BSC Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from BSC, Education, Majuli-Bongaon.

19/07/2025

কেতিয়াবা দুখ লাগিলে চিঞৰি চিঞৰি কান্দক ,কিন্তু ৰুমৰ দৰ্জা বন্ধ কৰি লওঁক।কাৰণ ,সহানুভূতিৰে চাই দেখুৱা সকলেই আপোনাৰ পিছফালে ৰৈ ৰং চাব।

চিপাহী বিদ্ৰোহৰ প্ৰথমগৰাকী শ্বহীদ মঙ্গল পাণ্ডেৰ স্বদেশপ্ৰেম, অদম্য বীৰত্ব আৰু সাহসৰ গাঁথা ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহা...
19/07/2025

চিপাহী বিদ্ৰোহৰ প্ৰথমগৰাকী শ্বহীদ মঙ্গল পাণ্ডেৰ স্বদেশপ্ৰেম, অদম্য বীৰত্ব আৰু সাহসৰ গাঁথা ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত স্বৰ্ণাভ অধ্যায় হিচাবে চিহ্নিত হৈ আহিছে । ঔপনিৱেশিক ব্ৰিটিছৰ শোষণ আৰু বঞ্চনাৰ বিৰুদ্ধে তেখেতে ভাৰতীয়ৰ মনত পঞ্জীভূত ক্ষোভক বিদ্ৰোহলৈ ৰূপান্তৰিত কৰি স্বাধীনতাৰ পথ প্ৰশস্ত কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছিল ।

29/05/2025
শুক্লা একাদশী
08/05/2025

শুক্লা একাদশী

05/05/2025

চুমাৰে উপচালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক

21/04/2025

জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি ২১ এপ্ৰিল , ২০২৫ চনৰ সন্ধ্যা ৯.০৯ PM অতি শুভ সময়। বিশ্ব ব্ৰহ্মাণ্ডৰ এক বিশেষ শক্তি সৃষ্টি হব ।
গতিকে, এই সময়ত নিজৰ মনৰ আশা পূৰণৰ বাবে ভগৱানক প্ৰাথনা কৰিলে অতি সোনকালেই মনকামনা পূৰ্ণ হব ।

Address

Majuli-Bongaon
785104

Website

Alerts

Be the first to know and let us send you an email when BSC posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category