বনগাঁও প্ৰাথমিক বিদ্যালয় ।

বনগাঁও প্ৰাথমিক বিদ্যালয় । Bongaon LPS.

19/03/2024
বিদ্যালয়ৰ সৰস্বতী পূজাৰ কিছু আলোক চিত্ৰ ।
14/02/2024

বিদ্যালয়ৰ সৰস্বতী পূজাৰ কিছু আলোক চিত্ৰ ।

গুণোৎসৱ ২০২৪ ৰ কিছু স্মৃতি ।
07/02/2024

গুণোৎসৱ ২০২৪ ৰ কিছু স্মৃতি ।

বিদ্যালয়ৰ শৈক্ষিক অগ্ৰগতিৰ তথা  আগন্তুক গুনোৎসৱৰ বাবে সমাজ আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ  উপস্থিতিত হোৱা  সাধাৰন সভাৰ কিছু ...
13/01/2024

বিদ্যালয়ৰ শৈক্ষিক অগ্ৰগতিৰ তথা আগন্তুক গুনোৎসৱৰ বাবে সমাজ আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত হোৱা সাধাৰন সভাৰ কিছু আলোক চিত্ৰ ।

বিদ্যালয়ৰ সদ্য অৱসৰ প্ৰাপ্ত সহশিক্ষয়িত্ৰী শ্ৰীযুতা পুষ্পলতা শইকীয়াৰ বাইদেউৰ  বিদায় সভাৰ কিছু আলোকচিত্ৰ ।
06/01/2024

বিদ্যালয়ৰ সদ্য অৱসৰ প্ৰাপ্ত সহশিক্ষয়িত্ৰী শ্ৰীযুতা পুষ্পলতা শইকীয়াৰ বাইদেউৰ বিদায় সভাৰ কিছু আলোকচিত্ৰ ।

বিদ্যালয়ৰ সহ শিক্ষয়িত্ৰী পুষ্পলতা শইকীয়া বাইদেউৰ আজি ৰ্কমজীৱনৰ শেষ দিন । আজি তেখেতক বিদ্যালয়ৰ পৰা গৃহমূখী লৈ যাওঁতে ছাত্...
30/09/2023

বিদ্যালয়ৰ সহ শিক্ষয়িত্ৰী পুষ্পলতা শইকীয়া বাইদেউৰ আজি ৰ্কমজীৱনৰ শেষ দিন । আজি তেখেতক বিদ্যালয়ৰ পৰা গৃহমূখী লৈ যাওঁতে ছাত্ৰ ছাত্ৰী , শিক্ষাগুৰু আৰু অভিভাৱকসকলে আগবঢ়ায় দিয়ে। তেখেতৰ অৱসৰ জীৱন সুখময় হোৱাৰ কামনা কৰা হ'ল। 🙏🙏

ঐতিহাসিক ক্ষণৰ বিৰল দৃশ্য উপভোগ কৰাৰ সময়ত  বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰী , ছাত্ৰ ছাত্ৰী  আৰু অভিভাৱক সকল ।
23/08/2023

ঐতিহাসিক ক্ষণৰ বিৰল দৃশ্য উপভোগ কৰাৰ সময়ত বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰী , ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সকল ।

৭৭ সংখ্যক স্বাধীনতা দিৱসৰ কিছু আলোক চিত্ৰ ।
15/08/2023

৭৭ সংখ্যক স্বাধীনতা দিৱসৰ কিছু আলোক চিত্ৰ ।

বিদ্যালয়ৰ বিভিন্ন অুষ্ঠানৰ আলোক চিত্ৰ।
30/06/2023

বিদ্যালয়ৰ বিভিন্ন অুষ্ঠানৰ আলোক চিত্ৰ।

Address

Majuli-Bongaon

Alerts

Be the first to know and let us send you an email when বনগাঁও প্ৰাথমিক বিদ্যালয় । posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category