাশ প্ৰতিম ডাঙৰীয়াক আমি বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। অত্যন্ত ব্যস্ততাৰ মাজতো মহোদয়ে আমাৰ ছাত্ৰ ছাত্ৰী সকলৰ লগত Effective Communication (ফলপ্ৰসূ যোগাযোগ ব্যৱস্থাৰ) ওপৰত আলোকপাত কৰি আমাৰ ছাত্ৰ ছাত্ৰী সকলৰ উত্তৰণত সহায় কৰিলে। পুনৰ আৰক্ষী বিষয়া পলাশ প্ৰতিম গগৈ মহোদয় আৰু তেখেতৰ সহযোগী মনু পাতিৰ ডাঙৰীয়ানিক অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

আজি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমি ফুলনি উচ্চ মাধ্যমিক বিদ্যালয় পৰিয়ালে ৭৯ সংখ্যক স্বাধীনতা দিৱস উলহ মালহেৰে উদযাপন কৰোঁ।
15/08/2025

আজি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমি ফুলনি উচ্চ মাধ্যমিক বিদ্যালয় পৰিয়ালে ৭৯ সংখ্যক স্বাধীনতা দিৱস উলহ মালহেৰে উদযাপন কৰোঁ।

সমগ্ৰ বিশ্বৰ লগতে আমাৰ বিদ্যালয়টো আজি 21 জুন তাৰিখে আন্তৰ্জাতিক যোগ দিৱস উদযাপন কৰা হয়।
21/06/2025

সমগ্ৰ বিশ্বৰ লগতে আমাৰ বিদ্যালয়টো আজি 21 জুন তাৰিখে আন্তৰ্জাতিক যোগ দিৱস উদযাপন কৰা হয়।

18/06/2025

16/06/2025 তাৰিখৰ মাধ্যমিক সঞ্চালকালয়ৰ এক নিৰ্দেশনামতে শংকৰ চাপৰি জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ফুলনি উচ্চ মাধ্যমিক বিদ্যালয়ৰ লগত একত্ৰিকৰণ বাতিল কৰে। গতিকে নিয়ম অনুসৰি বিদ্যালয়ৰ জেষ্ঠ শিক্ষক অতুল চন্দ্ৰ নাথদেৱে ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ দায়িত্বত থাকিব।

আজি ইংৰাজী 10/06/2025 তাৰিখে শিক্ষা বিভাগৰ এক জাননী অনুসৰি আমাৰ ফুলনি উচ্চ মাধ্যমিক বিদ্যালয়ৰ লগত শংকৰ চাপৰি জনজাতি উচ্চ...
10/06/2025

আজি ইংৰাজী 10/06/2025 তাৰিখে শিক্ষা বিভাগৰ এক জাননী অনুসৰি আমাৰ ফুলনি উচ্চ মাধ্যমিক বিদ্যালয়ৰ লগত শংকৰ চাপৰি জনজাতি উচ্চ মাধ্যমিক বিদ্যালয় একত্ৰিকৰণ হয়। লগতে চৰকাৰী নিয়ম অনুসৰি শংকৰ চাপৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দিগন্ত বৰুৱা ডাঙৰীয়াই ফুলনি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ দায়িত্ব গ্ৰহণ কৰে। এক গাম্ভীয্যপূৰ্ণ অনুষ্ঠানত ফুলনি উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি কিৰণ বৰা দেৱৰ লগতে বিষয়ববীয়া সকল,প্ৰাক্তন প্ৰধান শিক্ষক দ্বিজেন শইকীয়া মহোদয় আৰু সোন্তিনাথ শইকীয়া দেৱৰ লগতে প্ৰাক্তন উচ্চ বৰ্গৰ সহায়ক বসন্ত শইকীয়া,দুয়োখন বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী আৰু অন্যান্য গণ্য মান্য ব্যক্তিৰ উপস্থিতিত বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক অতুল চন্দ্ৰ নাথ দেৱে নৱনিযুক্ত বিদ্যালয় প্ৰধান দিগন্ত বৰুৱা দেৱক কাৰ্যভাৰ অৰ্পণ কৰে। আমি বিদ্যালয়ৰ পৰিয়ালবৰ্গই ইমান দিনে নিষ্ঠা সহকাৰে প্ৰধান শিক্ষকৰ দায়িত্ব গ্ৰহণ কৰা বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক অতুল চন্দ্ৰ নাথ দেৱক ধন্যবাদ আৰু কৃতজ্ঞতা জনোৱাৰ লগতে নৱনিযুক্ত প্ৰধান শিক্ষক দিগন্ত বৰুৱাদেৱ আৰু শংকৰ চাপৰি জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমূহ শিক্ষক কৰ্মচাৰীক স্বাগতম জনাওঁ।

Address

Phulani, Majuli
Majuli-Bongaon
785105

Alerts

Be the first to know and let us send you an email when ফুলনি উচ্চ মাধ্যমিক বিদ্যালয়, মাজুলী posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to ফুলনি উচ্চ মাধ্যমিক বিদ্যালয়, মাজুলী:

Shortcuts

Share

Category