Saptarshi Gurukul

Saptarshi Gurukul Educational Institute

03/09/2024

শাৰীৰিক শিক্ষা

30/08/2024

কণমানি জনিৰ কণ্ঠত এটি ধুনীয়া কবিতা আবৃত্তি।।

আমি সপ্তর্ষিয়ান'❤️
15/12/2023

আমি সপ্তর্ষিয়ান'❤️

সপ্তৰ্ষি গুৰুকুলৰ' সপোন প্ৰিয়াসী' সকল, এক ন উদ্যমেৰে আমি সাজু এখোজ আগলৈ, আনুষ্ঠানিক শিক্ষাৰ লগতে শাৰীৰিক শিক্ষাৰ কিছু দ...
13/12/2023

সপ্তৰ্ষি গুৰুকুলৰ' সপোন প্ৰিয়াসী' সকল, এক ন উদ্যমেৰে আমি সাজু এখোজ আগলৈ,
আনুষ্ঠানিক শিক্ষাৰ লগতে শাৰীৰিক শিক্ষাৰ কিছু দৃশ্য

29/11/2023

ৰাস পূৰ্ণিমাৰ শুভেচ্ছাৰ্থে "সপ্তৰ্ষি গুৰুকুল" ৰ ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা পৰিৱেশন কৰা এটি সুন্দৰ অভিনয়।
আমাৰ প্ৰথম প্ৰয়াস

 #সপ্তৰ্ষি  #গুৰুকুলৰ আগন্তুক  #ৰাসোৎসৱৰ বিশেষ  #প্ৰস্তুতি ।২৫নবেম্বৰত ৰাসৰ বিশেষ অনুষ্ঠান পতাৰ উপৰিওঁ বাহিৰৰ পৰা অহা ৰা...
22/11/2023

#সপ্তৰ্ষি #গুৰুকুলৰ আগন্তুক #ৰাসোৎসৱৰ বিশেষ #প্ৰস্তুতি ।২৫নবেম্বৰত ৰাসৰ বিশেষ অনুষ্ঠান পতাৰ উপৰিওঁ বাহিৰৰ পৰা অহা ৰাইজক #আদৰিবৰ বাবে #যোৰহাট আৰু #মাজুলীৰ বিশেষ বিশেষ #পাৰঘাট বোৰত থাকিব সপ্তৰ্ষি গুৰুকুলৰ আদৰনি #তোৰন ।ইয়াৰ বাহিৰেওঁ মাজুলীৰ প্ৰায়বোৰ #ৰাসোৎসৱ থলিৰ সন্মুখন লগোৱা হ'ব বিশেষ আদৰনি #ফলক। তাৰ উপৰিও বহুকেইখন ৰাস মঞ্চত সপ্তৰ্ষি গুৰুকুলৰ পৰিয়াল গৈ #জেষ্ঠ ২/৩জনক সেৱা লোৱাৰ উদ্দেশ্যে জনোৱাঁ হ'ব বিশেষ #সম্বৰ্ধনা,লগতে ৰাস মঞ্চত দিয়া হ'ব পৰমপিতা সেৱাৰ্থে বিশেষ #শৰাই।সকলোৰে পৰা দিহা-পৰামৰ্শ আৰু সহায় #সহযোগিতা একান্ত ভাবে কামনা কৰিলোঁ।🙏🙏🙏

"সপ্তৰ্ষি গুৰুকুল"ৰ সকলো সন্মানীয় অভিভাৱকক কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে জনাব বিচাৰিছোঁ যে বৰ্তমান মবাইল...
17/10/2023

"সপ্তৰ্ষি গুৰুকুল"ৰ সকলো সন্মানীয় অভিভাৱকক কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে জনাব বিচাৰিছোঁ যে বৰ্তমান মবাইল সংস্কৃতিয়ে শেষ কৰা সমাজ ব্যৱস্থাৰ পৰা ছাত্ৰ-ছাত্ৰী সকলক আঁতৰাই আনি আমাৰ পৰম্পৰা আৰু কৃষ্টি সংস্কৃতি শিকাবৰ বাবে আমি কাতি বিহুত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা প্ৰস্তত কৰোৱাইছোঁ পিঠা বনোৱাৰ পৰা তুলসীৰ ভেটি বনোৱাৰ পৰা পথাৰত চাকি দিয়ালৈকে সকলো বিহুৰ পৰম্পৰা।। আজি আমাৰ ছাত্ৰ-ছাত্ৰী সকলক প্ৰশিক্ষণ দিয়া হল নাৰিকলৰ লচ্ কৰা বনোৱাৰ লগতে তুলসী ভেটি বনোৱা,ঔটেঙা বা অমিতা কাটি থলুৱা ভাবে কেনেকৈ বন্তি প্ৰস্তুত কৰিব পাৰি।।।

অসম জাতীয় বিদ্যাল়য়ৰ শিক্ষা সংসদৰ অন্তগত সপ্তৰ্ষি গুৰুকুল" প্রথমটি আনুষ্ঠানিক (ছমহীয়া ) পৰীক্ষা অনুষ্ঠিত হয়।। পৰীক্ষ...
21/09/2023

অসম জাতীয় বিদ্যাল়য়ৰ শিক্ষা সংসদৰ অন্তগত সপ্তৰ্ষি গুৰুকুল" প্রথমটি আনুষ্ঠানিক (ছমহীয়া ) পৰীক্ষা অনুষ্ঠিত হয়।। পৰীক্ষাত অৱসৰ প্ৰাপ্ত বিষয় শিক্ষক শ্ৰদ্ধাৰ মানিক বৰুৱা ছাৰ পৰীক্ষা বহি:নিৰীক্ষক হিচাপে উপস্থিত থাকে। সম্পূৰ্ণ অধ্যত্মিক আৰু নীতি নিয়মৰ মাজেৰে ষষ্ঠ শ্ৰেণী ছমহীয়া পৰীক্ষা অনুষ্ঠিত কৰা হয়।।।
#সপ্তৰ্ষি_গুৰুকুল

Address

Motiyabari
Majuli-Bongaon
785106

Alerts

Be the first to know and let us send you an email when Saptarshi Gurukul posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Saptarshi Gurukul:

Shortcuts

Share