11 No Karhal Gaon LP School

11 No Karhal Gaon LP School School info

FLN Day Celebration
27/03/2023

FLN Day Celebration

আলোকচিত্ৰ খন  শ্ৰীমতী অনামিকা দত্তৰ। তেওঁ ১১ নং কঢ়ালগাঁও প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা লাভ কৰি কঢ়ালগাঁও বাপুজী উ...
10/06/2022

আলোকচিত্ৰ খন শ্ৰীমতী অনামিকা দত্তৰ। তেওঁ ১১ নং কঢ়ালগাঁও প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা লাভ কৰি কঢ়ালগাঁও বাপুজী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত পাঁচটা বিষয়ত লেটাৰ নম্বৰ সহ *ডিষ্টিংশ্যন* লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁৰ কৃতকাৰ্যতাত ১১ নং কঢ়ালগাঁও প্ৰাথমিক বিদ্যালয় গৌৰৱান্বিত।
সমসাময়িক ভাৱে এই বিদ্যালয়ত প্ৰাথমিক শিক্ষা লাভ কৰি যোৱা ক্ৰমে শ্ৰীমতী কংকনা শইকীয়া আৰু শ্ৰীমতী প্ৰিয়ংকা বৰাই ও কঢ়ালগাঁও বাপুজী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ক্ৰমে এটা বিষয়ত লেটাৰ নম্বৰ লৈ প্ৰথম বিভাগ আৰু প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে।
তিনিওগৰাকী কৃতী ছাত্ৰীক ১১ নং কঢ়ালগাঁও প্ৰাথমিক বিদ্যালয়ৰ তৰফৰপৰা আন্তৰিক অভিনন্দন জনোৱাৰ লগতে তেঁওলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰা হ'ল।

Gunotsav 20222021-22 batchDate-25/05/2022
25/05/2022

Gunotsav 2022
2021-22 batch
Date-25/05/2022

'উৎসৱ বিদ‍্যাৰম্ভ' আৰু 'Pariksha Pe Charcha' কাৰ্যসূচীৰ কিছু মুহূৰ্ত
03/04/2022

'উৎসৱ বিদ‍্যাৰম্ভ' আৰু 'Pariksha Pe Charcha' কাৰ্যসূচীৰ কিছু মুহূৰ্ত

07/12/2021

বিদ‍্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অভিনয়

29/11/2021

বিদ‍্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অভিনয়। (কংসালয়ৰ দৃশ‍্য)

06/03/2021
২০১৯-২০ বৰ্ষৰ মূখ‍্যমন্ত্ৰীৰ বিশেষ বৃত্তি পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকল
15/11/2020

২০১৯-২০ বৰ্ষৰ মূখ‍্যমন্ত্ৰীৰ বিশেষ বৃত্তি পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকল

■শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল :*১ ছেপ্তেম্বৰৰ পৰা ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান খোলাৰ সম্ভাৱনা।*৩১ আগষ্টৰ ভিতৰ...
01/08/2020

■শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল :
*১ ছেপ্তেম্বৰৰ পৰা ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান খোলাৰ সম্ভাৱনা।
*৩১ আগষ্টৰ ভিতৰত শিক্ষক-কৰ্মচাৰীসকলে কৰিব লাগিব বাধ্যতামূলক কোৰোনা টেষ্ট।
*চতুৰ্থ শ্ৰেণীৰ লৈকে ছেপ্তেম্বৰ মাহটোত বন্ধ থাকিব।
*পঞ্চম, ষষ্ঠ, সপ্তম, অষ্টম শ্ৰেণীৰ শ্ৰেণীৰ লৈকে শ্ৰেণীকোঠাত নহয়, মুকলি আকাশৰ তলত হব শিক্ষাদান।
*ঘৰৰ পৰা বিদ্যালয় দূৰ হলে নিকৰ্টৱতী যিকোনো শিক্ষানুষ্ঠানে পাঠদান গ্ৰহণ কৰিব পাৰিব।
*চৰকাৰী বিদ্যালয়ৰ ক্ষেত্ৰত এই নীতি ঘোষণা কৰিলে শিক্ষামন্ত্ৰীয়ে।
*নৱম আৰু একাদশ শ্ৰেণীৰ পাঠদান হব শ্ৰেণীকোঠাতে।
*এটা কোঠাত বহিব নোৱাৰিব ১৫জনতকৈ অধিক ছাত্ৰ-ছাত্ৰী।
*দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান ৪দিনকৈ হব বিদ্যালয়তে।

11/05/2020

প্ৰশ্ন=অসম সমুদ্ৰপৃষ্ঠৰ পৰা কিমান উচ্চতাত অবস্থিত।

Address

Bongaon-Dakhinpat Road
Majuli-Bongaon
785110

Opening Hours

Monday 9am - 3pm
Tuesday 9am - 3pm
Wednesday 9am - 3pm
Thursday 9am - 3pm
Friday 9am - 3pm
Saturday 9am - 2pm

Website

Alerts

Be the first to know and let us send you an email when 11 No Karhal Gaon LP School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category